সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 13th, 06:55 pm
আজি আমি সকলোৱে ইতিহাস ৰচনাৰ সাক্ষী হৈছো। আজি বিক্ৰম সংবাত ২০৮২, ফাগুন কৃষ্ণ পক্ষ, বিজয়া একাদশী, ২৪ মাঘৰ শুভ ক্ষণ, শকাব্দ ১৯৪৭ আৰু আজিৰ ভাষাত ১৩ ফেব্ৰুৱাৰীৰ এই দিনটোৱে ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক নতুন আৰম্ভণিৰ সাক্ষী হৈছে। আমাৰ শাস্ত্ৰত বিজয়া একাদশীৰ অতি তাৎপৰ্য আছে; এই দিনটোত আমি যি সংকল্প লওঁ, সেই সংকল্পই জয়ৰ দিশত আগুৱাই নিয়াটো নিশ্চিত। আজি আমিও এখন বিকশিত ভাৰতৰ সংকল্প লৈ সেৱা তীৰ্থ, কৰ্তব্য ভৱনত প্ৰৱেশ কৰিছো। আমাৰ লক্ষ্যত জয়লাভ কৰিবলৈ আমাৰ ওচৰত ঐশ্বৰিক আশীৰ্বাদ আছে। সেৱা তীৰ্থ আৰু নতুন অট্টালিকাসমূহৰ বাবে আপোনালোক সকলোকে, পিএমঅ’ৰ সমগ্ৰ দল, কেবিনেট সচিবালয় আৰু বিভিন্ন বিভাগৰ সকলো কৰ্মচাৰীক অভিনন্দন জনাইছো। তেওঁলোকৰ নিৰ্মাণৰ লগত জড়িত সকলো অভিযন্তা আৰু সহকৰ্মীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ৰ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰে
February 13th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে আজি সকলোৱে এক নতুন ইতিহাস ৰচনাৰ সাক্ষী হৈ পৰিছে। তেওঁ এই কথা আলোকপাত কৰে যে ২০৮২ চনৰ বিক্ৰম শকাব্দত, ফাগুন কৃষ্ণ পক্ষৰ সময়ত, বিজয় একাদশীৰ শুভ উপলক্ষত ২৪ মাহৰ দিনা আৰু ১৯৪৭ চনৰ শকাব্দত, যিটো বৰ্তমানৰ কেলেণ্ডাৰত ১৩ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে, ভাৰতৰ উন্নয়ন যাত্ৰাৰ নতুন আৰম্ভণিৰ সাক্ষী হৈ পৰিছে। তেওঁ আলোকপাত কৰে যে শাস্ত্ৰত বিজয় একাদশীৰ তাৎপৰ্য অতিশয় বেছি, কিয়নো এই দিনটোত লোৱা সংকল্পই সদায় জয়ৰ দিশত আগুৱাই লৈ যায়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজি এখন বিকশিত ভাৰতৰ সংকল্পৰে সকলোৱে সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱনত প্ৰৱেশ কৰিছে। এই লক্ষ্যত জয়ৰ বাবে ঐশ্বৰিক আশীৰ্বাদ তেওঁলোকৰ লগত আছে বুলি তেওঁ আঙুলিয়াই দিয়ে। তেওঁ পিএমঅ’ৰ দল, কেবিনেট সচিবালয় আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰীকে ধৰি সকলোকে সমৰি লোৱাৰ লগতে সেৱা তীৰ্থ আৰু নতুন অট্টালিকাসমূহৰ বাবে অভিনন্দন জ্ঞাপন কৰে। নিৰ্মাণৰ সৈতে জড়িত সকলো অভিযন্তা আৰু শ্ৰমিক সহকৰ্মীক তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।২০৩০ চনৰ দিশত: ভাৰত-ইউৰোপীয় সংঘ-ৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচী
January 27th, 06:48 pm
২০২৬ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত ‘১৬ সংখ্যক ভাৰত-ইউৰোপীয় সংঘৰ শীৰ্ষ সন্মিলন’ত স্বাক্ষৰিত ভাৰত-ইউৰোপীয় সংঘৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচীৰ লক্ষ্য হৈছে ইউৰোপীয় সংঘ-ভাৰতৰ সহযোগিতাক বিস্তৃত, গভীৰ আৰু উন্নত সমন্বয়ৰ দ্বাৰা কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰি তোলা যাতে উভয় অংশীদাৰৰ লগতে সামগ্ৰিক বিশ্বৰ বাবে পাৰস্পৰিকভাৱে লাভজনক, সুনিৰ্দিষ্ট আৰু পৰিৱৰ্তনশীল ফলাফল প্ৰদান কৰিব পৰা হয়।ভাৰত - ইউৰোপীয় পৰিষদ-ৰ সভাপতি আৰু ইউৰোপীয় আয়োগ-ৰ সভাপতিৰ ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণ আৰু ১৬ সংখ্যক ভাৰত-ইউৰোপীয় সংঘ-ৰ শীৰ্ষ সন্মিলন সম্পৰ্কে ইউৰোপীয় সংঘ-ৰ যুটীয়া বিবৃতি
January 27th, 06:15 pm
প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণত ইউৰোপীয় পৰিষদ-ৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগ-ৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েনে ভাৰতৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণ কৰে। এই ভ্ৰমণৰ সময়ত নেতাসকলে ভাৰত–ইউৰোপীয় সংঘ-ৰ ঐতিহাসিক এফটিএ সম্পৰ্কীয় আলোচনাৰ সফল সমাপ্তিৰ প্ৰশংসা কৰে আৰু “২০৩০ চনৰ দিশত: ভাৰত–ইউৰোপীয় সংঘ-ৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচী” গ্ৰহণ কৰে।প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ অদম্য বীৰসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাষ্ট্ৰপতি ভৱনত মুকলি কৰা পৰম বীৰ গেলেৰীক আদৰণি জনাইছে
December 17th, 05:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত মুকলি কৰা পৰম বীৰ গেলেৰীক আদৰণি জনাই কয় যে ইয়াত প্ৰদৰ্শিত প্ৰতিকৃতিসমূহৰ জৰিয়তে ৰাষ্ট্ৰৰ অদম্য বীৰসকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি আৰু তেওঁলোকৰ ত্যাগৰ বাবে দেশৰ কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে। তেওঁ কয় যে এই প্ৰতিকৃতিসমূহৰ জৰিয়তে সৰ্বস্ব ত্যাগেৰে মাতৃভূমিক ৰক্ষা কৰা আৰু ভাৰতৰ ঐক্য তথা অখণ্ডতাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ যোদ্ধাসকলক সন্মান জনোৱা হৈছে।প্ৰতিৰক্ষা অভিষেক অনুষ্ঠান-২০২৫ (প্ৰথম পৰ্যায়)ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
May 22nd, 09:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত প্ৰতিৰক্ষা অভিষেক অনুষ্ঠান-২০২৫ (প্ৰথম পৰ্যায়)ত অংশগ্ৰহণ কৰে, য'ত সাহকিকতাৰ বঁটাসমূহ প্ৰদান কৰা হয়।Joint Statement on India – Malaysia Comprehensive Strategic Partnership
August 20th, 08:39 pm
On 20 August 2024, the Prime Minister of Malaysia, Dato’ Seri Anwar Ibrahim visited India, accepting the kind invitation of the Prime Minister of India, Shri Narendra Modi to undertake a State Visit. This was the Malaysian Prime Minister’s first visit to the South Asian region, and the first meeting between the two Prime Ministers, allowing them to take stock of the enhanced strategic ties. The wide-ranging discussions included many areas that make India-Malaysia relations multi-layered and multi-faceted.প্ৰধানমন্ত্ৰীয়ে ৰাজ্যপালসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে
August 03rd, 11:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যপালসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যপালসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে
August 02nd, 02:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মূৰ সভাপতিত্বত অনুষ্ঠিত ৰাজ্যপালসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যপালসকলে কেনেদৰে উন্নয়ন আৰু সমাজৰ সেৱা আগবঢ়াব পাৰে সেই বিষয়ে আলোচনাৰ বাবে ই এক গুৰুত্বপূৰ্ণ মঞ্চ বুলি মন্তব্য কৰে।নিটি আয়োগৰ নৱম গৱৰ্নিং কাউন্সিল বৈঠকত অধ্যক্ষতাৰ প্ৰধানমন্ত্ৰীৰ কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক প্ৰচেষ্টাই বিকশিত ভাৰত@২০৪৭ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবঃ প্ৰধানমন্ত্ৰী
July 27th, 07:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি পুৱা নিটি আয়োগৰ নৱম গৱৰ্ণিং কাউন্সিলৰ বৈঠক অনুষ্ঠিত হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত সভাখন অনুষ্ঠিত হয়। ইয়াত ২০খন ৰাজ্য আৰু ৬খন কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰা মুখ্যমন্ত্ৰী/উপৰাজ্যপালসকলে অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ভৱনত প্ৰতিৰক্ষা বিনিয়োগ অনুষ্ঠান-২০২৪ (পৰ্যায়-১)ত অংশগ্ৰহণ কৰে
July 05th, 10:01 pm
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত প্ৰতিৰক্ষা বিনিয়োগ অনুষ্ঠান-২০২৪ (পৰ্যায়-১)ত অংশগ্ৰহণ কৰে।তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 09th, 11:55 pm
আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত শ্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়৷Heads of States attend swearing-in ceremony of the Prime Minister and Council of Ministers
June 09th, 11:50 pm
The swearing-in ceremony of Prime Minister Shri Narendra Modi and the Council of Ministers took place in Rashtrapati Bhavan on 09 June 2024. Leaders from India’s neighbourhood and the Indian Ocean region participated in the ceremony as honoured guests.প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে নেতাসকলৰ আগমন
June 08th, 12:24 pm
২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান ৯ জুন, ২০২৪ তাৰিখে অনুষ্ঠিত হ'ব। এই উপলক্ষে ভাৰতৰ চুবুৰীয়া অঞ্চল আৰু ভাৰত মহাসাগৰীয় অঞ্চলৰ নেতাসকলক বিশিষ্ট অতিথি হিচাপে সৌহাৰ্দ্যপূৰ্ণভাৱে আমন্ত্ৰণ জনোৱা হৈছে।Prime Minister congratulates winners of the National Sports and Adventure Awards 2023
January 09th, 07:23 pm
The Prime Minister, Shri Narendra Modi has congratulated winners of the National Sports and Adventure Awards 2023. Acknowledging the remarkable achievements and unwavering dedication of players, the Prime Minister said that they have not only excelled in their respective fields but also raised India’s flag high on the global stage.সংসদৰ চেণ্ট্ৰেল হলত সাংসদসকলৰ উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 19th, 11:50 am
গণেশ চতুৰ্থীৰ দিনা আপোনালোকৰ লগতে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি সকলোৱে মিলি নতুন সংসদ ভৱনত নতুন ভৱিষ্যতৰ শুভাৰম্ভ কৰিবলৈ ওলাইছো। আজি আমি এখন উন্নত ভাৰতৰ প্ৰতিশ্ৰুতিক পুনৰ দোঁহাৰি তাক পূৰণৰ বাবে সম্পূৰ্ণ আন্তৰিকতাৰে কাম কৰাৰ উদ্দেশ্যে নতুন ভৱনৰ দিশে আগবাঢ়িছো। সন্মানীয় প্ৰেক্ষাগৃহটো, এই ভৱনটো আৰু সেইটোও এই কেন্দ্ৰীয় হলটো এক প্ৰকাৰে আমাৰ আৱেগেৰে ভৰি আছে। ই আমাক আৱেগিক কৰি তোলে আৰু লগতে আমাৰ কৰ্তব্যৰ বাবেও অনুপ্ৰাণিত কৰে। স্বাধীনতাৰ পূৰ্বে এই খণ্ডটো এক প্ৰকাৰৰ পুথিভঁৰাল হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু পিছলৈ ইয়াতেই আৰম্ভ হ’ল সংবিধান সভাৰ বৈঠক আৰু সংবিধান সভাৰ সেই বৈঠকসমূহৰ জৰিয়তে গভীৰ আলোচনা আৰু বিবেচনাৰ অন্তত আমাৰ সংবিধানখন ইয়াত গঢ় লৈ উঠিছিল৷ ইয়াতেই ১৯৪৭ চনত ব্ৰিটিছ চৰকাৰে ক্ষমতা হস্তান্তৰ কৰিছিল, আমাৰ চেণ্ট্ৰেল হলটোও সেই প্ৰক্ৰিয়াৰ সাক্ষী। এই চেণ্ট্ৰেল হলতে ভাৰতৰ ত্ৰিৰংগা গ্ৰহণ কৰা হ’ল, আমাৰ জাতীয় সংগীত গ্ৰহণ কৰা হ’ল। আৰু ঐতিহাসিক উপলক্ষে স্বাধীনতাৰ পাছতো সকলো চৰকাৰৰ মাজত বহু ঘটনা ঘটিছিল যেতিয়া দুয়োখন সদনে একেলগে আলোচনা কৰিছিল, একমতত উপনীত হৈছিল আৰু ভাৰতৰ ভাগ্য গঢ় দিয়াৰ সিদ্ধান্ত লৈছিল।সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰীয় হলত প্ৰধানমন্ত্ৰীৰ সাংসদসকলক সম্বোধন
September 19th, 11:30 am
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ আৰম্ভণিত সদনত উপস্থিত সকলোকে গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে আজিৰ দিনটো বিশেষ কিয়নো সদনৰ কামকাজ এতিয়াৰ পৰা নতুন ভৱনত চলিব। প্ৰধানমন্ত্ৰীয়ে কয়, “আমি নতুন সংসদ ভৱনলৈ গৈ আছোঁ এক নতুন সংকল্প আৰু দৃঢ়তাৰে ভাৰতক উন্নত ৰাষ্ট্ৰলৈ উন্নীত কৰাৰ বাবে।”প্ৰতিৰক্ষা বিনিয়োগ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী
June 27th, 10:28 pm
আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা প্ৰতিৰক্ষা বিনিয়োগ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।কম্বোদিয়াৰ ৰজা মহামহিম নৰোদম ছিহামনিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
May 30th, 08:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত ২৯-৩১ মে’, ২০২৩লৈ ভাৰত ভ্ৰমণৰত কম্বোদিয়াৰ ৰজা মহামহিম নৰোদম ছিহামনিক সাক্ষাৎ কৰে৷PM attends Defence Investiture Ceremony
May 09th, 11:30 pm
The Prime Minister, Shri Narendra Modi, today attended Defence Investiture Ceremony at the Rashtrapati Bhawan today.