এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ শ্বটপুট-এফ৪৬ ইভেণ্টত শচীন ছাজেৰাও খিলাড়ীৰ স্বৰ্ণ পদক উদযাপন প্ৰধানমন্ত্ৰীৰ
October 26th, 11:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ শ্বটপুট-এফ৪৬ ইভেণ্টত স্বৰ্ণ পদক জয় কৰা শচীন ছাজেৰাও খিলাড়ীক অভিনন্দন জ্ঞাপন কৰিছে৷