ৰমাকান্ত ৰথৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
March 16th, 02:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট কবি তথা পণ্ডিত ৰমাকান্ত ৰথৰ মৃত্যুত শোক প্ৰকাশ কৰিছে আৰু কয় যে ৰমাকান্ত ৰথ জীৰ ৰচনা, বিশেষকৈ কবিতা সমাজৰ সকলো শ্ৰেণীৰ মাজত ব্যাপক জনপ্ৰিয়।