‘এছিয়ান পেৰা গে’মছ’ত মহিলাৰ ‘১৫০০ মিটাৰ-টি-১১’ ত স্বৰ্ণ পদক জয় কৰা ৰক্ষিতা ৰাজুক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

October 25th, 09:55 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌ ‘এছিয়ান পেৰা গে’মছ’ত আজি মহিলাৰ ১৫০০ মিটাৰ-টি-১১ প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে ৰক্ষিত ৰাজুক অভিনন্দন জ্ঞাপন কৰে।