সংকেত চাৰ্গাৰক ৫৫ কিলোগ্ৰাম ভাৰোত্তোলন শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে অভিনন্দন প্ৰধানমন্ত্ৰীৰ
July 30th, 05:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ ২০২২ত ৫৫ কিলোগ্ৰাম ভাৰোত্তোলন শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে সংকেত চাৰ্গাৰক অভিনন্দন জ্ঞাপন কৰে।