প্ৰধানমন্ত্ৰীৰ থাই ৰামায়ণ ৰামকিয়েনৰ এক মনোমোহা প্ৰদৰ্শন উপভোগ
April 03rd, 01:02 pm
ভাৰত আৰু থাইলেণ্ডৰ মাজৰ গভীৰ সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্কৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডৰ বেংককত থাই ৰামায়ণ, ৰামাকিয়েনৰ এক সমৃদ্ধ প্ৰদৰ্শন উপভোগ কৰে।