ষট্ পূজাৰ সন্ধ্যা অর্ঘ্য অনুষ্ঠান উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

October 27th, 02:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ষট্ পূজাৰ পৱিত্ৰ সন্ধ্যা অর্ঘ্য অনুষ্ঠান উপলক্ষে দেশৰ নাগৰিকসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।