প্ৰধানমন্ত্ৰীক সাক্ষাৎ বিশিষ্ট উদ্যোগপতি শ্ৰী ৰবি কান্তৰ

July 18th, 10:25 pm

বিশিষ্ট উদ্যোগপতি শ্ৰী ৰবি কান্তে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি তেওঁৰ ‘লিডিং ফ্ৰম দ্য বেক- টু এচিভ দ্য ইম্প’চিবল’ নামৰ গ্ৰন্থখন প্ৰদান কৰে।