আহমেদাবাদৰ কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 24th, 10:39 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থসকল, গুজৰাট চৰকাৰৰ মন্ত্ৰীবৰ্গ, ইয়াত উপৱিস্ত সাংসদ, বিধায়ক, চৰ্দাৰধামৰ মুৰব্বী শ্ৰী গগজী ভাই, ন্যাসৰক্ষী ভি. পেটেল, দিলীপভাই, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল, বিশেষকৈ মোৰ মৰমৰ কন্যাসকল।

আহমেদাবাদৰ কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ

August 24th, 10:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে গুজৰাটৰ আহমেদাবাদত কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দিয়ে। তেওঁ চৰ্দাৰধাম নামটোক ইয়াৰ প্ৰতিনিধিত্ব কৰা কামৰ দৰেই পবিত্ৰ বুলি অভিহিত কৰাৰ লগতে কন্যাৰ সেৱা আৰু শিক্ষাৰ বাবে বিশেষভাৱে উৎসৰ্গিত ছাত্ৰীনিবাসৰ উদ্বোধনী অনুষ্ঠানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ছাত্ৰীনিবাসত থকা ছাত্ৰীসকলে দুচকুত ডাঙৰ ডাঙৰ সপোন আৰু আকাংক্ষা কঢ়ুিয়াব, আৰু সেইবোৰক বাস্তৱায়িত কৰাৰ বাবে তেওঁলোকক যথেষ্ট সুযোগ প্ৰদান কৰা হ’ব। এই ছাত্ৰীসকলে এবাৰ আত্মনিৰ্ভৰশীল আৰু সক্ষম হ’লেই তেওঁলোকে কেৱল জাতি গঠনত অৰিহণা যোগোৱাই নহয়, পৰিয়ালকো সবলীকৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে এই পদক্ষেপৰ দ্বাৰা উপকৃত হোৱা সকলো কন্যা সন্তানৰ লগতে তেওঁলোকৰ পৰিয়াললৈও উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

Tragedies like 9/11 will have a permanent solution, only through humanitarian values: PM Modi

September 11th, 11:01 am

Prime Minister Narendra Modi performed the Lokarpan of Sardardham Bhavan and Bhoomi Pujan of Sardardham Phase – II Kanya Chhatralaya. The PM said the Hostel facility being inaugurated today will also help so many girls to come forward. He said that the state of the art building, girls hostel and modern library will empower the youth.

প্রধানমন্ত্রীয়ে চর্দাৰধাম ভৱন লোকার্পণ আৰু চর্দাৰধাম দ্বিতীয় পর্বত কন্যা ছাত্রী নিবাসৰ ভূমি পুজাত অংশ গ্ৰহণ কৰে

September 11th, 11:00 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত চর্দাৰধাম ভৱন লোকার্পণ কৰে আৰু চর্দাৰধাম দ্বিতীয় পর্বত কন্যা ছাত্রী নিবাসৰ ভূমি পুজাত অংশ গ্ৰহণ কৰে। এই উপলক্ষে গুজৰাটৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রী উপস্থিত আছিল।

কাইলৈ চৰ্দাৰধাম ভৱনৰ আধাৰশিলা আৰু চৰ্দাৰধাম দ্বিতীয় পর্বত ছাত্রী নিবাসৰ ভূমি পুজনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 10th, 01:25 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১১ছেপ্টেম্বৰ, ২০২১ৰ পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে চৰ্দাৰধাম ভৱনৰ আধাৰশিলা আৰু চৰ্দাৰধাম দ্বিতীয় পর্বত ছাত্রী নিবাসৰ ভূমি পুজনত অংশগ্ৰহণ কৰিব৷