এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ হাই জাম্প টি৪৭ ইভেণ্টত ৰামপালৰ ৰূপৰ পদক অৰ্জন, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
October 23rd, 06:20 pm
চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ হাই জাম্প টি৪৭ ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামপালক অভিনন্দন জনাইছে।