এখন ‘বিকশিত ভাৰত’ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব: ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদী
December 28th, 11:30 am
‘মন কী বাত’-ৰ বছৰটোৰ অন্তিমটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২৫ চনত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা, ক্ৰীড়া, বিজ্ঞান পৰীক্ষাগাৰ আৰু বিশ্ব মঞ্চসমূহত নিজৰ নাম উজলাই তুলিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ২০২৬ চনত দেশখনে নতুন সংকল্পৰে আগবাঢ়ি যাবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত যুৱ নেতা আলাপ’, ‘কুইজ প্ৰতিযোগিতা’, ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৫’ আৰু ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ আদিৰ দৰে যুৱকেন্দ্ৰিক পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰে।প্ৰধানমন্ত্ৰী মোদীৰ ফ্ৰান্স ভ্ৰমণ: কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰা আৰু এআই সহযোগিতাত অগ্ৰণী ভূমিকা পালন
February 13th, 03:06 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া ফ্ৰান্স আৰু আমেৰিকাৰ কূটনৈতিক ভ্ৰমণে ভাৰতৰ বিশ্ব মিত্ৰতা শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰভাৱ পেলাইছে, য’ত কৃত্ৰিম বুদ্ধিমত্তা (এআই), অৰ্থনৈতিক সংস্কাৰ আৰু ঐতিহাসিক সম্পৰ্কক সন্মান জনোৱাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। এই বিস্তৃত ভ্ৰমণে দায়িত্বশীল এআই বিকাশ, অৰ্থনৈতিক সহযোগিতা আৰু কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ফ্ৰান্স ভ্ৰমণ সন্দৰ্ভত ভাৰত-ফ্ৰান্সৰ যুটীয়া বিবৃতি
February 12th, 03:22 pm
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰ’ৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ফ্ৰান্স ভ্ৰমণ কৰে। ২০২৫ চনৰ ১০ আৰু ১১ ফেব্ৰুৱাৰীত ফ্ৰান্স আৰু ভাৰতে ব্লেচলি পাৰ্ক (২০২৩ চনৰ নৱেম্বৰ) আৰু ছিউল (২০২৪ চনৰ মে’) সন্মিলনৰ সময়ত লাভ কৰা গুৰুত্বপূৰ্ণ কৃতিত্বক গঢ়ি তুলিবলৈ কৃত্ৰিম বুদ্ধিমত্তা কাৰ্য সন্মিলনৰ সহ-অধ্যক্ষতা হিচাপে কাম কৰে। এই সন্মিলনত ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী, আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ নেতা, ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগৰ মুৰব্বী, শিক্ষাবিদ, বেচৰকাৰী সংস্থা, শিল্পী আৰু নাগৰিক সমাজৰ সদস্যসকল উপস্থিত থাকে। তেওঁলোকে বিশ্বজুৰি এআই খণ্ডই যাতে জনস্বাৰ্থত লাভজনক সামাজিক, অৰ্থনৈতিক আৰু পৰিৱেশগত ফলাফল লাভ কৰে তাৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সত অনুষ্ঠিত এআই কাৰ্য সন্মিলনৰ সফল আয়োজনৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰ’ক অভিনন্দন জনায়। পৰৱৰ্তী এআই সন্মিলন আয়োজন কৰাৰ বাবে ফ্ৰান্সে ভাৰতক অভিনন্দন জনায়।AAP-da's sinking ship will drown in Yamuna Ji: PM Modi in Kartar Nagar, Delhi
January 29th, 01:16 pm
PM Modi today, addressed a massive crowd in Kartar Nagar, declared that Delhi had rejected excuses, fake promises, and deception. He asserted that the city demanded a double-engine BJP government focused on welfare and development, ensuring housing, modernization, piped water, and an end to the tanker mafia. Confident of victory, he proclaimed, On February 5th, AAP-da Jayegi, BJP Aayegi!”PM Modi’s power-packed rally in Kartar Nagar ignites BJP’s campaign
January 29th, 01:15 pm
PM Modi today, addressed a massive crowd in Kartar Nagar, declared that Delhi had rejected excuses, fake promises, and deception. He asserted that the city demanded a double-engine BJP government focused on welfare and development, ensuring housing, modernization, piped water, and an end to the tanker mafia. Confident of victory, he proclaimed, On February 5th, AAP-da Jayegi, BJP Aayegi!”দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত আয়োজিত এনচিচি ৰেলীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
January 27th, 05:00 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং জী, সঞ্জয় ছেঠ জী, চিডিএছ- জেনেৰেল অনিল চৌহান জী, তিনিওটা সশস্ত্ৰ বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, আন-আন অতিথি আৰু এনচিচিৰ মোৰ মৰমৰ বন্ধুসকল!এন চি চিৰ বাৰ্ষিক পি এম ৰেলীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
January 27th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ কৰিয়াপ্পা পেৰেড খেলপথাৰত বাৰ্ষিক নেচনেল কেডেট কৰ্পছৰ পিএম ৰেলীত ভাষণ আগবঢ়ায়। শ্ৰী মোদীয়ে সাংস্কৃতিক অনুষ্ঠান প্ৰত্যক্ষ কৰি শ্ৰেষ্ঠ কেডেট বঁটা প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষে সমাৱেশক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে ১৮খন বন্ধুত্বপূৰ্ণ দেশৰ পৰা অংশগ্ৰহণ কৰা প্ৰায় ১৫০জন কেডেটক আদৰণি জনায়। তেওঁ মেৰা যুৱ ভাৰত (MY Bharat) পৰ্টেলৰ জৰিয়তে ভাৰ্চুৱেলি যোগদান কৰা সমগ্ৰ ভাৰতৰ যুৱক-যুৱতীসকলক অভিনন্দন জনায়।ভাৰতৰ ৭৬ সংখ্যক ‘গণৰাজ্য দিৱস’ত শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
January 27th, 11:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ‘মহামহিম’ ইমানুৱেল মেক্ৰন আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ‘মহামহিম’ মিচেল মাৰ্টিনক ভাৰতৰ ৭৬ সংখ্যক ‘গণৰাজ্য দিৱস’ত শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসত শুভেচ্ছা জনোৱা বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ দিয়ে
January 26th, 10:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসত শুভেচ্ছা জনোৱাৰ বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী পাটংটাৰ্ণ শ্বিনাৱাত্ৰাক ধন্যবাদ জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে ২৭ জানুৱাৰীত দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচি পিএম ৰেলীত ভাষণ দিব
January 26th, 07:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জানুৱাৰী, ২০২৫ত বিয়লি প্ৰায় ৪.৩০ বজাত দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত বাৰ্ষিক এনচিচি পিএম ৰেলীত ভাষণ দিব।ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিশ্বনেতাসকলক ধন্যবাদ জনাইছে
January 26th, 05:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসত বিশ্বনেতাসকলক অভিনন্দন আৰু শুভেচ্ছা জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। নেপালৰ প্ৰধানমন্ত্ৰীয়ে এক্সত দিয়া এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়।এই সুন্দৰ কুচকাৱাজত সাংস্কৃতিক ঐতিহ্য আৰু সামৰিক শৌৰ্য প্ৰদৰ্শিত হৈছে: প্ৰধানমন্ত্ৰী
January 26th, 03:41 pm
‘গণৰাজ্য দিৱস উদযাপন ২০২৫’ৰ দৃশ্যাংশসমূহ সহভাগ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক বৈচিত্ৰ্যৰ মাজত ভাৰতৰ ঐক্যৰ এক জীৱন্ত প্ৰদৰ্শন বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে এই সুন্দৰ কুচকাৱাজে সাংস্কৃতিক ঐতিহ্য আৰু সামৰিক শৌৰ্য প্ৰদৰ্শন কৰিলে।ভাৰতে উদযাপন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস
January 26th, 12:30 pm
কৰ্তব্য পথত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত ভাৰতৰ ঐক্য, শক্তি আৰু ঐতিহ্য প্ৰদৰ্শন কৰা হয়। ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব'ৱ' ছুবিয়ানটোও উপস্থিত আছিল। সশস্ত্ৰ বাহিনীৰ মাৰ্চিং দলসমূহে অনুশাসন আৰু বীৰত্ব প্ৰদৰ্শন কৰাৰ বিপৰীতে সজীৱ সাংস্কৃতিক প্ৰদৰ্শনে ভাৰতৰ চহকী বৈচিত্ৰ্যক উজ্জ্বল কৰি তোলে। ভাৰতীয় বায়ুসেনাৰ শ্বাসৰুদ্ধকৰ ফ্লাইপাষ্টে দৰ্শকক মোহিত কৰি তুলিলে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকা লোকসকলক শুভেচ্ছাও জ্ঞাপন কৰে।দেশবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
January 26th, 08:30 am
গণৰাজ্য দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে আজি আমি গণৰাজ্য হোৱাৰ ৭৫টা গৌৰৱময় বছৰ উদযাপন কৰিছো।PM Modi shares Rashtrapati Ji's inspiring address on the eve of 76th Republic Day
January 25th, 10:09 pm
The Prime Minister Shri Narendra Modi today thanked Rashtrapati ji for an inspiring address to the nation ahead of the Republic Day. He remarked that the President highlighted many subjects and emphasised the greatness of our Constitution and the need to keep working towards national progress.ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়েন্টোক আদৰণি জনাই ভাৰতে সন্মানিত বোধ কৰিছে: প্ৰধানমন্ত্ৰী
January 25th, 05:48 pm
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী প্ৰবোও চুবিয়েন্তোক আদৰণি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-ইণ্ডোনেছিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা বুলি মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে ইণ্ডোনেছিয়া হৈছে আমাৰ ‘এক্ট ইষ্ট নীতি’ৰ মূল প্ৰসংগ আৰু ভাৰতে ইণ্ডোনেছিয়াৰ ‘ব্ৰিকছ’-সদস্য পদক আদৰণি জনাইছে।গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণকাৰী এনচিচি আৰু এনএছএছ কেডেটসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ
January 25th, 03:30 pm
ছাৰ, আজি আপোনাক দেখাৰ পিছত মোৰ সপোন বাস্তৱায়িত হ’লপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱক, জনজাতীয় অতিথি আৰু প্ৰতীকপট শিল্পীৰ সৈতে মত বিনিময় কৰে
January 25th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি (২৪ জানুৱাৰী, ২০২৫) লোক কল্যাণ মাৰ্গত থকা নিজৰ বাসগৃহত আগন্তুক গণৰাজ্য দিৱসৰ পেৰেডৰ অংশ হ’বলগীয়া এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱক, জনজাতীয় অতিথি আৰু প্ৰতীকপট শিল্পীৰ সৈতে মত বিনিময় কৰে। বাৰ্তালাপৰ সময়ত, বহু অংশগ্ৰহণকাৰীয়ে প্ৰধানমন্ত্ৰীক ব্যক্তিগতভাৱে সাক্ষাৎ হোৱাত নিজৰ সন্তুষ্টি প্ৰকাশ কৰে, ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, “ই ভাৰতীয় গণতন্ত্ৰৰ শক্তি প্ৰকাশ কৰে।”ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
January 25th, 01:00 pm
ভাৰতৰ প্ৰথম গণৰাজ্য দিৱসত, ইণ্ডোনেছিয়া আমাৰ মুখ্য অতিথি দেশ আছিল। আৰু এয়া আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে যেতিয়া আমি গণতন্ত্ৰৰ ৭৫ বছৰ উদযাপন কৰি আছোঁ, সেই সময়ত ইণ্ডোনেছিয়া আকৌ এবাৰ, এই ঐতিহাসিক অনুষ্ঠানৰ অংশ হৈছে। এই উপলক্ষে, মই ৰাষ্ট্ৰপতি প্ৰবোৱোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ।PM Modi interacts with NCC Cadets, NSS Volunteers, Tribal guests and Tableaux Artists
January 24th, 08:08 pm
PM Modi interacted with NCC Cadets, NSS Volunteers, Tribal guests and Tableaux Artists who would be a part of the upcoming Republic Day parade at his residence at Lok Kalyan Marg earlier today. The interaction was followed by vibrant cultural performances showcasing the rich culture and persity of India. He also engaged in an informal, freewheeling one-on-one interaction with the participants.