LDF and UDF have looted Keralam for decades through a tacit understanding: PM Modi in Palakkad, Keralam

March 29th, 03:00 pm

Prime Minister Narendra Modi today addressed a massive public gathering in Palakkad, highlighting the growing momentum for change in Keralam and expressing confidence in the rising support for the BJP-led NDA in the state. “I can clearly see a different atmosphere in the state this time. Keralam is sending a message of change,” he said.

PM Modi’s speech sparks massive enthusiasm in Palakkad, Keralam

March 29th, 02:45 pm

Prime Minister Narendra Modi today addressed a massive public gathering in Palakkad, highlighting the growing momentum for change in Keralam and expressing confidence in the rising support for the BJP-led NDA in the state. “I can clearly see a different atmosphere in the state this time. Keralam is sending a message of change,” he said.

ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত নেতাসকলৰ পূৰ্ণাংগ অধিৱেশনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া মন্তব্যৰ মূল পাঠ

February 19th, 01:00 pm

কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনৰ বাবে আপোনালোক সকলোকে ভাৰতলৈ পুনৰ স্বাগতম জনাই মই অতি আনন্দিত হৈছো। মই আত্মবিশ্বাসী যে এই সন্মিলনখনে মানৱ-কেন্দ্ৰিক, সংবেদনশীল গোলকীয় কৃত্ৰিম বুদ্ধিমত্তা পৰিবেশতন্ত্ৰ গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ভাৰত এ আই ইমপেক্ট ছামিট ২০২৬ৰ সময়ত নেতাসকলৰ পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

February 19th, 12:39 pm

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ভাৰত এ আই ইমপেক্ট ছামিট ২০২৬ৰ নেতাসকলৰ পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বক্তব্য আগবঢ়ায়। ভাৰতত অনুষ্ঠিত এআই ইমপেক্ট ছামিটৰ অংশগ্ৰহণকাৰীসকলক পুনৰবাৰ আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই সন্মিলনে মানৱকেন্দ্ৰিক আৰু প্ৰতিক্ৰিয়াশীল বিশ্ব এ আই পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰিব। তেওঁ কয় যে ইতিহাসে দেখুৱাইছে যে মানৱতাই সদায় প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰি আহিছে আৰু আজি প্ৰত্যাহ্বানক মানৱতাৰ বাবে উত্তম সুযোগলৈ ৰূপান্তৰিত কৰাৰ এক মুহূৰ্ত।

The bond between India & Guyana is of soil, of sweat, of hard work: PM Modi

November 21st, 08:00 pm

Prime Minister Shri Narendra Modi addressed the National Assembly of the Parliament of Guyana today. He is the first Indian Prime Minister to do so. A special session of the Parliament was convened by Hon’ble Speaker Mr. Manzoor Nadir for the address.

PM Modi addresses the Parliament of Guyana

November 21st, 07:50 pm

PM Modi addressed the National Assembly of Guyana, highlighting the historical ties and shared democratic ethos between the two nations. He thanked Guyana for its highest honor and emphasized India's 'Humanity First' approach, amplifying the Global South's voice and fostering global friendships.

I consider industry, and also the private sector of India, as a powerful medium to build a Viksit Bharat: PM Modi at CII Conference

July 30th, 03:44 pm

Prime Minister Narendra Modi attended the CII Post-Budget Conference in Delhi, emphasizing the government's commitment to economic reforms and inclusive growth. The PM highlighted various budget provisions aimed at fostering investment, boosting infrastructure, and supporting startups. He underscored the importance of a self-reliant India and the role of industry in achieving this vision, encouraging collaboration between the government and private sector to drive economic progress.

প্ৰধানমন্ত্ৰীয়ে 'বিকশিত ভাৰতৰ দিশে যাত্ৰা: কেন্দ্ৰীয় বাজেটোত্তৰ সন্মিলন ২০২৪-২৫'-শীৰ্ষক ভাৰতীয় উদ্যোগ পৰিষদৰ(চিআইআই)দ্বাৰা আয়োজিত সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ দিয়ে

July 30th, 01:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতীয় উদ্যোগ পৰিষদৰ দ্বাৰা আয়োজিত 'জাৰ্নি টু বিকচিট ভাৰতঃ এ পোষ্ট ইউনিয়ন বাজেট ২০২৪-২৫ সন্মিলন'ৰ উদ্বোধনী অধিৱেশনত ভাষণ দিয়ে। সন্মিলনৰ উদ্দেশ্য হৈছে বিকাশৰ বাবে চৰকাৰৰ দৃষ্টিভংগী আৰু উদ্যোগটোৰ ভূমিকাৰ ৰূপৰেখা উপস্থাপন কৰা। উদ্যোগ, চৰকাৰ আৰু কূটনৈতিক সম্প্ৰদায় পৰা ১০০০ ৰো অধিক অংশগ্ৰহণকাৰীয়ে ব্যক্তিগতভাৱে সন্মিলনখনত অংশগ্ৰহণ কৰিছিল। আনহাতে বহুতে দেশ-বিদেশৰ বিভিন্ন চিআইআই কেন্দ্ৰৰ পৰাও সংযুক্ত আছিল।

দ্বিতীয় ভইচ অফ গ্ল’বেল ছাউথ ছামিটৰ সময়ত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী বক্তব্যৰ অসমীয়া অনুবাদ

November 17th, 04:03 pm

যোৱা বছৰৰ ডিচেম্বৰ মাহত যেতিয়া ভাৰতে জি-২০ৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিছিল, তেতিয়া আমি এই মঞ্চত গ্ল’বেল ছাউথৰ দেশসমূহৰ কণ্ঠ বৃদ্ধি কৰাটো আমাৰ দায়িত্ব বুলি বিবেচনা কৰিছিলোঁ। আমাৰ অগ্ৰাধিকাৰ আছিল জি-২০ক বিশ্ব সৰ্বাংগীন আৰু মানৱকেন্দ্ৰিক কৰি তোলা। আমাৰ প্ৰচেষ্টা এই যে জি-২০ৰ কেন্দ্ৰবিন্দু হ’ব লাগে-জনসাধাৰণৰ, জনসাধাৰণৰ দ্বাৰা আৰু জনসাধাৰণৰ বাবে উন্নয়ন। এই উদ্দেশ্যৰেই আমি চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে ভইচ অৱ গ্ল’বেল ছাউথ ছামিটৰ আয়োজন কৰিলোঁ। ভাৰতৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত ২০০ৰো অধিক জি-২০ বৈঠকত আমি গ্ল’বেল ছাউথৰ অগ্ৰাধিকাৰক প্ৰাধান্য দিলোঁ। ফলত আমি নতুন দিল্লী নেতাসকলৰ ঘোষণা পত্ৰত গ্ল’বেল ছাউথৰ বিষয়সমূহত সকলোৰে সন্মতি লাভ কৰাত সফল হ’লোঁ।

কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

September 10th, 10:31 am

'কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলন'ৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু অভিনন্দন জনাইছো। এই অনুষ্ঠানটো আজিৰ নতুন ভাৰতত আমি বহন কৰি থকা 'সবকা প্ৰয়াস'ৰ আত্মাৰ এক জীৱন্ত উদাহৰণ।

PM inaugurates ‘Centre-State Science Conclave’ in Ahmedabad via video conferencing

September 10th, 10:30 am

PM Modi inaugurated the ‘Centre-State Science Conclave’ in Ahmedabad. The Prime Minister remarked, Science is like that energy in the development of 21st century India, which has the power to accelerate the development of every region and the development of every state.

কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত ‘বিপ্লৱী ভাৰত বিথিকা’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

March 23rd, 06:05 pm

পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰীমান জগদীপ ধনখড় জী, কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী শ্ৰী কিষণ ৰেড্ডী জী, ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’-ৰে জড়িত সকলো মহানুভৱ, বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকল, কলা আৰু সাংস্কৃতিক জগতৰ দিগগজসকল, আইসকলৰ লগতে সজ্জনসকল!

শ্বহীদ দিৱসত কলকাতাৰ ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

March 23rd, 06:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে। এই অনুষ্ঠানত পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী জগদীপ ধনখৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী উপস্থিত আছিল।

This year’s budget has set the ‘Gatishakti’ of India’s development in 21st century: PM Modi

February 28th, 01:05 pm

The Prime Minister, Shri Narendra Modi addressed a webinar on the vision of GatiShakti and its convergence with Union Budget 2022, today. This is sixth webinar in the series of post budget webinars addressed by the Prime Minister.

‘ভিছন গতি-শক্তি’ শীৰ্ষক বাজেট-উত্তৰ ৱে’বিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ

February 28th, 10:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিছন গতি-শক্তি তথা কেন্দ্ৰীয় বাজেট ২০২২ৰে ইয়াৰ সামঞ্জস্য সাধন’ শীৰ্ষক এক বাজেট-উত্তৰ ৱে’বিনাৰত ভাষণ প্ৰদান কৰে। বাজেট-উত্তৰ ৱে’বিনাৰ শৃংখলত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা এইটো হৈছে ষষ্ঠটো ভাষণ।

কৃষিখণ্ডত ২০২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত আয়োজিত ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 24th, 10:13 am

মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী, ৰাজ্য চৰকাৰৰ প্ৰতিনিধিবৰ্গ, উদ্যোগ আৰু অকাডেমীৰ সৈতে জড়িত সকলো বন্ধু, কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে জড়িত আমাৰ কৃষক ভাই-ভনীসকল, ভদ্ৰ পুৰুষ-মহিলাসকল!

কৃষি খণ্ডত কেন্দ্ৰীয় বাজেট, ২০২২ ৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত এখনি ৱেবিনাৰ সম্বোধন প্ৰধানমন্ত্ৰীৰ

February 24th, 10:03 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি খণ্ডত কেন্দ্ৰীয় বাজেট, ২০২২ ৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত এখনি ৱেবিনাৰ সম্বোধন কৰে। তেখেতে কৃষি খণ্ডক সুদৃঢ়কৰণৰ ক্ষেত্ৰত বাজেটখনিয়ে কেনেধৰণেৰে অৰিহণা যোগাব, সেই বিষয়ে আলোচনা কৰে। ৱেবিনাৰখনিয়ে 'স্মাৰ্ট কৃষি'- ৰূপায়ণৰ ৰণনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই কাৰ্য্যসূচীত সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্য চৰকাৰসমূহৰ প্ৰতিনিধি, উদ্যোগ আৰু শিক্ষা জগতৰ প্ৰতিনিধি আৰু বিভিন্ন কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ জৰিয়তে কৃষকসকল উপস্থিত থাকে।

বিভিন্ন জিলাৰ দণ্ডাধীশসকলৰ সৈতে হোৱা কথোপকথনৰ পিচত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সমৰণি মন্তব্যৰ পাঠ

January 22nd, 12:01 pm

জিলা শাসকসকলে নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি জনায় যে তেওঁলোকৰ প্রয়াসৰ ফলত একাধিক ক্ষেত্রত এই জিলাসমূহে উন্নয়নৰ সূচকত অগ্রগতি কৰিছে। প্রধানমন্ত্রীয়ে জিলা শাসকসকলৰ ফালৰ পৰা সাফল্যৰ অন্তৰালত নিহিত বিভিন্ন পদক্ষেপ সম্পর্কে পোনপটীয়াকৈ মতামত জানিব বিচাৰে। জিলা শাসকসকলে বিভিন্ন কর্মসূচীৰ ৰূপায়ণত যি ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে, সেই সম্পর্কেও প্রধানমন্ত্রীয়ে খবৰ লয়। প্রধানমন্ত্রীয়ে এইটোও জানিব বিচাৰে যে, ইতিপূৰ্বে যিবোৰ প্রকল্পৰ কামত তেওঁলোকে তত্ত্বাবধান কৰিছে, তাৰ পৰা এতিয়া উন্নয়নত আগ্রহী জিলাত ৰূপায়িত কর্মসূচীবিলাকৰ পার্থক্য কিমান। জিলা শাসকসকলে কয়, জন-ভাগীদাৰী বা সকলোৰে অংশগ্রহণ বিভিন্ন প্রকল্পৰ সাফল্যত গুৰুত্বপূর্ণ হাথিয়াৰ হৈ উঠিছে। জিলা শাসকসকলে জনায়, কেনেকৈ তেওঁলোকে সাধাৰণ মানুহক বিভিন্ন প্রকল্প ৰূপায়ণত সক্রিয় অংশগ্রহণৰ বাবে উদ্বুদ্ধ কৰিছে আৰু কেনেকৈ তেওঁলোকে সাধাৰণ মানুহৰ মনত এই ধাৰণা গঢ়ি তুলিছে যে তেওঁলোকে কেৱল কামেই কৰা নাই, বৰং দেশৰ সেৱা কৰিছে। এই সকলো বিষয়ত নিজৰ অভিজ্ঞতা ভাগ কৰি লোৱাৰ সমান্তৰালকৈ জিলা শাসকসকলে আন্তঃদপ্তৰ সমন্বয় বঢ়োৱাৰ আৰু তথ্য-নির্ভৰ প্রশাসন ব্যৱস্থাৰ সুবিধা সম্পর্কেও মতামত দাঙি ধৰে।

বিভিন্ন জিলাত গুৰুত্বপূর্ণ চৰকাৰী কর্মসূচীৰ ৰূপায়ণ সন্দৰ্ভত জিলা শাসকসকলৰ সৈতে প্রধানমন্ত্রীৰ মতবিনিময়

January 22nd, 11:59 am

জিলা শাসকসকলে নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি জনায় যে তেওঁলোকৰ প্রয়াসৰ ফলত একাধিক ক্ষেত্রত এই জিলাসমূহে উন্নয়নৰ সূচকত অগ্রগতি কৰিছে। প্রধানমন্ত্রীয়ে জিলা শাসকসকলৰ ফালৰ পৰা সাফল্যৰ অন্তৰালত নিহিত বিভিন্ন পদক্ষেপ সম্পর্কে পোনপটীয়াকৈ মতামত জানিব বিচাৰে। জিলা শাসকসকলে বিভিন্ন কর্মসূচীৰ ৰূপায়ণত যি ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে, সেই সম্পর্কেও প্রধানমন্ত্রীয়ে খবৰ লয়। প্রধানমন্ত্রীয়ে এইটোও জানিব বিচাৰে যে, ইতিপূৰ্বে যিবোৰ প্রকল্পৰ কামত তেওঁলোকে তত্ত্বাবধান কৰিছে, তাৰ পৰা এতিয়া উন্নয়নত আগ্রহী জিলাত ৰূপায়িত কর্মসূচীবিলাকৰ পার্থক্য কিমান। জিলা শাসকসকলে কয়, জন-ভাগীদাৰী বা সকলোৰে অংশগ্রহণ বিভিন্ন প্রকল্পৰ সাফল্যত গুৰুত্বপূর্ণ হাথিয়াৰ হৈ উঠিছে। জিলা শাসকসকলে জনায়, কেনেকৈ তেওঁলোকে সাধাৰণ মানুহক বিভিন্ন প্রকল্প ৰূপায়ণত সক্রিয় অংশগ্রহণৰ বাবে উদ্বুদ্ধ কৰিছে আৰু কেনেকৈ তেওঁলোকে সাধাৰণ মানুহৰ মনত এই ধাৰণা গঢ়ি তুলিছে যে তেওঁলোকে কেৱল কামেই কৰা নাই, বৰং দেশৰ সেৱা কৰিছে। এই সকলো বিষয়ত নিজৰ অভিজ্ঞতা ভাগ কৰি লোৱাৰ সমান্তৰালকৈ জিলা শাসকসকলে আন্তঃদপ্তৰ সমন্বয় বঢ়োৱাৰ আৰু তথ্য-নির্ভৰ প্রশাসন ব্যৱস্থাৰ সুবিধা সম্পর্কেও মতামত দাঙি ধৰে।

বিশ্ব অৰ্থনৈতিক মঞ্চৰ ডাভোচ সন্মিলনত প্ৰধানমন্ত্ৰীৰ 'ষ্টেট অৱ দ্য ৱৰ্ল্ড' শীৰ্ষক সম্বোধনৰ অসমীয়া অনুবাদ

January 17th, 08:31 pm

১৩০ কোটি ভাৰতীয়ৰ হৈ মই বিশ্ব অৰ্থনৈতিক মঞ্চত সমবেত সমগ্ৰ বিশ্বখনৰ বিশিষ্ট ব্যক্তিসকলক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি মই আপোনাসৱৰ সৈতে কথা পাতি থকা সময়তে ভাৰতে সাৱধানতা আৰু সতৰ্কতাৰে আন এটা ক’ৰোনা ঢৌৰে মোকাবিলা কৰি আছে। সমান্তৰালভাৱে, ভাৰতে তদুপৰি বহু আশাব্যঞ্জক ফলাফলেৰে অৰ্থনৈতিক ক্ষেত্ৰখনত আগুৱাই গৈছে। আজি ভাৰত স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ উত্তেজনাৰে পৰিপূৰ্ণ আৰু লগতে মাত্ৰ এবছৰতে ১৬০ কোটি ক’ৰোনা ভেকচিনৰ পালি প্ৰদানৰ আত্মবিশ্বাসেৰে ভৰি পৰিছে।