ছাফ মহিলা চেম্পিয়নশ্বিপ ২০২৬ত বিজয়ৰ বাবে ভাৰতীয় মহিলা ফুটবল দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
June 07th, 01:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছাফ মহিলা চেম্পিয়নশ্বিপ ২০২৬ত খিতাপ অৰ্জন কৰা বাবে ভাৰতীয় মহিলা ফুটবল দলক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সমগ্ৰ প্ৰতিযোগিতাখনত দলটোৱে উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিছে।প্ৰধানমন্ত্ৰীয়ে ‘এছএএফএফ চেম্পিয়নশ্বিপ ২০২৩’ জয় কৰাৰ বাবে ভাৰতীয় ফুটবল দলক অভিনন্দন জনাইছে
July 05th, 02:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এছএএফএফ চেম্পিয়নশ্বিপ ২০২৩’-ত বিজয়ী হোৱা বাবে ভাৰতীয় ফুটবল দলক অভিনন্দন জ্ঞাপন কৰে।