প্ৰধানমন্ত্ৰী মোদী আৰু জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিখ মেৰ্জে আহমেদাবাদত আন্তঃৰাষ্ট্ৰীয় চিলা উৎসৱ পৰিদৰ্শন কৰে

January 12th, 02:42 pm

প্ৰধানমন্ত্ৰী মোদী আৰু জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিখ মেৰ্জে আহমেদাবাদৰ সবৰমতী নদীৰ পাৰত আয়োজিত ৰঙীন আৰু স্পন্দনশীল আন্তঃৰাষ্ট্ৰীয় চিলা উৎসৱত অংশগ্ৰহণ কৰে। প্ৰদৰ্শনীস্থলীত থকা পতাকাখনত অপাৰেশ্যন সিন্দূৰ, ভগৱান হনুমান, ত্ৰিৰংগাৰ আৰু বহুতো ছবি অংকন কৰা আছিল। চেঞ্চেলৰ মাৰ্জে আকাশত চিলা উৰুৱাৰ চেষ্টা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে।

গুজৰাটৰ আহমেদাবাদত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

August 25th, 06:42 pm

আজি আপোনালোক সকলোৱে এটা পৰিৱেশৰ সৃষ্টি কৰিছে। বহু সময়ত মই ভাবোঁ যে কি সৌভাগ্য, এই লাখ লাখ মানুহৰ মৰম আৰু তেওঁলোকৰ আশীৰ্বাদ, মই আপোনালোক সকলোকে যিমানেই ধন্যবাদ নকৰোঁ কিয়, সিমানেই কম। চাওক, সেইফালে সৰু নৰেন্দ্ৰ এজন থিয় হৈছে।

গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকাৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

August 25th, 06:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশৰ উন্নয়নৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশ বৰ্তমান গণেসোৎসৱৰ আনন্দত নিমগ্ন হৈ আছে। তেওঁ এই বিষয়ত আলোকপাত কৰে যে গণপতি বাপ্পাৰ আশীৰ্বাদত আজি গুজৰাটৰ অগ্ৰগতিৰ সৈতে জড়িত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ আৰম্ভণি কৰা হৈছে। তেওঁ ৰাইজৰ চৰণত একাধিক প্ৰকল্প উচৰ্গা কৰাৰ সৌভাগ্য লাভ কৰা বুলি উল্লেখ কৰি এই উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে সকলো নাগৰিককে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে শ্ৰী ওমৰ আব্দুল্লাৰ গুজৰাটৰ কেৱাদিয়াস্থিত ষ্টেচু অৱ ইউনিটি দৰ্শন কাৰ্য্যৰ শলাগ লয়

July 31st, 11:05 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ওমৰ আব্দুল্লাৰ সবৰমতী ৰিভাৰফ্ৰন্ট আৰু গুজৰাটৰ কেৱাদিয়াস্থিত আকৰ্ষণীয় ষ্টেচু অৱ ইউনিটি দৰ্শন কাৰ্য্যক আদৰণি জনায় আৰু শলাগ লয়।

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

April 27th, 11:30 am

নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।

Delhi needs a government that works in coordination, not one that thrives on conflicts: PM Modi

January 31st, 03:35 pm

Addressing the huge rally in New Delhi’s Dwarka, PM Modi said, “Delhi needs a double-engine government at both the Centre and the state. You gave Congress years to govern, then the AAP-da took over Delhi. Now, give me the chance to serve Delhi with a double-engine government. I guarantee you that the BJP will leave no stone unturned in Delhi’s development. If this AAP-da continues, Delhi will keep falling behind in development. Delhi needs a government that believes in coordination, not confrontation.”

PM Modi electrifies New Delhi’s Dwarka Rally with a High-Octane speech

January 31st, 03:30 pm

Addressing the huge rally in New Delhi’s Dwarka, PM Modi said, “Delhi needs a double-engine government at both the Centre and the state. You gave Congress years to govern, then the AAP-da took over Delhi. Now, give me the chance to serve Delhi with a double-engine government. I guarantee you that the BJP will leave no stone unturned in Delhi’s development. If this AAP-da continues, Delhi will keep falling behind in development. Delhi needs a government that believes in coordination, not confrontation.”

এতিয়া টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহ অৰ্থনৈতিক ক্ৰিয়াকলাপৰ কেন্দ্ৰ হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী মোদী

September 20th, 08:46 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত বিজেপিৰ মেয়ৰ আৰু উপ মেয়ৰসকলৰ পৰিষদক ভাৰ্চুৱেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ যাত্ৰাৰ আলোকপাতেৰে তেখেতৰ সম্বোধন আৰম্ভ কৰি পেটেলে আহমেদাবাদ চহৰত মিউনিচিপেলিটিৰ জৰিয়তে কৰ্মজীৱনৰ আৰম্ভণি কৰি উপ প্ৰধানমন্ত্ৰীৰ দায়িত্বত অধিষ্ঠিত হৈছিল বুলি কয়।

গুজৰাটত কাউন্সিল অৱ মেয়ৰ আৰু বিজেপিৰ ডেপুটি মেয়ৰক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

September 20th, 10:30 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত বিজেপিৰ মেয়ৰ আৰু উপ মেয়ৰসকলৰ পৰিষদক ভাৰ্চুৱেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ যাত্ৰাৰ আলোকপাতেৰে তেখেতৰ সম্বোধন আৰম্ভ কৰি পেটেলে আহমেদাবাদ চহৰত মিউনিচিপেলিটিৰ জৰিয়তে কৰ্মজীৱনৰ আৰম্ভণি কৰি উপ প্ৰধানমন্ত্ৰীৰ দায়িত্বত অধিষ্ঠিত হৈছিল বুলি কয়।

Khadi is an example of sustainable and eco-friendly clothing, it has least carbon footprint: PM

August 27th, 09:35 pm

PM Modi addressed Khadi Utsav at the Sabarmati River Front, Ahmedabad. The PM recalled his personal connection with Charkha and remembered his childhood when his mother used to work on Charkha. He said, “The bank of Sabarmati has become blessed today as on the occasion of 75 years of independence as 7,500 sisters and daughters have created history by spinning yarn on a spinning wheel together.”

PM participates in Khadi Utsav at the Sabarmati River Front, Ahmedabad

August 27th, 05:51 pm

PM Modi addressed Khadi Utsav at the Sabarmati River Front, Ahmedabad. The PM recalled his personal connection with Charkha and remembered his childhood when his mother used to work on Charkha. He said, “The bank of Sabarmati has become blessed today as on the occasion of 75 years of independence as 7,500 sisters and daughters have created history by spinning yarn on a spinning wheel together.”

২৭-২৮ আগষ্টত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী

August 25th, 03:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ আৰু ২৮ আগষ্টত গুজৰাট ভ্ৰমণ কৰিব। ২৭ আগষ্টৰ সন্ধিয়া প্ৰায় ৫:৩০ বজাত আহমেদাবাদৰ সবৰমতী নদীৰ পাৰত প্ৰধানমন্ত্ৰীয়ে খাদী উৎসৱত ভাষণ প্ৰদান কৰিব। ২৮ জুনৰ পুৱা প্ৰায় ১০ বজাত ভূজত প্ৰধানমন্ত্ৰীয়ে স্মৃতি ভান স্মাৰক উদ্বোধন কৰিব। ইয়াৰ পিছতে দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে ভূজত আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব। সন্ধিয়া প্ৰায় ৫ বজাত প্ৰধানমন্ত্ৰীয়ে ভাৰতত ছুজুকীৰ ৪০ বছৰ স্মৰণ কৰি গান্ধীনগৰত এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰিব।

গুজৰাটত কেইবাটাও প্ৰকল্পৰ উদ্ঘাটন আৰু ৰাষ্ট্ৰক সমৰ্পণ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

July 16th, 04:05 pm

মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী আৰু গান্ধীনগৰৰ সাংসদ শ্ৰীমান অমিত শ্বাহ জী ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ জী, গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণী জী, উপ মুখ্যমন্ত্ৰী নিতিন ভাই, কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী শ্ৰীমতী দৰ্শনা জৰদোশ জী, গুজৰাট চৰকাৰৰ অন্য মন্ত্ৰীগণ, সংসদৰ মোৰ সহযোগী আৰু গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ শ্ৰীমান চিআৰ পাটিল জী, অন্য সাংসদগণ, বিধায়কগণ, আৰু মোৰ প্ৰিয় ভাই-ভনীসকল, আপোনালোক সকলোকে নমস্কাৰ।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটত একাধিক প্ৰকল্প উদ্বোধন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে

July 16th, 04:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গুজৰাটত ৰে’লৱেৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰি দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। একে সময়তে তেওঁ গুজৰাট বিজ্ঞান চহৰৰ একুৱেটিকছ এণ্ড ৰব’টিক্স গেলেৰী আৰু নেচাৰ পাৰ্ক উদ্বোধন কৰে। তেওঁ গান্ধীনগৰ ৰাজধানী আৰু ভৰেথাৰ মাজত দুখন নতুন ৰে’ল গান্ধীনগৰ ৰাজধানী-বাৰাণসী চুপাৰফাষ্ট এক্সপ্ৰেছ আৰু মেমু ৰে’ল সেৱাৰ শুভাৰম্ভ কৰে।

প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদত মুকলি কৰিলে কেভাড়িয়া আৰু সবৰমতী ৰিভাৰফ্ৰন্টৰ মাজক চি-প্লেনৰ যাতায়াত সেৱ

October 31st, 02:52 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেভাড়িয়াত জল বিমানবন্দৰ আৰু আহমেদাবাদত সবৰমতী ৰিভাৰফ্ৰন্টৰ সৈতে কেভাড়িয়াৰ একতাৰ মূৰ্তি পৰ্যন্ত সংযোগকাৰী চি-প্লেন সেৱাৰ আৰম্ভণি কৰিছে।

গুজৰাটৰ কেৱাড়িয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ পেৰেডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

October 31st, 11:01 am

বন্ধুসকল, মই কালি দুপৰীয়া কেৱড়িয়াত উপস্থিত হৈছিলো৷ আৰু কেৱড়িয়াত উপস্থিত হোৱাৰ পিছত কালিৰ পৰা এতিয়ালৈ ইয়াত জংগল ছাফাৰী, একতা মল, শিশু পুষ্টি পাৰ্ক আৰু আৰোগ্য বনৰ দৰে অনেক নতুন স্থানৰ লোকাৰ্পণ কৰা হৈছে৷ অতি কম সময়ত চৰ্দাৰ সৰোবৰ বান্ধৰ সৈতে জড়িত এই ভব্য নিৰ্মাণ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱনাৰ, নতুন ভাৰতৰ প্ৰগতিৰ তীৰ্থস্থললৈ পৰিৱৰ্তিত হৈছে৷ আগন্তুক সময়ছোৱাত মা নৰ্মদা নদীৰ তটত, ভাৰতেই নহয় বৰঞ্চ বিশ্বৰ পৰ্যটন মানচিত্ৰত এই স্থানে নিজৰ পৰিচয় সাব্যস্ত কৰিব৷

Prime Minister participates in the Ekta Diwas Celebrations at Kevadia, Gujarat

October 31st, 11:00 am

PM Narendra Modi took part in the Rashtriya Ekta Diwas celebrations at Gujarat's Kevadia and flagged off the parade from the Statue of Unity. Speaking at the event, PM Modi said 130 crore Indians have honoured Corona Warriors in their fight against the coronavirus and added that the country has proved its collective potential during the pandemic in an unprecedented way

Building Better Infrastructure for Better Lives

April 13th, 06:10 pm

Building Better Infrastructure for Better Lives

International Kite Festival: Celebrations here take a flight!

January 13th, 06:26 pm

International Kite Festival: Celebrations here take a flight!

Grand start to International Kite Festival in Ahmedabad!

January 12th, 12:04 pm

Grand start to International Kite Festival in Ahmedabad!