ৰাণী ৰশমনীৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

September 28th, 10:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাণী ৰশমনীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে তেওঁক সাহস, মমতা আৰু দৃঢ়তাসম্পন্ন ব্যক্তি হিচাপে প্ৰশংসা কৰে।