দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
April 14th, 01:25 pm
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী; এই ৰাজ্যৰ জনপ্ৰিয় আৰু কঠোৰ পৰিশ্ৰমী যুৱ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী জী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী শ্ৰী নীতিন গাডকাৰী জী আৰু শ্ৰী অজয় তামতা জী; প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী; ৰাজ্যপাল আনন্দিবেন; দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাজী; মঞ্চত উপবিষ্ট—ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰী মহেন্দ্ৰ ভট্ট জী; প্ৰাক্তন ৰাজ্যপাল শ্ৰী ভগত সিং কেশৰী জী; প্ৰাক্তন মুখ্যমন্ত্ৰী—ভাই ৰমেশ পোখৰিয়াল, শ্ৰী বিজয় বহুগুণা, শ্ৰী তিৰথ সিং ৰাৱট, আৰু শ্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱট; উত্তৰাখণ্ড চৰকাৰৰ সকলো মন্ত্ৰী; সংসদৰ সদস্য আৰু বিধানসভাৰ সদস্য; আৰু ইমান বিপুল সংখ্যাত ইয়াত গোট খোৱা মোৰ মৰমৰ ভাই-ভনীসকল।দিল্লী–ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
April 14th, 01:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ড আৰু বিস্তৃত ৱঅঞ্চলৰ উন্নয়নৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধন কৰে। ডেৰাডুনত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে বৈশাখী, ব’হাগ বিহু আৰু পুথাণ্ডু উপলক্ষ্যে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি এই উদ্বোধনী অনুষ্ঠানটোৰ সৈতে সমগ্ৰ ভাৰতবৰ্ষত চলি থকা উৎসৱমুখৰ উদযাপনৰ মিল থকা বুলি উল্লেখ কৰে।দিল্লীৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক
March 21st, 04:28 pm
দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।দিল্লীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদদিল্লীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
March 08th, 03:54 pm
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, দিল্লীৰ লেফটেনেন্ট গৱৰ্ণৰ বিনয় ছাক্সেনা জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ মনোহৰ লাল জী, হৰ্ষ মালহোত্ৰ জী, টোখান চাহু জী, ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, সকলো সন্মানীয় সাংসদ, সন্মানীয় বিধায়ক আৰু দিল্লীৰ মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰে
March 08th, 10:26 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াত সমবেতসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে “আজি আমি সকলো ইয়াত একত্ৰিত হৈ দিল্লীৰ উন্নয়নক এক নতুন গতি প্ৰদান কৰিছো” বুলি কয়।ইউইআৰ-II আৰু দ্বাৰকা এক্সপ্ৰেছৱেৰ দিল্লী অংশৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 17th, 12:45 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী নীতিন গাডকাৰী জি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীজী, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় ছাক্সেনাজী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাজী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী অজয় তামতাজী, হৰ্ষ মালহোত্ৰা জী, দিল্লী আৰু হাৰিয়ানাৰ সাংসদ, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভাই-ভনীসকল,১১,০০০ কোটি টকা ব্যয়সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 17th, 12:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ৰোহিনীত প্ৰায় ১১,০০০ কোটি টকাৰ মুঠ ব্যয় সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে স্থানৰ তাৎপৰ্য্যৰ ওপৰত মন্তব্য কৰি কয় যে এক্সপ্ৰেছৱেৰ নাম “দ্বাৰকা,” আৰু কাৰ্যসূচী “ৰোহিনী”ত অনুষ্ঠিত হৈছে। জন্মাষ্টমীৰ উৎসৱমুখৰ পৰিৱেশৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে নিজেই দ্বাৰকাধীশ দেশৰ বুলি কাকতলীয়া কথাটো উনুকিয়ায়। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সমগ্ৰ পৰিৱেশটো ভগৱান শ্ৰীকৃষ্ণৰ সত্তাৰে গভীৰভাৱে সংপৃক্ত হৈছে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ দিল্লীৰ মুখ্যমন্ত্ৰীৰ
June 10th, 01:20 pm
দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন ৰূপায়ণৰ বাবে দিল্লী চৰকাৰক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
April 11th, 08:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন (পিএম-এবিএইচআইএম)ৰ ৰূপায়ণ আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পিএম-জেএৱাই)ৰ অধীনত আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ আৰম্ভ কৰাৰ বাবে দিল্লী চৰকাৰক প্ৰশংসা কৰে।দিল্লীৰ মুখ্যমন্ত্ৰীৰ সাক্ষাৎ প্ৰধানমন্ত্ৰীক
February 22nd, 01:39 pm
দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰীমতী ৰেখা গুপ্তাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
February 20th, 01:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ৰেখা গুপ্তাক অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে তেওঁ তৃণমূল পৰ্যায়ৰ পৰা আহিছে, যিগৰাকীয়ে ছাত্ৰ ৰাজনীতি, ৰাজ্যিক সংগঠন, পৌৰসভা প্ৰশাসনত সক্ৰিয়ভাৱে জড়িত হৈ বৰ্তমান বিধায়িকাৰ লগতে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছে।