Prime Minister attends exhibition in Hazira, Gujarat

June 05th, 10:08 pm

PM Modi attended an exhibition in Hazira, Gujarat, showcasing India’s growing defence manufacturing capabilities under the Make in India initiative. He highlighted the exhibition as a reflection of the country’s efforts to promote indigenization and strengthen self-reliance in the defence sector, reinforcing the vision of Aatmanirbhar Bharat.

আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ – বিশ্ব দূৰসংযোগ মানক সমাৱেশ, ২০২৪ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক প্ৰশংসা উদ্যোগ খণ্ডৰ নেতাসকলৰ

October 15th, 02:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ–বিশ্ব দূৰসংযোগ মানক সমাৱেশ (ITU-WTSA) ২০২৪ৰ সময়ত ভাৰত মোবাইল কংগ্ৰেছৰ অষ্টম সংস্কৰণৰ শুভাৰম্ভ কৰে। ডব্লিউটিএছএ হৈছে আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ, ৰাষ্ট্ৰসংঘৰ ডিজিটেল প্ৰযুক্তি সংস্থাৰ প্ৰামাণিককৰণৰ কামৰ বাবে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আয়োজন কৰা প্ৰশাসনিক সন্মিলন। ভাৰত আৰু এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত প্ৰথমবাৰৰ বাবে আইটিইউ-ডব্লিউটিএছএ আয়োজন কৰা হৈছে। ই এক গুৰুত্বপূৰ্ণ বিশ্ব অনুষ্ঠান যিয়ে দূৰসংযোগ, ডিজিটেল আৰু আইচিটি খণ্ডক প্ৰতিনিধিত্ব কৰা ১৯০খনতকৈও অধিক দেশৰ ৩,০০০ৰো অধিক উদ্যোগ খণ্ডৰ নেতা, নীতি নিৰ্ধাৰক আৰু প্ৰযুক্তি বিশেষজ্ঞক একত্ৰিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ১২ ডিচেম্বৰত বাৰ্ষিক গ্ল’বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইনটেলিজেন্স (জিপিএআই) সন্মিলন উদ্বোধন কৰিব

December 11th, 04:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১২ ডিচেম্বৰত সন্ধিয়া প্ৰায় ৫ বজাত নতুন দিল্লীৰ ভাৰত মাণ্ডপামত গ্ল’বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইনটেলিজেন্স (জিপিএআই) শীৰ্ষ সন্মিলন উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৩ ডিচেম্বৰত ইনফিনিটি ফৰাম উদ্বোধন কৰিব

November 30th, 11:26 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ডিচেম্বৰ, ২০২১ ৰ পুৱা ১০ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ফিনটেক সন্দৰ্ভত এক চিন্তাশীল নেতৃত্ব মঞ্চ ইনফিনিটি ফৰাম উদ্বোধন কৰিব।

PM's interaction with global oil and gas CEOs and experts

October 09th, 02:26 pm

PM held interaction with oil and gas CEOs from across the world. Flagging the potential of biomass energy, he stressed on the need to develop energy infrastructure and access to energy in Eastern India. He said that as India moved towards a cleaner and more fuel-efficient economy, its benefits must also expand horizontally to all sections of the society, and in particular to the poorest.