প্ৰধানমন্ত্ৰীক সাক্ষাৎ ডব্লিউটিঅ’ৰ সঞ্চালক প্ৰধানৰ

March 19th, 09:55 pm

বিশ্ব বাণিজ্য সংস্থা(ডব্লিউটিঅ’)ৰ মন্ত্ৰীবৰ্গৰে এক অনানুষ্ঠানিক বৈঠকত মিলিত হোৱাৰ উদ্দেশ্যে নতুন দিল্লী উপস্থিত হোৱা ডব্লিউটিঅ’ সঞ্চালকপ্ৰধান শ্ৰীযুত ৰবাৰ্টো আজিভেডোই আজি প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে।