এছিয়ান পেৰা গেমছত পুৰুষৰ ১৫০০ মিটাৰ টি-৬৪ ইভেণ্টত ব্ৰঞ্জৰ পদক বিজয়ী ৰাকেশ ভৈৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
October 24th, 09:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত পুৰুষৰ ১৫০০ মিটাৰ টি-৬৪ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ৰাকেশ ভৈৰাক অভিনন্দন জ্ঞাপন কৰে।