১৭ ছেপ্টেম্বৰত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 16th, 02:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ ধাৰত দুপৰীয়া প্ৰায় ১২ বজাত ‘স্বস্থ নাৰী সশক্ত পৰিয়াল’ আৰু ‘৮ম ৰাষ্ট্ৰীয় পোষণ মাহ’ অভিযান আৰম্ভ কৰিব। তেওঁ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰাৰ লগতে এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিব।

মিজোৰামত আধাৰশিলা স্থাপন আৰু উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 13th, 10:30 am

নীলা পৰ্বতৰ এই সুন্দৰ ভূমিক চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক মই প্ৰণাম জনাইছো। মই মিজোৰামৰ লেংপুই বিমানবন্দৰত আছো। দুৰ্ভাগ্যবশতঃ বেয়া বতৰৰ বাবে আপোনালোকৰ লগত আইজলত যোগদান কৰিব নোৱাৰাৰ বাবে মই দুঃখিত। কিন্তু এই মাধ্যমৰ পৰাও আপোনালোকৰ মৰম অনুভৱ কৰিব পাৰিছো।

মিজোৰামৰ আইজলত ৯০০০কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

September 13th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিজোৰামৰ আইজলত ৯০০০ কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। এই প্ৰকল্পসমূহে ৰে’লৱে, পথ, শক্তি, ক্ৰীড়া আদিকে ধৰি একাধিক খণ্ডক সামৰি ল’ব। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নীলা পৰ্বতে আগুৰি ৰখা মনোমোহা ভূমি চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক প্ৰণিপাত জনায় । দুখ প্ৰকাশ কৰি তেওঁ উল্লেখ কৰে যে তেওঁ মিজোৰামৰ লেংপুই বিমানবন্দৰত উপস্থিত আছিল কিন্তু বেয়া বতৰৰ বাবে আইজলত তেওঁ ৰাইজৰ সৈতে যোগ দিব পৰা নাই । এনে পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰেও তেওঁ ৰাইজৰ মৰম অনুভৱ কৰিব পাৰিছে।

নেক্সটজেন জিএছটি সংস্কাৰে দুগ্ধ উৎপাদকসকলক সবলীকৰণ কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰিব: প্ৰধানমন্ত্ৰী

September 04th, 08:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ দুগ্ধ উৎপাদক আৰু গ্ৰাম্য অৰ্থনীতিৰ প্ৰতি চৰকাৰৰ অটল দায়বদ্ধতাৰ কথা পুনৰ দৃঢ়তাৰে কয়। প্ৰধানমন্ত্ৰীয়ে পুষ্টি সুৰক্ষা নিশ্চিত কৰা আৰু সৰ্বাংগীন বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দিয়ে।

২ আগষ্টত বাৰাণসী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

July 31st, 06:59 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ আগষ্টৰ পুৱা ১১ বজাত উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে এই উপলক্ষে সভাত ভাষণ দিব।প্ৰকল্পসমূহে আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্যসেৱা, পৰ্যটন, নগৰ উন্নয়ন আৰু সাংস্কৃতিক ঐতিহ্যকে ধৰি একাধিক খণ্ডক সামৰি ল'ব , যাৰ লক্ষ্য হৈছে বাৰাণসীৰ সামগ্ৰিক নগৰ পৰিৱৰ্তন, সাংস্কৃতিক সজীৱতা, উন্নত সংযোগ, আৰু জীৱনৰ মান বৃদ্ধি কৰা।

পিএমএৱাইৰ অধীনত ৩ কোটি অতিৰিক্ত গ্ৰাম্য আৰু নগৰীয়া গৃহ নিৰ্মাণ কোটি কোটি ভাৰতীয়ৰ বাবে ‘জীয়াই থকাৰ সুচলতা’ৰ বাবে এক প্ৰেৰণা আৰু মৰ্যাদা - প্ৰধানমন্ত্ৰী

June 10th, 09:54 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ কোটি অতিৰিক্ত গ্ৰাম্য আৰু নগৰীয়া ঘৰ আবণ্টনৰ সিদ্ধান্তই আমাৰ দেশ গৃহ নিৰ্মাণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰৰ নিষ্ঠাক প্ৰতিফলিত কৰিছে, যাৰ লক্ষ্য হৈছে প্ৰতিগৰাকী নাগৰিকৰ জীৱনৰ মান উন্নত কৰা হৈছে।

সকলোকে সৰ্বশ্ৰেষ্ঠ পৰ্যটন ভিলেজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

February 21st, 03:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে, বিশেষকৈ যুৱপ্ৰজন্মক শ্ৰেষ্ঠ পৰ্যটন ভিলেজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে পৰ্যটন মন্ত্ৰালয়ে শ্ৰেষ্ঠ পৰ্যটন ভিলেজ প্ৰতিযোগিতা আৰম্ভ কৰিছে।

বস্ত্ৰশিল্পৰ ক্ষেত্ৰতো ‘প্ৰডাকশ্যন লিংকড ইনচেণ্টিভ’(পিএলআই) দিয়াৰ সিদ্ধান্তলৈ অনুমোদন। ইয়াৰ জৰিয়তে ভাৰতে বস্ত্ৰৰ বিশ্ব বাণিজ্যক্ষেত্ৰত থকা প্ৰতিপত্তি পুনৰ আহৰণ কৰাৰ দিশত অগ্ৰসৰ হ’ব

September 08th, 02:49 pm

‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোন সাকাৰ কৰাৰ দিশত অগ্ৰসৰ হোৱাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ‘এমএমএফ এপাৰেল’, ‘এমএমএফ ফেব্ৰিকছ’ আৰু অন্যান্য ১০টা গোট/কাৰিকৰী বস্ত্ৰৰ উতপাদিত সামগ্ৰী ক্ষেত্ৰত ১০,৬৮৩ কোটি টকাৰ প্ৰাককলিত পুঁজিসহ ‘উত্পাদন-সংযোজিত উদগণী’(পিএলআই) আঁচনি ৰূপায়ণৰ সিদ্ধান্তলৈ অনুমোদন জনাইছে। ‘আৰঅ’এছচিটিএল’, ‘আৰঅ’ডিটিইপি’ৰ লগতে প্ৰতিযোগিতামূলক দৰত কেঁচামালৰ যোগান, দক্ষতা বিকাশ আদিৰ দৰে চৰকাৰী খণ্ডৰ বাবে ‘পিএলআই আঁচনি’ ৰূপায়ণৰ এই সিদ্ধান্তই বস্ত্ৰ উত্পাদনৰ ক্ষেত্ৰখনৰ বাবে এক নতুন যুগৰ সূচনা কৰিব।

কেন্দ্ৰীয় মন্ত্ৰীসভাই বিপণন ঋতু ২০২২-২৩ৰ সন্দৰ্ভত ৰবি শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য (এমএছপি) বঢ়োৱাত মঞ্জুৰী দিয়ে

September 08th, 02:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক বিষয়ৰ মন্ত্ৰী মণ্ডলৰ সমিতিয়ে ৰবি বিপণন ঋতু (আৰএমএছ) ২০২২-২৩ৰ বাবে সকলো ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ত বৃদ্ধি কৰাত মঞ্জুৰী দিয়ে।

হিমাচল প্ৰদেশত ক’ভিড টীকাকৰণ অভিযানত জড়িত স্বাস্থ্যকৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

September 06th, 11:01 am

হিমাচল প্ৰদেশত আজি এজন ‘প্ৰধান সেৱক’ হিচাপেই নহয় বৰং পৰিয়াল এগৰাকী সদস্য হিচাপেও মই গৌৰৱ কৰাৰ সুযোগ লাভ কৰিছো। মই সৰু সৰু সা-সুবিধাসমূহৰ বাবেও সংঘৰ্ষ কৰা হিমাচলখনক দেখিছো, আৰু আজি বিকাশ-গাঁথা লিখি থকা হিমাচলখনকো প্ৰত্যক্ষ কৰিছো। এয়া সকলো দেৱী-দেৱতাৰ আশীৰ্বাদ, হিমাচল চৰকাৰৰ কৰ্মকুশলতা আৰু হিমাচলৰ প্ৰতিগৰাকী ব্যক্তিৰ সজাগতাৰে সম্ভৱ হৈছে। মই আকৌ এবাৰ যিসকলৰ সৈতে কথা পতাৰ সুযোগ পালো আৰ যি দৰে সকলোৱে কথা পাতিলে তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। মই গোটেই টীমটোকে ধন্যবাদ জনাইছো। হিমাচলে এটা টীমৰ ৰূপত কাম কৰি অদ্ভুত সাফল্য লাভ কৰিলে। মোৰ ফালৰ পৰা আপোনালোক আটাইকে বহুত বহুত শুভকামনা যাঁচিলো।

হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

September 06th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত ৰাজ্যখনৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, শ্ৰী জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী, শ্ৰী অনুৰাগ সিং ঠাকুৰ, সাংসদ, বিধায়ক, পঞ্চায়ত নেতা তথা অন্যান্যসকল উপস্থিত থাকে।

ক’ভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ

July 16th, 12:07 pm

ক’ৰোনাৰ বিৰুদ্ধে দেশখনৰ যুঁজত আপোনালোক সকলোৱে বহু গুৰুত্বপূৰ্ণ প্ৰসংগত আপোনালোকৰ স্থিতি দাঙি ধৰিছে। মাথো দুদিন পূৰ্বে, মই উত্তৰ পূবৰ সকলো সন্মানীয় মুখ্যমন্ত্ৰীসকলৰ সৈতেও এই প্ৰসংগত আলোচনা কৰিবলৈ সুযোগ পাইছিলো। মই ইয়াৰ যিকেইখন ৰাজ্যত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে, সেইকেইখনৰ ক্ষেত্ৰত বিশেষভাৱে কৈছো।

ছখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে ক’ভিড পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ আলোচনা

July 16th, 12:06 pm

ক’ভিড সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, ওড়িশা, মহাৰাষ্ট্ৰ আৰু কেৰালাৰ মুখ্যমন্ত্ৰীকেইগৰাকীৰে এক আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। আলোচনা সভাখনত কেন্দ্ৰীয় গৃহ মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীয়েও অংশ গ্ৰহণ কৰে। ক’ভিড পৰিস্থিতি চম্ভলাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে প্ৰতিষেধক প্ৰদান অভিযানৰ অগ্ৰগতি আৰু ক’ৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যসমূহত গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কীয় যাৱতীয় তথ্য প্ৰধানমন্ত্ৰীক অৱগত কৰে। আলোচনা কালত তেওঁলোকে প্ৰতিষেধক প্ৰদান অভিযানত গ্ৰহণ কৰা কৌশল সন্দৰ্ভত ৰাইজৰ মতামত সন্দৰ্ভতো তথ্য দাঙি ধৰে।

ৰাজ্য আৰু জিলাৰ বিষয়া-বৰ্গৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ

May 20th, 11:40 am

Prime Minister Shri Narendra Modi interacted with the state and district officials on the COVID-19 situation through video conference.

ক’ভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাজ্য আৰু জিলা পৰ্যায়ৰ বিষয়াবৰ্গৰে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

May 20th, 11:39 am

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে অব্যাহত অভিযানত কৰ্ম সম্পাদন কৰোতে লাভ কৰা বিভিন্ন অভিজ্ঞতা সন্দৰ্ভত ৰাজ্য তথা জিলা পৰ্যায়ৰ বিষয়াবৰ্গৰে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

ৰাজ্য আৰু জিলা পৰ্যায়ৰ বিষয়াসকলৰ সৈতে ক’ভিড-১৯ বিষয়ত প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপত প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

May 18th, 11:40 am

Prime Minister Modi through video conference interacted with field officials from States and Districts regarding their experience in handling the Covid-19 pandemic. During the interaction, the officials thanked the Prime Minister for leading the fight against the second wave of Covid from the front.

দেশৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত চিকিৎসকসকলৰ সৈতে আলোচনা প্রধানমন্ত্রী

May 18th, 11:39 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে এদল চিকিৎসকৰ সৈতে ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে৷

ক’ভিড আৰু টীকাকৰণ সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়

May 15th, 02:42 pm

বিষয়াসকলে ৰাজ্য তথা জিলা ভিত্তিক ক’ভিড-পৰিস্থিতিৰ লগতে নমুনা পৰীক্ষণ, অক্সিজেনৰ পৰ্যাপ্ততা, স্বাস্থ্য সেৱা আন্তঃগাঁথনি, টীকাকৰণৰ পৰিকল্পনা আদিৰ তথ্য সম্বলিত কৰি বিস্তৃত প্ৰতিবেদন দঙি ধৰাৰ ব্যৱস্থা কৰে।

ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা, ২০২১ প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 24th, 11:55 am

অনুষ্ঠানত মোৰ সৈতে সংযুক্ত হোৱা পঞ্চায়তীৰাজ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ জী, ৰাজস্থান, মধ্যপ্ৰদেশ, কৰ্ণাটক, হাৰিয়ানা, অৰুণাচলপ্ৰদেশ, উত্তৰপ্ৰদেশ, হিমাচলপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰাখণ্ডৰ সন্মানীয় মুখ্যমন্ত্ৰীসকল, হাৰিয়ানা উপ-মুখ্যমন্ত্ৰী, ৰাজ্যসমূহৰ পঞ্চায়তীৰাজ মন্ত্ৰী, গ্ৰামীণ বিকাশ মন্ত্ৰী, সমগ্ৰ দেশৰ গাঁও পঞ্চায়তৰ সৈতে জড়িত প্ৰতিনিধিবৰ্গ

স্বামীত্ব আঁচনিৰ অধীনত প্রধানমন্ত্রী ই-সম্পত্তি কার্ড বিতৰণৰ শুভাৰম্

April 24th, 11:54 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে স্বামীত্ব আঁচনিৰ অধীনত আজি ভিডিঅ’ কনফাৰেন্সযোগে ই-সম্পত্তি কার্ড বিতৰণৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ৪.৯ লাখ সম্পত্তিৰ মালিকানাধীন ব্যক্তিক ই-সম্পত্তি কার্ড প্ৰদান কৰা হয়। একেদৰে সমগ্ৰ দেশত আজিৰে পৰা স্বামীত্ব আঁচনিৰো শুভাৰম্ভ কৰা হৈছে। কেন্দ্রীয় মন্ত্রী শ্রী নৰেন্দ্র সিং তোমৰকে ধৰি কেইবাখনো ৰাজ্যৰ মূখ্যমন্ত্রী আৰু পঞ্চায়তীৰাজ মন্ত্রীসকল অনুষ্ঠানত উপস্থিত থাকে।