গুজৰাটৰ ডেদিয়াপাড়াত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 15th, 03:15 pm
দৰাচলতে আপোনালোকৰ সন্মুখত গুজৰাটী ভাষাত কথা ক’ব লাগে যদিও বৰ্তমান দেশৰ ভিন্ন প্ৰান্তৰ লোক আমাৰ অনুষ্ঠানৰ সৈতে সংযুক্ত হৈ আছে। সেয়েহে আপোনালোক সকলোৰে আশীৰ্বাদ আৰু অনুমতি সাপেক্ষে মই হিন্দীত ক’বলৈ আগবাঢ়িছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে
November 15th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াতে তেওঁ ৯,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মা নৰ্মদাৰ পবিত্ৰ ভূমি আজি আন এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈ পৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৩১ অক্টোবৰত ভাৰতৰ ঐক্য আৰু বৈচিত্ৰ্যক উদযাপনৰ বাবে একেটা স্থানতে চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বিশাল উদযাপনৰ লগে-লগে আমি ভাৰত পৰ্বৰ শিখৰত উপনীত হৈছোঁ। এই পবিত্ৰ অনুষ্ঠানত তেওঁ ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানলৈ গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু সমগ্ৰ জনজাতীয় বেল্টত স্বাধীনতাৰ মনোভাৱক জাগ্ৰত কৰা গোবিন্দ গুৰুৰ আশীৰ্বাদো আছে। তেওঁ মঞ্চৰ পৰাই গোবিন্দ গুৰুলৈ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আৰু কয় যে কিছু সময়ৰ পূৰ্বে তেওঁ দেৱমোগৰা মাতাৰ মন্দিৰ দৰ্শনৰ সৌভাগ্য লাভ কৰিছিল আৰু পুনৰবাৰ তেওঁৰ চৰণত প্ৰণাম জনাইছিল।নৱ ৰায়পুৰত ছট্টিশগড় বিধানসভাৰ নতুন ভৱন উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
November 01st, 01:30 pm
আজি ছট্টিশগড়ৰ উন্নয়ন যাত্ৰাৰ এক সোণালী অধ্যায়। ব্যক্তিগতভাৱে এয়া মোৰ বাবেও অতি বিশেষ আৰু আনন্দৰ দিন। বহু দশক ধৰি এই ভূমিৰ সৈতে আৱেগিকভাৱে জড়িত হৈ আছো। এগৰাকী দলীয় কৰ্মী হিচাপে মই ছট্টিশগড়ত বহু সময় কটাইছো আৰু ইয়াৰ মানুহৰ পৰা বহু গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিছোঁ। মোৰ জীৱন গঢ় দিয়াত এই ৰাজ্যৰ জনসাধাৰণ আৰু পৰিৱেশে ডাঙৰ ভূমিকা লৈছে। ছট্টিশগড় গঠনৰ প্ৰাৰম্ভিক ধাৰণাৰ পৰা আৰম্ভ কৰি, ইয়াক ৰাজ্য হিচাপে অস্তিত্বলৈ অনালৈকে, আৰু তাৰ পিছৰ যি অগ্ৰগতি, এই যাত্ৰাৰ প্ৰতিটো পৰ্যায় মই দেখিছো। আৰু আজি ছট্টিশগড় গঠনৰ ২৫ বছৰ পূৰ্ণ হোৱা সময়ততে পুনৰবাৰ এই ঐতিহাসিক মুহূৰ্তৰ অংশ হ’বলৈ পাই মই সন্মানিত অনুভৱ কৰিছো। এই ৰূপালী জয়ন্তী উপলক্ষে ৰাজ্যবাসীৰ বাবে নতুন বিধানসভা ভৱন উদ্বোধন কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই স্মৰণীয় `দিৱসৰ বাবে ছট্টিশগড়বাসী আৰু ৰাজ্য চৰকাৰলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ছট্টিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা ডাঙৰীয়া, লোকসভাৰ অধ্যক্ষ ওম বিৰলা ডাঙৰীয়া, ছট্টিশগড় বিধানসভাৰ অধ্যক্ষ ৰমন সিং ডাঙৰীয়া, মুখ্যমন্ত্ৰী বিষ্ণুদেও ছাই ডাঙৰীয়া, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ টোখন চাহু ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মা ডাঙৰীয়া আৰু অৰুণ ছাও ডাঙৰীয়া, বিৰোধী দলৰ নেতা চৰণ দাস মহন্ত ডাঙৰীয়া, অন্যান্য সন্মানীয় মন্ত্ৰী, জনপ্ৰতিনিধি, আৰু ইয়াত উপস্থিত থকা সকলোকে মোৰ উষ্ম সম্ভাষণ ও শুভেচ্ছা!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ৰ নৱ ৰায়পুৰত ৰাজ্য খনৰ বিধানসভাৰ নতুন ভৱন উদ্বোধন কৰে
November 01st, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ নৱ ৰায়পুৰত ছত্তীশগড় বিধানসভাৰ নতুন ভৱন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ছত্তীশগড়ৰ উন্নয়ন যাত্ৰাৰ বাবে এক সোণালী আৰম্ভণি। তেওঁ উল্লেখ কৰে যে ব্যক্তিগতভাৱে তেওঁৰ বাবে এয়া এটা অতি আনন্দময় আৰু উল্লেখযোগ্য দিন। কেইবা দশক ধৰি লালন-পালন কৰা এই ভূমিৰ সৈতে তেওঁৰ গভীৰ আৱেগিক বন্ধনক তেওঁ আলোকপাত কৰিছিল। দলীয় কৰ্মী হিচাপে থকা সময়ছোৱাৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ ছত্তীশগড়ত যথেষ্ট সময় কটাইছিল আৰু বহু কথা শিকিছিল। তেওঁ ছত্তীশগড়ৰ দৃষ্টিভংগী, ইয়াৰ সৃষ্টিৰ সংকল্প আৰু সেই সংকল্প পূৰণৰ কথা মনত পেলাই কয় যে তেওঁ ছত্তীশগড়ৰ ৰূপান্তৰৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী হৈ আহিছে। ৰাজ্যখনে ২৫ বছৰীয়া যাত্ৰাত এক বৃহৎ মাইলৰ খুঁটিত উপনীত হোৱাৰ লগে লগে এই মুহূৰ্তৰ অংশ হোৱাৰ সুযোগ পোৱাৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। ৰূপালী জয়ন্তী উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যবাসীৰ বাবে নতুন বিধানসভা ভৱন উদ্বোধন কৰাৰ সুবিধা পাইছো। এই উপলক্ষে তেওঁ ছত্তীশগড়বাসী আৰু ৰাজ্য চৰকাৰলৈ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে।সন্ত কবীৰ দাসক জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
June 11th, 10:18 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ত কবীৰ দাসৰ জন্ম বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সামাজিক সম্প্ৰীতি আৰু সংস্কাৰৰ প্ৰতি তেওঁৰ আজীৱন সমৰ্পিত মনোভাবক স্বীকাৰ কৰে।সন্ত কবীৰ দাসৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
June 22nd, 06:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ত কবীৰ দাসৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।Chhattisgarh is going to be Congress-free soon: PM Modi in Mungeli
November 13th, 12:00 pm
Ahead of the Assembly Election, PM Modi addressed an emphatic rally in Mungeli, Chhattisgarh. He said, “It is clear in the 1st phase of polling that Chhattisgarh is going to be Congress-free soon.” He added that he is thankful to the youth and the women of the state who voted in favor of the state’s development. PM Modi stated, “Victory for BJP in Chhattisgarh means rapid development, fulfilling dreams of youth, empowerment of women, and an end to rampant corruption.”PM Modi addresses emphatic election rallies in Mungeli and Mahasamund, Chhattisgarh
November 13th, 11:20 am
Ahead of the Assembly Election, PM Modi addressed two massive public meetings in Mungeli and Mahasamund, Chhattisgarh. He said, “It is clear in the 1st phase of polling that Chhattisgarh is going to be Congress-free soon.” He added that he is thankful to the youth and the women of the state who voted in favor of the state’s development. PM Modi stated, “Victory for BJP in Chhattisgarh means rapid development, fulfilling dreams of youth, empowerment of women, and an end to rampant corruption.”This is the turning point of India's growth story: PM Modi during Mann Ki Baat
November 28th, 11:30 am
During Mann Ki Baat, Prime Minister Narendra Modi spoke about the various programmes being organised across the country as a part of Amrit Mahotsav. He highlighted the importance of protecting the environment, efforts to revive Noon River in Jalaun and Meghalaya's 'flying boat'. PM Modi applauded the youth for their 'can do spirit' and the growing start-up culture in India.সন্ত কবীৰ দাস জীৰ জয়ন্তীত তেওঁলৈ প্ৰণিপাত প্ৰধানমন্ত্ৰীৰ
June 24th, 03:22 pm
সন্ত কবীৰ দাস জীৰ জয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে।আমি ইতিহাসৰ ভুলবোৰ সংশোধন কৰি আছোঁ যিয়ে যোগ্য নেতা আৰু যোদ্ধাসকলক সন্মান কৰা নাছিলঃ প্ৰধানমন্ত্ৰী
February 16th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি দেশৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰাৰ লগে লগে দেশলৈ অপৰিসীম অৱদান আগবঢ়োৱা ঐতিহাসিক বীৰ-বীৰাংগনাসকলৰ অৱদান মনত ৰখাটো আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ । তেওঁ দুখ প্ৰকাশ কৰে যে যিসকলে ভাৰত আৰু ভাৰতীয়ত্বৰ বাবে সকলো ত্যাগ কৰিছিল তেওঁলোকক ইতিহাসৰ পাতত তেওঁলোকৰ প্ৰাপ্য স্থান দিয়া হোৱা নাই। ভাৰতীয় ইতিহাস ৰচয়িতাসকলে ইতিহাস ৰচনা কৰাৰ সময়ত সেইসকল লোকৰ প্ৰতি যি অন্যায়-অবিচাৰ কৰিছিল এতিয়া সেয়া সংশোধন কৰা হৈছে, কিয়নো আমি আমাৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰিছোঁ। এই সন্ধিক্ষণত তেওঁলোকৰ অৱদান স্মৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত চিত্তাউৰা হ্ৰদৰ উন্নয়নমূলক কাম আৰু মহাৰাজা সুহেলদেৱ স্মাৰকৰ আধাৰশিলা স্থাপন কৰাৰ পিছত এইদৰে মন্তব্য কৰে।উত্তৰপ্ৰদেশৰ বাহৰেইচত মহাৰাজা সুহলদেৱ স্মাৰক আৰু চিট্টৌৰা হ্ৰদৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 16th, 11:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি মহাৰাজ সুহেলদেৱৰ নামেৰে নামকৰণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ এটি ভৱন উদ্বোধন কৰে। এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে।মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস প্ৰধানমন্ত্ৰীৰ
February 16th, 11:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি মহাৰাজ সুহেলদেৱৰ নামেৰে নামকৰণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ এটি ভৱন উদ্বোধন কৰে। এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে।ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবা
October 20th, 05:40 pm
ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধখনত জনতা কাৰ্ফিউৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত আমি সকলো ভাৰতবাসীয়ে সুদীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিছো৷ সময়ৰ সৈতে আৰ্থিক গতিবিধিও ধীৰে ধীৰে দ্ৰুত হৈছে৷ আমাৰ অধিকাংশ লোকে নিজৰ দায়িত্ব পালনৰ বাবে, পুনৰ জীৱনক গতি প্ৰদান কৰাৰ বাবে নিতৌ ঘৰৰ পৰা বাহিৰলৈ ওলাবলগীয়া হৈছে৷ উৎসৱৰ এই বতৰত বজাৰতো খদম-দম বৃদ্ধি পাইছে৷ কিন্তু আমি এয়া পাহৰিব নালাগিব যে লকডাউন নাথাকিলেও ভাইৰাছ কিন্তু যোৱা নাই৷ বিগত ৭-৮ মাহত প্ৰত্যেক ভাৰতীয়ৰ প্ৰয়াসৰ দ্বাৰা ভাৰত আজি যি পৰিস্থিতিত আছে সেই পৰিস্থিতিক নষ্ট হ’বলৈ দিব নালাগিব আৰু ইয়াক অধিক উন্নত কৰিব লাগিব৷দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্রীৰ বিশেষ ভাষ
October 20th, 05:34 pm
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী আজি দূৰদৰ্শনত দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ দেশত ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজত কোনো আন্তসন্তুষ্টিৰ স্থান নাই বুলি উল্লেখ কৰি তেওঁ নাগৰিকসকলৰ প্ৰতি আহ্বান জনায় কয় যে তেওঁলোকে যাতে এই যুদ্ধত কোনোধৰণৰ শিথিলতা নেদেখুৱায়৷দৈনিক জাগৰণৰ ৭৫সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে জাগৰণ ফ’ৰামত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ
December 07th, 10:22 am
সৰ্বপ্ৰথমে মই দৈনিক জাগৰণৰ প্ৰতিগৰাকী পাঠক, প্ৰকাশক, সম্পাদক মণ্ডলী আৰু কাকতখন পাঠকৰ ওচৰলৈ লৈ যোৱা হকাৰ বন্ধুসকলক হীৰক জয়ন্তীৰ বহুত বহুত অভিনন্দন আৰু শুভকামনা জনাইছো৷দৈনিক জাগৰণৰ ৭৫সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে জাগৰণ ফ’ৰামত ভাষণ ৰাখে প্ৰধানমন্ত্ৰীয়ে
December 07th, 10:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দৈনিক জাগৰণ বাতৰি কাকতৰ ৭৫সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত জাগৰণ ফ’ৰামত ভাষণ আগবঢ়ায়৷BJP believes in strengthening unity in India, Congress speaks about dividing India: PM Modi
November 25th, 01:19 pm
Prime Minister Narendra Modi addressed a massive rally in Alwar, Rajasthan today. The rally comes as the state of Rajasthan gears up to vote for the state Assembly elections scheduled on 7th December 2018.PM Modi addresses Public Meeting at Alwar, Rajasthan
November 25th, 01:17 pm
Prime Minister Narendra Modi addressed a massive rally in Alwar, Rajasthan today. The rally comes as the state of Rajasthan gears up to vote for the state Assembly elections scheduled on 7th December 2018.To take the country to newer heights of glory, it is necessary to focus on all-round development: PM Modi in Bilaspur
November 12th, 12:08 pm
Prime Minister Narendra Modi addressed a huge public meeting in Bilaspur, Chhattisgarh today. PM Modi lauded the hardworking BJP Karyakartas in Chhattisgarh who have been working tirelessly to serve the people of Chhattisgarh and making them aware of the government’s initiatives. The PM also attacked the Congress for neglecting the welfare of Chhattisgarh when they were in power at Centre.