শ্ৰী সতীশ শ্বাহৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
October 25th, 07:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰবীণ অভিনেতা শ্ৰী সতীশ শ্বাহজীৰ বিয়োগত শোক প্ৰকাশ কৰি তেওঁক ভাৰতীয় মনোৰঞ্জন জগতৰ প্ৰকৃত কিংবদন্তি আখ্যা দিয়ে।October 25th, 07:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰবীণ অভিনেতা শ্ৰী সতীশ শ্বাহজীৰ বিয়োগত শোক প্ৰকাশ কৰি তেওঁক ভাৰতীয় মনোৰঞ্জন জগতৰ প্ৰকৃত কিংবদন্তি আখ্যা দিয়ে।