ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ প্ৰধানমন্ত্ৰীৰ উত্তৰৰ অসমীয়া অনুবাদ

February 05th, 05:35 pm

এই ধন্যবাদ প্ৰস্তাৱৰ সমৰ্থনত এই সদনত মোৰ আবেগ প্ৰকাশ কৰিব পৰাটো মই এক সৌভাগ্যৰ কথা বুলি বিবেচনা কৰিছো।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 05th, 05:00 pm

আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে ধন্যবাদৰ প্ৰস্তাৱৰ সমৰ্থনত তেওঁৰ আবেগ ভাগ-বতৰা কৰিব পৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা। তেওঁ মন্তব্য কৰে যে বিগত বছৰটো উন্নত ভাৰতৰ যাত্ৰাত দ্ৰুত অগ্ৰগতিৰ বছৰ, প্ৰতিটো খণ্ডতে আৰু সমাজৰ সকলো শ্ৰেণীৰ মাজত ৰূপান্তৰ দৃশ্যমান হৈছে, কিয়নো দেশখনে সঠিক দিশত অতি দ্ৰুতগতিত আগবাঢ়িছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে ৰাষ্ট্ৰপতিয়ে এই বিষয়সমূহ সংবেদনশীলতা আৰু স্পষ্টতাৰে উপস্থাপন কৰিছিল।

সংসদৰ ২০২৫ চনৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

July 21st, 10:30 am

বৰ্ষাকাল হৈছে সতেজতা আৰু সৃষ্টিৰ প্ৰতীক। এতিয়ালৈকে পোৱা খবৰ অনুসৰি, সমগ্ৰ দেশতে বতৰ অনুকূলভাৱে আগবাঢ়িছে, কৃষিৰ বাবে উপযোগী বতৰৰ বাতৰিও পোৱা গৈছে । বৰষুণে কেৱল আমাৰ কৃষকসকলৰ অৰ্থনীতিতে নহয়, দেশৰ অৰ্থনীতি, গ্ৰাম্য অৰ্থনীতি আৰু প্ৰতিটো পৰিয়ালৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই লাভ কৰা তথ্য অনুসৰি, যোৱা দহ বছৰৰ তুলনাত এই বছৰ পানীৰ সংৰক্ষণ প্ৰায় তিনিগুণ অধিক হৈছে, যাৰ ফলত অনাগত দিনবোৰত দেশৰ অৰ্থনীতি যথেষ্ট লাভান্বিত হ’ব।

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ শুভাৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

July 21st, 09:54 am

সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ সময়ত সংবাদ মাধ্যমক সম্বোধন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ ভাষণত তেওঁ ভয়াবহ পেহেলগাম হত্যাকাণ্ডৰ কথা স্পৰ্শ কৰি পাকিস্তানৰ ভূমিকা উদঙাই দিয়াৰ ক্ষেত্ৰত ভাৰতৰ ৰাজনৈতিক নেতৃত্বৰ ঐক্যবদ্ধ কণ্ঠক প্ৰশংসা কৰে। ডিজিটেল ইণ্ডিয়া বিশেষকৈ ইউপিআইৰ বিশ্বজোৰা স্বীকৃতিৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ নক্সালবাদ আৰু মাওবাদৰ অৱনতি ঘটিছে বুলি দৃঢ়তাৰে কয় আৰু অপাৰেচন সিন্দূৰৰ সফলতাকো প্ৰশংসা কৰে।

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰা বিশিষ্ট ব্যক্তিসকলক অভিনন্দন জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

July 13th, 10:47 am

ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা ৰাজ্যসভালৈ মনোনীত হোৱা চাৰিগৰাকী বিশিষ্ট ব্যক্তিলৈ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপাণীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

June 13th, 02:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শেহতীয়াকৈ আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপাণীৰ কৰুণ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ৰূপাণীৰ বৰ্ণাঢ্য কেৰিয়াৰত আলোকপাতেৰে ৰাজকোট পৌৰ নিগম, ৰাজ্যসভাৰ সাংসদ, গুজৰাট বিজেপিৰ সভাপতি আৰু ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ কাৰ্য্যকালকে প্ৰমুখ্য কৰি একাধিক দায়িত্ব পালনৰ সময়ত তেওঁ আগবঢ়োৱা বৰঙণিৰাজিৰ কথা স্মৰণ কৰে।

ৰাজ্যসভাৰ সাংসদ থিৰু ইলাইয়াৰাজাই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

March 18th, 04:54 pm

ৰাজ্যসভাৰ সাংসদ থিৰু ইলাইয়াৰাজাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ

February 06th, 04:21 pm

মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই তেওঁ ভাষণত ভাৰতৰ সাফল্য, ভাৰতৰ পৰা বিশ্বৰ আশা, ভাৰতৰ সাধাৰণ মানুহৰ আত্মবিশ্বাস আৰু ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্পৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে দেশখনক ভৱিষ্যতৰ দিশটোও দেখুৱাইছে। মাননীয় ৰাষ্ট্ৰপতিৰ ভাষণ আছিল প্ৰেৰণাদায়ক, ফলপ্ৰসূ আৰু লগতে আমাৰ সকলোৰে বাবে ভৱিষ্যতৰ কামৰ বাবে এক নিৰ্দেশনা। সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাছো!

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ

February 06th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ সম্বোধনে ভাৰতৰ সাফল্য, ভাৰতৰপৰা বিশ্বৰ প্ৰত্যাশা আৰু এখনি উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত সাধাৰণ লোকৰ আত্মবিশ্বাসক সামৰি লৈছে। তেখেতে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰেৰণাদায়ক, প্ৰভাৱশালী আৰু এই ভাষণে ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ বাবে পথ প্ৰদৰ্শন কৰিছে। তেখেতে এই ভাষণৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

ৰাজ্যসভাৰ সাংসদ শ্ৰী শাৰদ পাৱাৰৰ সৈতে এটা কৃষক গোটে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

December 18th, 02:13 pm

ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শাৰদ পাৱাৰৰ সৈতে এটা কৃষক গোটে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

Prime Minister lauds the passing of amendments proposed to Oilfields (Regulation and Development) Act 1948

December 03rd, 08:17 pm

The Prime Minister Shri Narendra Modi lauded the passing of amendments proposed to Oilfields (Regulation and Development) Act 1948 in Rajya Sabha today. He remarked that it was an important legislation which will boost energy security and also contribute to a prosperous India.

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত ৰাজ্যসভাত অনুষ্ঠিত বিতৰ্কৰ উত্তৰ দান কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

July 03rd, 12:45 pm

ৰাষ্ট্ৰপতি মহোদয়াই অভিভাষণ প্ৰদান কৰাৰ পাচত তেওঁক ধন্যবাদ জনোৱাৰ উদ্দেশ্যে মই এই আলোচনাত যোগদান কৰিছো। ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণত দেশবাসীৰ বাবে অনুপ্ৰেৰণা আছিল, উৎসাহ আছিল আৰু এক প্ৰকাৰে সত্যৰ পথকো পুৰস্কৃত কৰা হৈছিল।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ সন্দৰ্ভত ধন্যবাদ প্ৰস্তাৱত প্ৰধানমন্ত্ৰীৰ উত্তৰ

July 03rd, 12:00 pm

আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ সন্দৰ্ভত ধন্যবাদৰ প্ৰস্তাৱৰ উত্তৰ দিয়ে।

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ জীৱন আৰু যাত্ৰাৰ ওপৰত গ্ৰন্থ উন্মোচনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

June 30th, 12:05 pm

অনুষ্ঠানত উপস্থিত আৰু আজিৰ অনুষ্ঠানৰ কেন্দ্ৰবিন্দু আমাৰ জ্যেষ্ঠ সহকৰ্মী শ্ৰীযুত ভেংকায়া নাইডু গাৰু, তেওঁৰ পৰিয়ালৰ সদস্য, বিভিন্ন ৰাজ্যৰ ৰাজ্যপালসকল, বিভিন্ন ৰাজ্যৰ মন্ত্ৰীসকল, আন সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি, দেৱী আৰু সজ্জনসকল।

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ জীৱন আৰু যাত্ৰাৰ সন্দৰ্ভত তিনিখন গ্ৰন্থ উন্মোচন প্ৰধানমন্ত্ৰীৰ

June 30th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ ৭৫সংখ্যক জন্মদিনৰ প্ৰাকক্ষণত তেওঁৰ জীৱন আৰু যাত্ৰা সম্পৰ্কীয় তিনিখন গ্ৰন্থ উন্মোচন কৰে।

সাংসদ ডি শ্ৰীনিবাস গাৰুৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে

June 29th, 08:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ (সাংসদ) শ্ৰী ডি শ্ৰীনিবাস গাৰুৰ মৃত্যুত শোক প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসভালৈ শ্ৰীমতী সুধা মূৰ্তিৰ মনোনয়নত সুখ প্ৰকাশ কৰে

March 08th, 02:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমতী সুধা মূৰ্তিক ৰাজ্যসভালৈ মনোনয়ন দিয়াত সুখ প্ৰকাশ কৰিছে।

ৰাজ্য সভাৰ অৱসৰ গ্ৰহণ কৰা সদস্যসকলৰ বিদায় পৰ্বত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পাঠ

February 08th, 12:20 pm

সন্মানীয় সাংসদসকল, কিছুমান লোক গৈছে, হয়তো কিছুমান লোক আহিবলৈ ওলাইছে আৰু কিছুমান লোক আজি যাবলৈ ওলাইছে। বিশেষকৈ সন্মানীয় ডঃ মনমোহন সিং জীক স্মৰণ কৰিব বিচাৰিছোঁ। তেওঁৰ বহুমূলীয়া চিন্তাৰে এই সদনত ৬ বাৰকৈ আৰু নেতা হিচাপেও বিৰোধী দলতো তেওঁ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ইমান দিনে তেওঁ এই সদন আৰু দেশক যিদৰে পথ প্ৰদৰ্শন কৰি আহিছে, যেতিয়াই আমাৰ গণতন্ত্ৰৰ চৰ্চা হ’ব, একাংশ সন্মানীয় সদস্যৰ আলোচনাত সন্মানীয় ডঃ মনমোহন সিঙৰ কথা উল্লেখ হ’ব। তেওঁৰ অৱদানৰ বিষয়ে নিশ্চয়কৈ আলোচনা হ’ব।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসভাৰ অৱসৰপ্ৰাপ্ত সদস্যসকলক বিদায় সম্ভাষণ জনায়

February 08th, 12:16 pm

ডঃ মনমোহন সিঙৰ অৱদানক স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “সদন আৰু ৰাষ্ট্ৰখনক পথ প্ৰদৰ্শন কৰা তেওঁৰ দীৰ্ঘদিনীয়া কাৰ্য্যকালৰ বাবে আমাৰ ৰাষ্ট্ৰৰ গণতন্ত্ৰৰ প্ৰতিটো আলোচনাতে তেওঁ স্মৰণীয় হৈ ৰ’ব।“ প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰামৰ্শ প্ৰদানেৰে কয় যে সকলো সাংসদেই এনে বিশিষ্ট সদস্যসকলৰ আচৰণৰপৰা শিক্ষা আহৰণৰ চেষ্টা কৰিব লাগে, কিয়নো তেওঁলোক হৈছে একো-একোগৰাকী পথ প্ৰদৰ্শক। প্ৰধানমন্ত্ৰীগৰাকীয়ে সদনত ভোট দিবলৈ হুইল চেয়াৰত উঠি অহাটো এজন সদস্যৰ কৰ্তব্যৰ প্ৰতি সমৰ্পণৰ প্ৰেৰণাদায়ক উদাহৰণ বুলি স্মৰণ কৰে। “মই বিশ্বাস কৰোঁ যে এনে কৰি তেওঁ গণতন্ত্ৰক শক্তি প্ৰদান কৰিবলৈ আহিছিল”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ দীৰ্ঘায়ু আৰু সুস্থ জীৱনৰ কামনা কৰে।

Last 10 years will be known for the historic decisions of the government: PM Modi

February 07th, 02:01 pm

Prime Minister Narendra Modi replied to the Motion of Thanks on the President's address to Parliament in Rajya Sabha. Addressing the House, PM Modi said that the 75th Republic Day is a significant milestone in the nation’s journey and the President during her address spoke about India’s self-confidence. PM Modi underlined that in her address, the President expressed confidence about India’s bright future and acknowledged the capability of the citizens of India.