প্ৰধানমন্ত্ৰীয়ে আকাশমাৰ্গেৰে হিমাচল প্ৰদেশৰ বান আৰু বৃষ্টিপাত প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে

September 09th, 03:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশ ভ্ৰমণেৰে ৰাজ্যখনৰ বান পৰিস্থিতি আৰু ইয়াৰ পৰিণতিত তথা ডাৱৰ বিস্ফোৰণ, বৃষ্টিপাত আৰু ভূমিস্খলনৰ বাবে ক্ষয়-ক্ষতিৰ পৰ্য্যালোচনা কৰে।