ব্ৰিকছ সন্মিলনৰ পূৰ্বে সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰি ইতিবাচক আৰু অৰ্থপূৰ্ণ আলোচনাৰ গুৰুত্বৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ
September 11th, 09:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সমাগত দিনত ব্ৰিকছ সন্মিলনৰ বাবে সমগ্ৰ বিশ্বৰ নেতাসকল একত্ৰিত হ’ব। তেওঁ আস্থা প্ৰকাশ কৰে যে সন্মিলনখনে বিশ্বৰ কল্যাণৰ আকাংক্ষাৰ দ্বাৰা পৰিচালিত বিভিন্ন বিষয়ৰ ওপৰত ইতিবাচক আৰু অৰ্থপূৰ্ণ আলোচনাৰ সাক্ষী হ’ব।কল্যাণ, প্রজ্ঞা আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
September 10th, 10:02 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে কল্যাণ, মংগল, সুৰক্ষা, শান্তি, প্রজ্ঞা আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে। এই সুভাশিতমত ভগৱান ইন্দ্ৰ, ভগৱান সূৰ্য, ভগৱান গৰু আৰু ভগৱান বৃহস্পতিৰ আশীৰ্বাদ কামনা কৰা হৈছে।জ্ঞানৰ মূল্য আৰু পৰিৱৰ্তনশীল শক্তিৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
September 09th, 10:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি কয় যে প্ৰজ্ঞাই সমাজৰ সৈতে সম্প্রীতিৰে জীয়াই থকাৰ কলা শিকায়। তেওঁ কয় যে জ্ঞানে প্রজ্ঞা আৰু সমৃদ্ধি প্ৰদান কৰে, হৃদয়ক আনন্দৰে ভৰাই তোলে আৰু ব্যক্তি এজনৰ মৰ্যাদা বৃদ্ধি কৰে।বিবেকশালী জ্ঞানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত হিতোপদেশ শ্বেয়াৰ
September 08th, 07:51 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি কয় যে এজন জ্ঞানী আৰু বিচক্ষণ ব্যক্তিয়ে ক্ষুদ্ৰই হওক বা বিশালেই হওক, জ্ঞানৰ প্ৰতিটো শাখাৰ পৰা সাৰ আহৰণ কৰিব লাগে। তেওঁ প্ৰতিটো উৎসৰ পৰা মূল্যৱান জ্ঞান বিচৰা আৰু আহৰণ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।শান্তি, কল্যাণ আৰু প্ৰকৃতিৰ সৈতে সমন্বয়ৰ বাবে প্ৰাৰ্থনাৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
September 07th, 09:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শান্তি, কল্যাণ আৰু প্ৰকৃতিৰ সৈতে সমন্বয়ৰ বাবে প্ৰাৰ্থনাৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে।জন্মাষ্টমী উপলক্ষে সকলোকে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা ভগৱান কৃষ্ণক ঈশ্বৰৰ দিব্য ৰূপ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীৰ সুভাশিতম শ্বেয়াৰ
September 04th, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জন্মাষ্টমী উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।প্ৰতিভাৰ বিকাশৰ বাবে সঠিক পৰিৱেশ, নিৰ্দেশনা আৰু প্ৰতিপালনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
September 03rd, 09:07 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি প্ৰতিভাৰ বিকাশৰ বাবে সঠিক পৰিৱেশ, নিৰ্দেশনা আৰু প্ৰতিপালনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।নিৰ্ভীকতা প্ৰদান আৰু জীৱন ৰক্ষা কৰা গুণ সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ
September 02nd, 08:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিৰ্ভীকতা প্ৰদান আৰু জীৱন ৰক্ষাৰ গুণ সন্দৰ্ভত আলোকপাত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে।প্ৰকৃত জ্ঞানী ব্যক্তি এজনৰ গুণসমূহ দাঙি ধৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 01st, 08:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰকৃত জ্ঞানী ব্যক্তি এজনৰ গুণসমূহ দাঙি ধৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে।ইতিবাচক চিন্তা আৰু গঠনমূলক অভ্যাসৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 31st, 03:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইতিবাচক চিন্তা আৰু গঠনমূলক অভ্যাস গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে। এই হিতোপদেশে নিৰন্তৰ মনোযোগ আৰু বাৰে বাৰে কৰা অনুশীলনে মনৰ প্ৰৱণতাসমূহ গঠন কৰাৰ লগতে কৰ্ম আৰু আচৰণক প্ৰভাৱিত কৰা সন্দৰ্ভত আমাক সোঁৱৰাই দিয়েঃসুৰক্ষামূলক বান্ধোনৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 28th, 12:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰক্ষা (সুৰক্ষামূলক বান্ধোন/সূতা)ৰ শুভ শক্তি আৰু আশীৰ্বাদৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃবিশ্ব সংস্কৃত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
August 28th, 12:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰৱণ পূৰ্ণিমাৰ দিনা বিশ্ব সংস্কৃত দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আমি সংস্কৃতৰ কালজয়ী সমৃদ্ধি উদযাপন কৰো, যি ভাৰতৰ জ্ঞান, চিন্তা আৰু সৃষ্টিশীলতাৰ এক বিৰামহীন বাহন হিচাপে বিবেচিত হৈ আহিছে। ‘এই বিশেষ দিনটোত আমি ভাৰত আৰু সমগ্ৰ বিশ্বৰ সেই সকলোকে প্ৰশংসা কৰিছো, যিসকলে সংস্কৃত অধ্যয়ন কৰে আৰু শিক্ষা দিয়ে তথা যিসকলে এই ভাষাৰ কালজয়ী সম্পদসমূহ ভৱিষ্যত প্ৰজন্মলৈ হস্তান্তৰ কৰিবলৈ চেষ্টা কৰি আছে’, শ্ৰী মোদীয়ে লগতে কয়।কঠোৰ পৰিশ্ৰম, প্রজ্ঞা আৰু সঠিক আচৰণত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
August 27th, 11:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এখন নৈতিক সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত প্রজ্ঞা, অধ্যৱসায় আৰু মহৎ আচৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি এখন সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে। এই শ্লোকটোৱে ব্যক্তিসকলক পোহৰ আৰু প্রজ্ঞাৰ পথ অনুসৰণ কৰিবলৈ, নিজৰ প্ৰচেষ্টাত সতৰ্ক আৰু অটল হৈ থাকিবলৈ আৰু এখন মহান তথা নৈতিক সমাজ গঢ়ি তোলাত অৰিহণা যোগাবলৈ আহ্বান জনায়ঃপাৰস্পৰিক শিক্ষণ আৰু শ্ৰৱণৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত সুভাশিতম শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 26th, 10:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পাৰস্পৰিক শিক্ষণ আৰু শ্ৰৱণৰ গুণাগুণৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে। তেওঁ মন্তব্য কৰে যে যিসকলে ইজনে সিজনৰ কথা শিকিবলৈ আৰু শুনিবলৈ আগ্ৰহী তেওঁলোকক জ্ঞানীসকলে প্ৰশংসা কৰে, তেওঁলোক স্বাৰ্থপৰ অন্বেষণ আৰু গুপ্ত অভিপ্ৰায়ৰ পৰা মুক্ত হয় আৰু তেওঁলোকে সকলো প্ৰকাৰৰ সুখৰে সমৃদ্ধি লাভ কৰেঃসৎসংগ আৰু বিজ্ঞ পৰামৰ্শৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত হিতোপদেশ শ্বেয়াৰ
August 25th, 11:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সৎসংগ আৰু বিজ্ঞ পৰামৰ্শৰ গুণাগুণৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে। এই বাৰ্তাই এক কালজয়ী স্মাৰক প্ৰদান কৰে যে জ্ঞানী সাহচর্য, মহৎ আলোচনা আৰু নিঃস্বাৰ্থ বন্ধুত্ব হৈছে এক পূৰ্ণ আৰু শান্তিপূৰ্ণ জীৱনৰ বাবে অত্যাৱশ্যকীয় ভেটিঃসহানুভূতি আৰু সন্তুষ্টিৰ মূল্যবোধ সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
August 24th, 08:08 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সহানুভূতিয়ে আত্মসন্মান আৰু সন্তোষে প্ৰকৃত সুখ কঢ়িয়ায়। তেওঁ উল্লেখ কৰে যে এই মনোভাৱে সমাজত সহযোগিতা আৰু সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰে।নিঃস্বাৰ্থ সেৱা আৰু সমৰ্পণৰ মনোভাৱক আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
August 21st, 10:51 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নদীসমূহৰ নিৰন্তৰ প্ৰবাহে আমাক এই কথা শিকায় যে মানৱতাৰ কল্যাণৰ বাবে কেনেকৈ সামৰ্থ্যসমূহ ব্যৱহাৰ কৰিব পৰা যায়। তেওঁ কয় যে নিঃস্বাৰ্থ সেৱা, সমৰ্পণ আৰু দয়াৰ মনোভাৱে ৰাষ্ট্ৰখনক এটা নতুন দিশ প্ৰদান কৰে।উৎসাহ আৰু দৃঢ়তাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 20th, 10:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি উল্লেখ কৰে যে জ্ঞানী আৰু সংকল্পবদ্ধ লোকসকলে প্ৰতিকূল পৰিস্থিতিতো তেওঁলোকৰ উৎসাহ নেহেৰুৱায়।পৰোপকাৰ আৰু আনৰ কল্যাণত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 19th, 08:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি কৈছে যে মানৱ জীৱনৰ প্ৰকৃত পূৰ্ণতা আন জীৱৰ কল্যাণ আৰু ভালৰ বাবে নিৰন্তৰভাৱে কাম কৰাত নিহিত থাকে।আত্মসন্মান, সাহস আৰু দৃঢ়তাৰ গুৰুত্ব আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 18th, 09:11 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মসন্মান, সাহস আৰু মৰ্যাদাৰে জীয়াই থকাৰ গুৰুত্ব আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে কোনো পৰিস্থিতিতে নিজৰ নীতি আৰু মূল্যবোধৰ সৈতে আপোচ নকৰি সেইবোৰত দৃঢ় হৈ থকাৰ মাজতে প্ৰকৃত বীৰত্ব আৰু শক্তি নিহিত হৈ থাকে।