কেৰালামৰ এৰ্নাকুলামত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ

March 11th, 02:00 pm

কেৰালামৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ মহাশয়, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী সুৰেশ গোপী মহাশয়, জৰ্জ কুৰিয়েন মহাশয়, সাংসদ আৰু বিধায়কসকল, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ মহাশয় আৰু ভদ্রলোক তথা ভদ্ৰমহিলাসকল!

কেৰালামৰ এৰ্নাকুলামত প্ৰায় ১১,০০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰি ৰাষ্ট্ৰলৈ উৎসৰ্গা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 11th, 01:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উপকূলীয় চহৰ কোচি ভ্ৰমণ কৰি একাধিক উচ্চ প্ৰভাৱশালী প্ৰকল্পৰ শুভাৰম্ভ কৰি কেৰালামৰ উন্নয়ন ত্বৰান্বিত কৰে। বিনিয়োগৰ পৰিসৰৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মুঠ ১১,০০০ কোটি টকাৰ উদ্যোগৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কোচিলৈ অহাটো সদায়েই এক সুন্দৰ অভিজ্ঞতা বুলি উল্লেখ কৰি কয়- ‘মই এই প্ৰকল্পসমূহৰ বাবে কেৰালামৰ জনসাধাৰণক মোৰ আন্তৰিক অভিনন্দন জনাইছো।’

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কেৰালাৰ ৰাজ্যপালৰ

January 10th, 07:48 pm

কেৰালাৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।