ভাৰত - কোৰিয়া গণৰাজ্যৰ বহনক্ষমতাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ত যুটীয়া বিবৃতি

April 20th, 10:55 pm

“দুয়ো পক্ষ” বুলি অভিহিত কৰি ভাৰত গণৰাজ্য আৰু কোৰিয়া গণৰাজ্যই জলবায়ু পৰিৱৰ্তন, সামুদ্ৰিক আৰু মেৰুৰ বিষয়ত ব্যৱহাৰিক সহযোগিতাৰ জৰিয়তে বিশ্ব বহনক্ষমতাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হয়।

ভাৰত-কোৰিয়া গণৰাজ্যৰ কৌশলগত অংশীদাৰিত্বৰ বাবে যৌথ দৃষ্টিভংগী প্ৰকাশ

April 20th, 10:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে ম্যুঙে ১৯ – ২১ এপ্ৰিল, ২০২৬ তাৰিখে ভাৰত ভ্ৰমণ কৰে , এয়া কোৰিয়াৰ এগৰাকী ৰাষ্ট্ৰপতিয়ে কাৰ্যভাৰ গ্ৰহণৰ পিছতেই কৰা ভাৰত ভ্ৰমণ। ৰাষ্ট্ৰপতি লি জে ম্যুঙৰ সৈতে মন্ত্ৰী, কোৰিয়ান কোম্পানীসমূহৰ জ্যেষ্ঠ বিষয়া আৰু আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকে।

ফলাফলৰ তালিকা: কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ

April 20th, 03:57 pm

ভাৰত-কোৰিয়া গণৰাজ্যৰ বিশেষ কৌশলগত অংশীদাৰিত্বৰ বাবে যুটীয়া কৌশলগত দৃষ্টিভংগী গ্ৰহণ

Delegation of Special Envoys from the Republic of Korea meets Prime Minister

July 17th, 06:40 pm

A delegation of Special Envoys from the Republic of Korea (ROK), led by Mr. Kim Boo Kyum, met the Prime Minister, Shri Narendra Modi in New Delhi today.

জি-৭ সন্মিলনৰ আঁৰত কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী

June 18th, 03:17 pm

১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে-মিউঙৰে মিলিত হয়। শ্ৰী মোদীয়ে কয় যে ভাৰত আৰু কোৰিয়া গণৰাজ্যই বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, সেউজ হাইড্ৰজেন, জাহাজ নিৰ্মাণ আদি খণ্ডত একেলগে কাম কৰিব বিচাৰে।

কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

May 20th, 12:06 pm

তেওঁলোকে ভাৰত–কোৰিয়া গণৰাজ্য বিশেষ কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতি পৰ্যালোচনা কৰি বিশেষকৈ বাণিজ্য আৰু বিনিয়োগ, উচ্চ প্ৰযুক্তি, আই টি হাৰ্ডৱেৰ নিৰ্মাণ, প্ৰতিৰক্ষা, অৰ্ধপৰিবাহী আৰু সংস্কৃতিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে।

‘আৰআৰআৰ’ চলচ্চিত্ৰৰ পৰা সংগ্ৰহ কৰা ‘নাটু নাটু’ নৃত্যটি ‘শ্বেয়াৰ’ কৰিলে কোৰিয়াৰ ভাৰতস্থিত দূতাবাসে

February 26th, 11:09 am

কোৰিয়াৰ ভাৰতস্থিত দূতাবাসে ‘আৰআৰআৰ’ চলচ্চিত্ৰৰ ‘নাটু নাটু’ নৃত্যটি ‘শ্বেয়াৰ’ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এয়া প্ৰাণৱন্ত আৰু আকৰ্ষণীয় দলীয় প্ৰচেষ্টা’ বুলি অভিহিত কৰে।

কাৰ্যভাৰ গ্ৰহণ কৰা দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতিক শুভেচ্ছা আৰু অভিনন্দন প্রধানমন্ত্রীৰ

May 10th, 12:52 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে য়ুন ছুক ইয়লক শুভেচ্ছা আৰু অভিনন্দন জনাইছে৷

কোৰিয়া গণৰাজ্যৰ নিৰ্বাচিত-ৰাষ্ট্ৰপতি মহামহিম ইউন চুক-ইয়লৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 17th, 02:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগবেলা কোৰিয়া গণৰাজ্যৰ নিৰ্বাচিত-ৰাষ্ট্ৰপতি মহামহিম ইউন চুক-ইয়লৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।