Prime Minister pays homage to Father of the Nation, Mahatma Gandhi at Rajghat
January 30th, 01:54 pm
On the death anniversary of Mahatma Gandhi, PM Modi paid tributes to the Father of the Nation at Rajghat. The PM said that Bapu’s timeless ideals continue to guide our nation’s journey and reaffirmed the commitment to building an India rooted in justice, harmony and service to humanity.ভাৰত আৰু ফিলিপিনছ চৰকাৰৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ ঘোষণা-পত্ৰ
August 05th, 05:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ফাৰ্ডিনাণ্ড আৰ মাৰ্কছ জুনিয়ৰে ৪-৮ আগষ্ট, ২০২৫ চনৰলৈ ভাৰত ভ্ৰমণৰ বাবে আহিছে।ৰাষ্ট্ৰপতি মাৰ্কছৰ সৈতে তেওঁৰ পত্নী মেডাম লুইজ আৰানেটা মাৰ্কছ আৰু ফিলিপাইনছৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীকে ধৰি এক উচ্চ পৰ্যায়ৰ চৰকাৰী প্ৰতিনিধি আৰু ব্যৱসায়িক প্ৰতিনিধি দলো আহিছে।মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
October 02nd, 03:43 pm
আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে ৰাজঘাটত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।২৪.০৯.২০২৩ত ‘মন কী বাত’ৰ ১০৫সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 24th, 11:30 am
'মন কী বাত'ৰ আন এটা খণ্ডত দেশৰ সফলতা, দেশবাসীৰ সফলতা, তেওঁলোকৰ প্ৰেৰণাদায়ক জীৱনশৈলী আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ সুযোগ পালোঁ। শেহতীয়াকৈ মই পোৱা চিঠি আৰু বাৰ্তা বেছিভাগেই দুটা কথাৰ ওপৰত কেন্দ্ৰীভূত। প্ৰথমটো হৈছে চন্দ্ৰযান-৩ৰ সফল অৱতৰণ আৰু দ্বিতীয়টো হ’ল দিল্লীত জি-২০ৰ সফল আয়োজন। দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা, সমাজৰ প্ৰতিটো শ্ৰেণীৰ পৰা সকলো বয়সৰ মানুহৰ পৰা অগণন চিঠি পাইছিলোঁ। চন্দ্ৰযান-৩ৰ লেণ্ডাৰখন যেতিয়া চন্দ্ৰত অৱতৰণ কৰিবলৈ ওলাইছিল তেতিয়া লাখ লাখ লোকে বিভিন্ন মাধ্যমৰ জৰিয়তে এই অনুষ্ঠানৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী হৈছিল। ইছৰোৰ ইউটিউব লাইভ চেনেলত আশী লক্ষাধিক লোকে এই অনুষ্ঠানটো চাইছিল– যিটো এক অভিলেখ। ইয়াৰ পৰাই বুজা যায় যে চন্দ্ৰযান-৩ৰ সৈতে লাখ লাখ ভাৰতীয়ৰ কিমান গভীৰ সম্পৰ্ক আছে। চন্দ্ৰযানৰ এই সফলতাক লৈ বৰ্তমান দেশত এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু ইয়াৰ নাম– ‘চন্দ্ৰযান-৩ মহাকুইজ’। মাইগভ পৰ্টেলত চলি থকা এই প্ৰতিযোগিতাত এতিয়ালৈকে পোন্ধৰ লাখতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে। মাইগভ আৰম্ভ হোৱাৰ পিছত যিকোনো কুইজৰ বাবে এইটোৱেই সৰ্বাধিক অংশগ্ৰহণ। মই এইটোও ক'ম যে যদি আপুনি এতিয়াও অংশগ্ৰহণ কৰা নাই তেন্তে পলম নকৰিব আৰু ছদিন বাকী আছে। এই কুইজত নিশ্চিতভাৱে অংশগ্ৰহণ কৰক।ৰাজ ঘাটত মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন জি-২০ ৰাষ্ট্ৰসমূহৰ নেতাসকলৰ
September 10th, 12:26 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে জি-২০ৰ সদস্য ৰাষ্ট্ৰসমূহৰ নেতাসকলে ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াত তেখেতে কয় যে গান্ধীজীৰ কালজয়ী আদৰ্শই এক সুসম, সৰ্বাংগীন আৰু সমৃদ্ধিশালী বিশ্ব ভৱিষ্যতৰ বাবে সামূহিক দৃষ্টিক পথ প্ৰদৰ্শন কৰে।