শ্ৰীলংকাৰ বিৰোধী দলৰ দলপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

April 05th, 10:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলম্বোত শ্ৰীলংকাৰ বিৰোধী দলৰ নেতা শ্ৰীযুত সাজিথ প্ৰেমদাসাক সাক্ষাৎ কৰে।