প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছত পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে ৰুদ্ৰাংশ খাণ্ডেলৱালক অভিনন্দন জনাইছে

October 24th, 05:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল SH1 P1 ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে ৰুদ্ৰাংশ খণ্ডেলৱালক অভিনন্দন জ্ঞাপন কৰে।

‘এছিয়ান পেৰা গে’মছ ২০২২’ত ‘মিক্সড ৫০ মিটাৰ ৰাইফল এছএইচ১ প্ৰতিযোগিতা’ত ৰুদ্ৰাংশ খাণ্ডেলৱালৰ ৰূপৰ পদক লাভৰ সাফল্য উদযাপন কৰে প্ৰধানমন্ত্ৰীয়ে

October 23rd, 06:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত ‘এছিয়ান পেৰা গে’মছ ২০২২’ত ‘মিক্সড ৫০ মিটাৰ ৰাইফল এছ এইচ ১ প্ৰতিযোগিতা’ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে ৰুদ্ৰাংশ খাণ্ডেলৱালক অভিনন্দন জ্ঞাপন কৰে।