প্ৰধানমন্ত্ৰীয়ে প্ৰগতি বৈঠকৰ অধ্যক্ষতা কৰে
May 28th, 09:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে জড়িত প্ৰ’-এক্টিভ গভৰ্নেন্স আৰু সময়মতে ৰূপায়ণৰ বাবে আইচিটি ভিত্তিক বহুমৌলিক মঞ্চ PRAGATI বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত পথ পৰিবহণ, শক্তি, আৰু জলসম্পদ খণ্ডক সামৰি লোৱা ৬২ হাজাৰ কোটিতকৈ অধিক সঞ্চিত ব্যয়ৰ তিনিটা বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰে। এই প্ৰকল্পসমূহৰ কৌশলগত গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ ৰূপায়ণৰ প্ৰতিবন্ধকতাসমূহ দূৰ কৰি সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰাৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ আহ্বান জনায়।চাকৰিৰ সুযোগ সৃষ্টিক উত্সাহিতকৰণ সম্পৰ্কীয় বাজেট-পৰৱৰ্তী ৱে’বিনাৰত ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 05th, 01:35 pm
এই গুৰুত্বপূৰ্ণ বাজেট ৱে’বিনাৰলৈ আপোনালোক সকলোকে আদৰণি আৰু শুভেচ্ছা জনাইছোঁ। জনসাধাৰণ, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ – এয়া এনে এটা বিষয় যি উন্নত ভাৰতৰ বাবে পথ-পৰিকল্পনা নিৰ্দ্ধাৰিত কৰিব। আপোনালোকে এই বছৰৰ বাজেটত ব্যপক পৰিমাপত ইয়াৰ প্ৰভাৱ দেখিব পাব। সেয়েহে, এইখন বাজেটে ভাৰতৰ ভৱিষ্যতৰ বাবে এক মূল আঁচনিৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি বিনিয়োগত আন্তঃগাঁথনি আৰু উদ্যোগসমূহক যিমান প্ৰাথমিকতা প্ৰদান কৰিছো সিমানেই আমি মানুহ, অৰ্থনীতি আৰু উদ্ভাৱনকো গুৰুত্ব দিছোঁ। আপোনালোক সকলোৱে জানে যে সামৰ্থ্য বৰ্দ্ধন আৰু প্ৰতিভাৰ প্ৰতিপালনে দেশৰ প্ৰগতিৰ আধাৰশিলা হিচাপে কাম কৰে। সেয়েহে, এতিয়া উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ত আমি এই ক্ষেত্ৰসমূহত অধিক বিনিয়োগ কৰিব লাগিব। ইয়াৰ বাবে সকলো অংশীদাৰ আগবাঢ়ি আহিব লাগিব। কাৰণ, দেশৰ অৰ্থনৈতিক সফলতাৰ বাবে এয়া হৈছে প্ৰয়োজনীয়। আৰু একে সময়তে, ই হৈছে প্ৰতিটো সংগঠনৰ সফলতাৰো আধাৰ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিয়োগ সৃষ্টি বৃদ্ধি- জনতা, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে
March 05th, 01:30 pm
“জনতাত বিনিয়োগৰ দৃষ্টিভংগী তিনি স্তম্ভ আধাৰিত যথাঃ শিক্ষা, দক্ষতা আৰু স্বাস্থ্যসেৱা” বুলি উল্লেখেৰে ভাৰতৰ শিক্ষা ব্যৱস্থাত কেইবাটাও দশকৰ পাছত উল্লেখযোগ্য ৰূপান্তৰ ঘটিছে বুলি শ্ৰী মোদীয়ে কয়। তেখেতে ৰাষ্ট্ৰীয় শিক্ষা নীতি, আইআইটিৰ সম্প্ৰসাৰণ, শিক্ষা ব্যৱস্থাত প্ৰযুক্তিক একত্ৰিতকৰণ আৰু এআইৰ সম্পূৰ্ণ সম্ভাৱনাৰ ব্যৱহাৰ আদি মূল পদক্ষেপসমূহত গুৰুত্ব আৰোপ কৰে। পাঠ্যপুথিৰ ডিজিটেলাইজেচন আৰু ২২ টা ভাৰতীয় ভাষাত শিক্ষণ সামগ্ৰীৰ উপলব্ধতাৰ দৰে প্ৰচেষ্টা গ্ৰহণ সম্পৰ্কে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই মিছন-ম’ডৰ প্ৰচেষ্টাসমূহে ভাৰতৰ শিক্ষা ব্যৱস্থাক একবিংশ শতিকাৰ বিশ্বৰ প্ৰয়োজনীয়তা আৰু পৰিমাপসমূহৰ সৈতে সংগতি ৰাখিবলৈ সক্ষম কৰিছে।”Rozgar Mela paves way for youth to become the makers of a ‘Viksit Bharat’: PM Modi
November 30th, 04:30 pm
PM Modi addressed the Rozgar Mela and distributed about 51,000 appointment letters to newly inducted recruits via video conferencing. Addressing the appointees, the PM underlined that the appointment letters are a result of the hard work.PM addresses Rozgar Mela
November 30th, 04:00 pm
PM Modi addressed the Rozgar Mela and distributed about 51,000 appointment letters to newly inducted recruits via video conferencing. Addressing the appointees, the PM underlined that the appointment letters are a result of the hard work.Didi has scored an own goal in football of politics, says PM Modi in Cooch Behar
April 06th, 12:01 pm
PM Modi today addressed two massive rallies in West Bengal’s Cooch Behar and Howrah. The PM said, “Not only Bengal and Nandigram, but Nandi is also openly expressing her displeasure with Didi. The situation is such that Didi's party is not getting polling agents at polling booths. Few days back, she was accusing EC & security forces of stopping her polling agent. Now she has accepted that her polling agents are revolting against her.”PM Modi addresses public meetings in Cooch Behar and Howrah, West Bengal
April 06th, 12:00 pm
PM Modi today addressed two massive rallies in West Bengal’s Cooch Behar and Howrah. The PM said, “Not only Bengal and Nandigram, but Nandi is also openly expressing her displeasure with Didi. The situation is such that Didi's party is not getting polling agents at polling booths. Few days back, she was accusing EC & security forces of stopping her polling agent. Now she has accepted that her polling agents are revolting against her.”Better connectivity benefits tourism sector the most: PM Modi
December 07th, 12:21 pm
PM Narendra Modi on Monday inaugurated the construction of the Agra metro project via video conferencing. He said Agra has always had a very ancient identity but now with new dimensions of modernity, the city has joined the 21st century. He added in the six years after 2014, more than 450km of metro lines have become operational in the country and about 1000km of metro lines are in progress.PM inaugurates construction work of Agra Metro project in Agra
December 07th, 12:20 pm
PM Narendra Modi on Monday inaugurated the construction of the Agra metro project via video conferencing. He said Agra has always had a very ancient identity but now with new dimensions of modernity, the city has joined the 21st century. He added in the six years after 2014, more than 450km of metro lines have become operational in the country and about 1000km of metro lines are in progress.১৭ নৱেম্বৰ, ২০২০ত ৩য় বাৰ্ষিক ব্লুমবাৰ্গ নতুন অৰ্থনীতি সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পা
November 17th, 06:42 pm
মাইকেল আৰু তেওঁৰ টীমে ব্লুমবাৰ্গ ফিলানথ্ৰ’পিছত কৰা লক্ষ্যণীয় কৰ্মৰাজিৰ বাবে মই শলাগ লৈছো। ভাৰতৰ স্মাৰ্ট টিটি অভিযানৰ ৰূপৰেখা অংকনত এই টীমটোৱে অতি উত্তম সহযোগিতা আগবঢ়াইছে।India has exciting opportunities for investment in urbanization, PM tells investors
November 17th, 06:41 pm
PM Narendra Modi invited the investors to invest in the Indian urbanization. Speaking at the 3rd Annual Bloomberg New Economy Forum via video conferencing, the PM said, “If you are looking to invest in urbanisation, India has exciting opportunities for you. If you are looking to invest in mobility, India has exciting opportunities for you.আজিৰ আত্মনিৰ্ভৰ ভাৰত পেকেজ হৈছে সমাজৰ সকলো শাখাৰ লোকক সহায় কৰিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টাৰ ধাৰাবাহিকতাঃ প্ৰধানমন্ত্ৰ
November 12th, 10:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে আজিৰ আত্মনিৰ্ভৰ ভাৰত পেকেজ হৈছে সমাজৰ সকলো শাখাৰ লোকক সহায় কৰিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টাৰ ধাৰাবাহিকতা।For Better Tomorrow, our government is working on to solve the current challenges: PM Modi
December 06th, 10:14 am
Prime Minister Modi addressed The Hindustan Times Leadership Summit. PM Modi said the decision to abrogate Article 370 may seem politically difficult, but it has given a new ray of hope for development in of Jammu, Kashmir and Ladakh. The Prime Minister said for ‘Better Tomorrow’, the government is working to solve the current challenges and the problems.হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
December 06th, 10:00 am
সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিকোনো দেশৰ উন্নতিৰ বাবে পৰিৱৰ্তন আৱশ্যম্ভাৱী৷ পৰিৱৰ্তনতেই উন্নত ভৱিষ্যতৰ ভেঁটি স্থাপন হয়৷ চৰকাৰে পূৰ্বৰ প্ৰত্যাহ্বান আৰু সমস্যাসমূহ ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’ৰ মন্ত্ৰৰ জৰিয়তে সমাধান কৰাৰ দিশত অগ্ৰসৰ হৈছে বুলি তেওঁ মন্তব্য কৰে৷হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত হোৱা বিশ্ব বিনিয়োগকাৰীৰ সন্মিলন ২০১৯ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
November 07th, 04:04 pm
হিমাচল প্ৰদেশ ৰাজ্যপাল শ্ৰী বণ্ডাৰু দত্তাত্ৰেয় মহোদয়, মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ মহোদয়, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং মহোদয়, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী প্ৰহ্লাদ পেটেল মহোদয়, অনুৰাগ ঠাকুৰ মহোদয়, নিটি আয়োগৰ উপাধ্যক্ষ ডঃ ৰাজীৱ কুমাৰ মহোদয়, ইউএইৰ ভাৰতৰ ৰাষ্ট্ৰদূত আহমেদ আল্বানা, উদ্যোগজগতৰ মহান সতীৰ্থ, ইয়াত উপস্থিত অন্য মহানুভৱ তথা মোৰ প্ৰিয় বন্ধুসকল!!!Prime Minister inaugurates the Rising Himachal: Global Investor's Meet 2019 in Dharamshala.
November 07th, 11:22 am
Addressing the gathering, Prime Minister said, he is happy to welcome all the Wealth Creators to this meet.Our endeavour is Sabka Saath, Sabka Vikas: PM Modi
October 16th, 02:01 pm
Leading the BJP charge, Prime Minister Narendra Modi addressed three mega election rallies in Maharashtra’s Akola, Jalna and Panvel today. Addressing the gathering, PM Modi accused the opposition parties of politicising the issue of Article 370 and charged them with speaking on the same lines as that of the neighbouring country.মহাৰাষ্ট্ৰৰ এখন জনসভাত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
October 16th, 10:18 am
মহাৰাষ্ট্ৰৰ অকোলাত এখন নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুচ্ছেদ ৩৭০ক ৰাজনীতিকৰণ কৰাৰ বাবে বিৰোধী দলক দোষাৰোপ কৰে আৰু ‘‘চুবুৰীয়া দেশৰ সদৃশ ভাষাত ভাষণ প্ৰদান কৰা’’ বুলি মন্তব্য কৰে৷The growing number of women entrepreneurs is a blessing for our society: PM Modi
September 07th, 03:31 pm
Prime Minister Narendra Modi interacted with numerous women of various Self-Help Groups during their ‘Mahila Sammelan’ in Aurangabad, Maharashtra today. On this occasion, PM Modi also distributed the 8th crore gas connection to a woman under the Ujjwala Yojana.নিৰ্ধাৰিত সময়ৰ ৭ মাহৰ পূৰ্বেই উজ্জ্বলা যোজনাৰ অধীনত ৮ কোটি লোকক ৰন্ধন গেছ সংযোগৰ সফলতা অৰ্জন কৰা হৈছে
September 07th, 03:30 pm
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি ঔৰংগবাদত মহাৰাষ্ট্ৰ ৰাজ্যিক গ্রামীণ জীৱিকা মিচনৰ দ্বাৰা আয়োজিত আত্মসহায়ক গোটসমূহৰ আর্থিক দিশত স্বাৱলম্বী মহিলাসকলৰ অনুষ্ঠান ‘মহিলা সবলীকৰণত মেলা’ত ভাষণ আগবঢ়ায়৷