প্ৰধানমন্ত্ৰীয়ে ৰূপৰ পদক জয়ৰ বাবে মহিলা ট্ৰেপ দলক প্ৰশংসা কৰে

October 01st, 08:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গে’মছত ৰূপৰ পদক অৰ্জন কৰা ‘মহিলা ট্ৰেপ দল’টোৰ লগতে মনীষা কীৰ, প্ৰীতি ৰজক আৰু ৰাজেশ্বৰী কুমাৰীৰ চমৎকাৰ প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে।