প্ৰধানমন্ত্ৰীয়ে ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব
September 12th, 02:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব।নেক্সটজেন জিএছটি সংস্কাৰে দুগ্ধ উৎপাদকসকলক সবলীকৰণ কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰিব: প্ৰধানমন্ত্ৰী
September 04th, 08:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ দুগ্ধ উৎপাদক আৰু গ্ৰাম্য অৰ্থনীতিৰ প্ৰতি চৰকাৰৰ অটল দায়বদ্ধতাৰ কথা পুনৰ দৃঢ়তাৰে কয়। প্ৰধানমন্ত্ৰীয়ে পুষ্টি সুৰক্ষা নিশ্চিত কৰা আৰু সৰ্বাংগীন বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দিয়ে।প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত দিয়া ভাষণৰ অসমীয়া অনুবাদ
April 11th, 11:00 am
মঞ্চত বিৰাজমান উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠক, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধিসকল, বানাস দুগ্ধ বিভাগৰ অধ্যক্ষ শংকৰ ভাই চৌধুৰী আৰু ইমান বৃহৎ সংখ্যাত আশীৰ্বাদ দিবলৈ অহা মোৰ সকলো পৰিয়ালৰ সদস্য,প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকা ব্যয়সাপেক্ষ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে
April 11th, 10:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। সমাৱেশত ভাষণ দি কাশীৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি এই আশীৰ্বাদৰ বাবে তেওঁৰ পৰিয়াল আৰু অঞ্চলটোৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে তেওঁক আগবঢ়োৱা মৰম আৰু সমৰ্থন স্বীকাৰ কৰে। এই প্ৰেমৰ প্ৰতি তেওঁ ঋণী বুলি উল্লেখ কৰি কয় যে কাশী তেওঁৰ আৰু তেওঁ কাশীৰ। কাইলৈ হনুমান জন্মোৎসৱৰ শুভ উপলক্ষ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কাশীৰ সংকট মোচন মহাৰাজক সাক্ষাৎ কৰাৰ সুযোগ পোৱাতো তেওঁৰ সৌভাগ্য বুলি প্ৰকাশ কৰে। তেওঁ হনুমান জন্মোৎসৱৰ পূৰ্বে কেনেদৰে কাশীৰ জনসাধাৰণে উন্নয়নৰ উৎসৱ উদযাপন কৰিবলৈ একত্ৰিত হৈছে সেই বিষয়েও আলোকপাত কৰে।বাবলিয়ালী ধামৰ এক কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণ পাঠ
March 20th, 04:35 pm
প্ৰথমে ভৰৱদ সমাজৰ পৰম্পৰাৰ প্ৰতি আৰু সমগ্ৰ পৰম্পৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা সকলো শ্ৰদ্ধাৰ সন্ত, মহন্ত আৰু সকলো সমাজলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আনন্দ বহুগুণ বৃদ্ধি পাইছে। এইবাৰ যি মহাকুম্ভ অনুষ্ঠিত হৈছিল, সেয়া ঐতিহাসিক আছিল যদিও সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়ো। কাৰণ মহাকুম্ভৰ শুভ উপলক্ষত মহন্ত শ্ৰী ৰাম বাপু জীয়ে মহা মণ্ডলেশ্বৰ উপাধি লাভ কৰিছিল। এয়া যথেষ্ট বৃহৎ অনুষ্ঠান আৰু আমাৰ সকলোৰে বাবে অসীম আনন্দৰ অনুষ্ঠান। মই ৰাম বাপুজীৰ লগতে সমাজৰ সমূহ পৰিয়ালৰ সকলো সদস্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।বাৱলিয়ালী ধাম কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 20th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভৰৱাদ সম্প্ৰদায়ৰ সৈতে জড়িত বাৱলিয়ালি ধামৰ অনুষ্ঠানত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়। সভাত আগবঢ়োৱা ভাষণত শ্ৰী মোদীয়ে সমাজৰ আগশাৰীৰ ব্যক্তি মহন্ত শ্ৰী ৰাম বাপুজী আৰু উপস্থিত সহস্ৰাধিক ভক্তক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ভৰৱাদ জনগোষ্ঠীৰ পৰম্পৰা আৰু এই পৰম্পৰা ৰক্ষাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা পূজনীয় সাধু-মহন্তসকলক সশ্ৰদ্ধ প্ৰণাম জনাই তেওঁ ভাষণ আৰম্ভ কৰে। ঐতিহাসিক মহাকুম্ভৰ লগত জড়িত অপৰিসীম আনন্দ আৰু গৌৰৱৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে এই পবিত্ৰ অনুষ্ঠানত মহন্ত শ্ৰী ৰাম বাপু জীক মহামণ্ডলেশ্বৰ উপাধি প্ৰদান কৰাৰ উল্লেখযোগ্য অনুষ্ঠানত নিজৰ চিন্তা ব্যক্ত কৰি সকলোৰে বাবে এক বৃহৎ সাফল্য আৰু অপৰিসীম আনন্দৰ উৎস বুলি অভিহিত কৰে। তেওঁ মহন্ত শ্ৰী ৰাম বাপু জী আৰু সমাজৰ পৰিয়ালবৰ্গলৈ তেওঁলোকৰ অৱদান আৰু কৃতিত্বক লৈ সুখ প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰে।২০২৪-২৫ আৰু ২০২৫-২৬ বৰ্ষৰ বাবে বৰ্ধিত আবণ্টনৰ সৈতে সংশোধিত ৰাষ্ট্ৰীয় গোকুল মিছন ৰূপায়ণত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন
March 19th, 04:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি পশুধন খণ্ডৰ বিকাশ বৃদ্ধিৰ বাবে সংশোধিত ৰাষ্ট্ৰীয় গোকুল মিছন (আৰজিএম)ত অনুমোদন জনাইছে। উন্নয়ন কাৰ্যসূচী আঁচনিৰ কেন্দ্ৰীয় খণ্ডৰ উপাদান হিচাপে সংশোধিত আৰ জি এমৰ ৰূপায়ণ ১০০০ কোটি টকাৰ অতিৰিক্ত ব্যয়ৰ সৈতে কৰা হৈছে, যাৰ ফলত ২০২১-২২ চনৰ পৰা ২০২৫-২৬ চনলৈ পঞ্চদশ বিত্ত আয়োগৰ চক্ৰত মুঠ ব্যয় ৩৪০০ কোটি টকালৈ বৃদ্ধি পাইছে।আমূল ফেডাৰেচনৰ জিচিএমএমএফৰ সোণালী জয়ন্তী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 22nd, 11:30 am
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী; গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল; মোৰ কেবিনেট সহকৰ্মী পৰশোত্তম ৰূপালা জী; সংসদৰ সন্মানীয় সহকৰ্মী চি আৰ পাটিল, আমূলৰ অধ্যক্ষ শ্ৰী শামালভাই, আৰু ইয়াত সমবেত হোৱা মোৰ সকলো ভাই-ভনী!প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ আহমেদাবাদত গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচনৰ সোণালী জয়ন্তী উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে
February 22nd, 10:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআজি আহমেদাবাদৰ মটেৰাস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচনৰ (GCMMF) সোণালী জয়ন্তী উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে অনুষ্ঠিত প্ৰদৰ্শনী প্ৰত্যক্ষকৰণৰ লগতে সোণালী জয়ন্তী কফি টেবুল বুক উন্মোচন কৰে। এই ফেডাৰেচন হৈছে সমবায়সমূহৰ স্থিতিস্থাপকতা, উদ্যোগী মনোভাৱ আৰু কৃষকসকলৰ দৃঢ়তাৰ সাক্ষ্য, যিয়ে আমূলক বিশ্বৰ অন্যতম শক্তিশালী দুগ্ধ ব্ৰেণ্ড হিচাপে গঢ়ি তুলিছে।ৰাজস্থানৰ ভিলৱাৰাত ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ ১১১১ সংখ্যক অৱতৰণ মহোৎসৱৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 28th, 03:50 pm
এই শুভ ক্ষণত ভগৱান দেৱনাৰায়ণ জীৰ আহ্বান অনুৰণিত হৈছে আৰু ভগৱান দেৱনাৰায়ণে কোনোৱে সুযোগ হেৰুৱাবলগীয়া হৈছে নেকি বুলি যেন সুধিছে! ময়ো ইয়াত আপোনালোকৰ মাজৰ এজন হিচাপে উপস্থিত আছো। আপোনালোকে মন কৰিব যে ইয়ালৈ মই প্ৰধানমন্ত্ৰী হিচাপে অহা নাই। ময়ো আপোনালোকৰ দৰে আশীৰ্বাদ বিচাৰিহে স-ভক্তিৰে আহিছো। ‘যজ্ঞশালা’ ত প্ৰসাদ আগবঢ়োৱাৰ সৌভাগ্যও লাভ কৰিছো। মোৰ দৰে সাধাৰণ মানুহ এজনে আজি আপোনালোকৰ সৈতে ভগৱান দেৱনাৰায়ণ জী আৰু তেওঁৰ ভক্তগণৰ আশীৰ্বাদ লাভ কৰাটো বৰ সৌভাগ্যৰ কথা বুলি অনুভৱ কৰিছো। আজি ভগৱান দেৱনাৰায়ণ আৰু ৰাইজ উভয়ৰে ‘দৰ্শন’ লাভেৰে ধন্য হৈছো। দেশৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা সকলো ভক্তৰ দৰে ময়ো ইয়ালৈ আহিছো ভগৱান দেৱনাৰায়ণৰপৰা ৰাষ্ট্ৰৰ অবিৰত সেৱা আৰু দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে আশীৰ্বাদ বিচাৰি।ৰাজস্থানৰ ভিলৱাৰাত ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ ১১১১সংখ্যক ‘অৱতৰণ মহোৎসৱ’ৰ শুভাৰম্ভ অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰীৰ
January 28th, 11:30 am
আজি ৰাজস্থানৰ ভিলৱাৰাত ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ ১১১১ সংখ্যক ‘অৱতৰণ মহোৎসৱ’ৰ স্মৃতিচাৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে মন্দিৰ দৰ্শন আৰু পৰিক্ৰমা কৰাৰ লগতে নিম পুলিও ৰোপণ কৰে। যজ্ঞশালাত চলি থকা বিষ্ণু মহাযজ্ঞতো তেওঁ পূৰ্ণাহুতি পালন কৰে। ভগৱান শ্ৰী দেৱনাৰায়ণ জীক ৰাজস্থানৰ জনসাধাৰণে পূজা-অৰ্চনা কৰে, আৰু তেওঁৰ অনুগামীসকল দেশৰ চৌদিশে বিয়পি আছে। বিশেষকৈ জনসেৱাৰ দিশত কৰা কামৰ বাবে তেওঁক শ্ৰদ্ধা কৰা হয়।আন্তৰ্জাতিক দুগ্ধ ফেডাৰেচন বিশ্ব দুগ্ধ সন্মিলন ২০২২ৰ উদ্বোধনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 12th, 11:01 am
মই সুখী যে আজি সমগ্ৰ বিশ্বৰ বিশেষজ্ঞ আৰু উদ্ভাৱকসকল ভাৰতত একত্ৰিত হৈছে। ভাৰত চৰকাৰৰ হৈ ভাৰতৰ কোটি কোটি নাগৰিকৰ হৈ বিশ্ব দুগ্ধ সন্মিলনলৈ বিভিন্ন দেশৰ সকলো বিশিষ্ট ব্যক্তিক মই হৃদয়েৰে স্বাগতম জনাইছো। দুগ্ধ খণ্ডৰ সামৰ্থ্যই কেৱল গ্ৰাম্য অৰ্থনীতিক ত্বৰান্বিত কৰাই নহয় বৰঞ্চ ই বিশ্বৰ কোটি কোটি লোকৰ জীৱিকাৰ এক মুখ্য মাধ্যমো। মই নিশ্চিত যে দুগ্ধ খণ্ডৰ সৈতে সম্পৰ্কিত ধাৰণা, প্ৰযুক্তি, দক্ষতা আৰু পৰম্পৰাৰ স্তৰত ইজনে সিজনৰ জ্ঞান বৃদ্ধি আৰু ইজনে সিজনৰ পৰা শিকাত এই সন্মিলনে এক বৃহৎ ভূমিকা পালন কৰিব।PM inaugurates International Dairy Federation World Dairy Summit 2022 in Greater Noida
September 12th, 11:00 am
PM Modi inaugurated International Dairy Federation World Dairy Summit. “The potential of the dairy sector not only gives impetus to the rural economy, but is also a major source of livelihood for crores of people across the world”, he said.Cabinet approves Revising and Realigning various components of Department of Animal Husbandry & Dairying Schemes and Special livestock package for leveraging investment of Rs.54,618 crore
July 14th, 07:40 pm
The Cabinet Committee on Economic Affairs chaired by PM Modi approved implementation of special livestock sector package consisting of several activities by revising and realigning various components of Government of India's schemes for next 5 years starting from 2021-22 in order to further boost growth in livestock sector and thereby making animal husbandry more remunerative to 10 crore farmers engaged in the sector.