নতুন দিল্লীত অনুষ্ঠিত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

October 17th, 11:09 pm

শ্ৰীলংকাৰ মহামন্ত্ৰী প্ৰধানমন্ত্ৰী হাৰিণী অমৰাসুৰিয়া জী, অষ্ট্ৰেলিয়াৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰ বন্ধু টনি এবোট জী, ব্ৰিটেইনৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাক জী, বিশিষ্ট অতিথিসকল, ভদ্ৰলোকগণ আৰু ভদ্ৰমহিলাসকল, নমস্কাৰ!

নতুন দিল্লীত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

October 17th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত ভাষণ প্ৰদান কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনায়। সকলো নাগৰিকলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে উৎসৱমুখৰ পৰিৱেশৰ মাজতে এন ডি টি ভি বিশ্ব সন্মিলন অনুষ্ঠিত কৰা হৈছে। তেওঁ অধিৱেশনৰ বিষয়বস্তু—“আনষ্টপেবল ইণ্ডিয়া”—ৰ শলাগ লৈ মন্তব্য কৰে যে ই সঁচাকৈয়ে উপযুক্ত, কিয়নো আজি ভাৰতে ৰুদ্ধ হোৱাৰ ভাবনা ৰখা নাই। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, “ভাৰত ৰৈ নাথাকে, থমকি ৰ’বও নোৱাৰে, ১৪০ কোটি ভাৰতীয়ই দ্ৰুতগতিত আগবাঢ়িছে, একেলগে”।

PM Modi expresses gratitude to world leaders for birthday wishes

September 17th, 03:03 pm

The Prime Minister Shri Narendra Modi expressed his gratitude to the world leaders for greetings on his 75th birthday, today.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীযুত ঋষি সুনক আৰু তেওঁৰ পৰিয়ালৰ

February 18th, 10:49 pm

নতুন দিল্লীত আজি ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীযুত ঋষি সুনক আৰু তেওঁৰ পৰিয়ালে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

ঋষি সুনাকক তেওঁৰ নেতৃত্বৰ বাবে ধন্যবাদ জনাইছে প্ৰধানমন্ত্ৰীয়ে

July 05th, 07:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত আৰু ইউনাইটেড কিংডমৰ মাজৰ সম্পৰ্ক প্ৰগাঢ় কৰাত আগবঢ়োৱা অৱদান তথা তেওঁৰ নেতৃত্বৰ বাবে ইউনাইটেড কিংডমৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ঋষি সুনাকক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী সুনাকে দেশখনৰ সাধাৰণ নিৰ্বাচনৰ পিছত ইতিমধ্যে পদত্যাগ কৰিছে।

জি-৭ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

June 14th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ আপুলিয়াত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰিটেইনৰ ঋষি সুনাকৰ সৈতে বৈঠকত মিলিত হয়। একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে শ্ৰী মোদীক প্ৰধানমন্ত্ৰী সুনাকে অভিনন্দন জনায়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে দুয়োখন দেশৰ মিলিত দায়বদ্ধতাক পুনৰ দোঁহাৰে।

নৰেন্দ্ৰ মোদীক পুনৰবাৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ

June 05th, 07:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

March 12th, 08:40 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

November 03rd, 11:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

ইউনাইটেড কিংডমৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

September 09th, 05:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ একাষৰীয়াকৈ ইউনাইটেড কিংডমৰ প্ৰধানমন্ত্ৰী মহামহিম ঋষি ছুনাক ডাঙৰীয়াৰ সৈতে ৯ ছেপ্টেম্বৰ, ২০২৩ত এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ২০২২ চনৰ অক্টোবৰ মাহত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰধানমন্ত্ৰী ছুনাকৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ।

জি-২০ সন্মিলনলৈ অহা নেতাসকলক আদৰণি প্ৰধানমন্ত্ৰীৰ

September 08th, 08:13 pm

২০২৩ৰ ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ বাবে উপস্থিত হোৱা নেতাসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উষ্ম আদৰণি জনাইছে।

Prime Minister’s meeting with Prime Minister of the United Kingdom

May 21st, 09:42 am

PM Modi met H.E. Mr. Rishi Sunak, Prime Minister of the United Kingdom in Hiroshima on the sidelines of the G-7 Summit. They agreed to deepen cooperation across a wide range of areas, such as trade & investment, science & technology, higher education, and people to people relationship.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী শ্ৰী ঋষি ছুনাকৰ সৈতে টেলিফোনত কথা পাতে

April 13th, 09:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউনাইটেড কিংডমৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী ঋষি ছুনাকৰ সৈতে টেলিফোনত কথা পাতে।

Prime Minister's meeting with the Prime Minister of the United Kingdom on the sidelines of G-20 Summit in Bali

November 16th, 03:54 pm

Prime Minister Narendra Modi met Rt. Hon. Rishi Sunak, Prime Minister of the United Kingdom on the sidelines of the G-20 Summit in Bali. The two leaders expressed satisfaction at the state of the wide-ranging India-UK Comprehensive Strategic Partnership and progress on the Roadmap 2030 for Future Relations.

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ সন্দৰ্ভত ঋষি সুনাকৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

October 27th, 09:25 pm

প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীয়ে ঋষি সুনাকৰ সৈতে কথা পাতি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ বাবে অভিনন্দন জনাইছে।

PM congratulates Rishi Sunak on being chosen as UK PM

October 24th, 09:15 pm

The Prime Minister, Shri Narendra Modi congratulated Mr Rishi Sunak for becoming the next Prime Minister of the United Kingdom.