প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিনেমা জগতত ৫০টা গৌৰৱময় বৰ্ষ সম্পূৰ্ণ কৰাত থিৰু ৰজনীকান্ত জীক অভিনন্দন জনায়
August 15th, 09:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিৰু ৰজনীকান্ত জীক চিনেমা জগতত ৫০টা গৌৰৱময় বৰ্ষ সম্পূৰ্ণ কৰাত অভিনন্দন জনায়।দাদাচাহেব ফাল্কে বঁটাৰ বাবে মনোনীত ৰজনীকান্তক শুভেচ্ছা প্রধানমন্ত্রীৰ
April 01st, 11:35 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে দাদাচাহেব ফাল্কে বঁটাৰ বাবে মনোনীত শ্রী ৰজনীকান্তক অভিনন্দন জনায়৷