সংবিধান হত্যা দিৱসত গণতন্ত্ৰৰ ৰক্ষকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
June 25th, 09:32 am
জৰুৰীকালীন অৱস্থা ঘোষণা সম্পূৰ্ণ হোৱাৰ পঞ্চাশ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায়ৰ সময়ত গণতন্ত্ৰ ৰক্ষাৰ বাবে থিয় দিয়া অগণন ভাৰতীয়ক আৱেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।