Prime Minister greets Central Industrial Security Force on their Raising Day

March 10th, 10:35 am

On the Raising Day of the Central Industrial Security Force, PM Modi greeted all CISF personnel, lauding their determination, discipline and dedication. He noted that the CISF plays a vital role in safeguarding critical infrastructure across the nation and that their unwavering commitment to duty contributes greatly to India’s security and progress.

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

February 01st, 11:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সকলো পদবীধাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে আমাৰ উপকূলত শক্তিশালী ঢাল হিচাপে থাকি নিজৰ নাম উজলাইছে আৰু সামুদ্ৰিক সুৰক্ষা, দুৰ্যোগৰ ক্ষেত্ৰত দ্ৰুত সঁহাৰি তথা আমাৰ সামুদ্ৰিক পৰিৱেশতন্ত্ৰৰ সুৰক্ষাৰ প্ৰতি তেওঁলোকৰ অটল দায়বদ্ধতা প্ৰশংসনীয়।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ প্ৰতিষ্ঠা দিৱসত ইয়াৰ সাহসী কৰ্মীসকলক প্ৰধানমন্ত্ৰীৰ অভিবাদন

January 19th, 09:30 am

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সাহসী জোৱানসকলৰ সাহস, নিষ্ঠা আৰু নিঃস্বাৰ্থ সেৱাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইয়াৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰতিষ্ঠা দিৱসত সশস্ত্ৰ সীমা বলৰ কৰ্মীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

December 20th, 11:29 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সশস্ত্ৰ সীমা বলৰ সৈতে জড়িত সকলো কৰ্মীক বাহিনীটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিছে।

বি এছ এফৰ প্ৰতিষ্ঠা দিৱসত বাহিনীটোৰ জোৱানসকলক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

December 01st, 06:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বি এছ এফৰ জোৱানসকলক তেওঁলোকৰ বাহিনীটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে । শ্ৰী মোদীয়ে কয় যে বি এছ এফ ভাৰতৰ অটল সংকল্প আৰু পৰম পেছাদাৰিত্বৰ প্ৰতীক।

চি আৰ পি এফৰ প্ৰতিষ্ঠা দিৱসত বাহিনীটোৰ জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

July 27th, 09:40 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চি আৰ পি এফৰ সকলো জোৱানক বাহিনীটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় চি আৰ পি এফৰ জোৱানসকলে অতি প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিৰ মাজত নিজৰ কৰ্তব্য, সাহস আৰু অটল দায়বদ্ধতাৰে এক বিশেষ স্থান দখল কৰিছে।

‘প্ৰতিষ্ঠা দিৱস’ত ‘চিআইএছএফ কৰ্মী’সকলক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে

March 10th, 06:55 pm

‘প্ৰতিষ্ঠা দিৱস’ত আজি ‘চিআইএছএফ’ৰ সকলো কৰ্মচাৰীক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে ‘চিআইএছএফ’ বাহিনী ইয়াৰ পেছাদাৰিত্ব, নিষ্ঠা আৰু সাহসৰ বাবে প্ৰশংসিত হৈ আহিছে। তেওঁলোকে অত্যাৱশ্যকীয় আন্তঃগাঁথনি সুৰক্ষিত কৰি আৰু প্ৰতিদিনে অগণন লোকৰ সুৰক্ষা নিশ্চিত কৰি আমাৰ নিৰাপত্তা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কৰ্তব্যৰ প্ৰতি তেওঁলোকৰ অটল প্ৰতিশ্ৰুতিবদ্ধতা সঁচাকৈয়ে প্ৰশংসনীয়, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত দৃষ্টান্তমূলক সেৱাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

February 01st, 09:30 am

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ বিশাল উপকূল ৰক্ষাৰ ক্ষেত্ৰত বাহিনীটোৰ জোৱানসকলৰ শক্তি, নিষ্ঠা আৰু অক্লান্ত সতৰ্কতাৰ বাবে প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয় যে সামুদ্ৰিক সুৰক্ষাৰ পৰা দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱালৈকে, চোৰাংচোৱা বিৰোধী অভিযানৰ পৰা আৰম্ভ কৰি পৰিৱেশ সুৰক্ষালৈকে ভাৰতীয় উপকূলৰক্ষী বাহিনী আমাৰ সাগৰৰ দুৰ্জেয় ৰক্ষক, যিসকলে আমাৰ জল আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ প্ৰতিষ্ঠা দিৱসত বীৰ জোৱানসকলক প্ৰণাম জনায়

January 19th, 05:18 pm

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ বীৰ জোৱানসকলৰ সাহস, নিষ্ঠা আৰু নিস্বাৰ্থ সেৱাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইয়াৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে তেওঁলোকক সম্ভাষণ জনায়।

সীমান্ত নিৰাপত্তা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

December 01st, 08:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সীমান্ত নিৰাপত্তা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ বিএছএফক সাহস, নিষ্ঠা আৰু ব্যতিক্ৰমী সেৱাৰ প্ৰতীক হিচাপে প্ৰতিৰক্ষাৰ এক গুৰুত্বপূৰ্ণ শাৰীত থিয় দিয়াৰ বাবে প্ৰশংসা কৰে।

চিআৰপিএফৰ প্ৰতিষ্ঠা দিৱসত বাহিনীৰ সদস্যসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

July 27th, 10:07 am

চিআৰপিএফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীৰ সদস্যসকলক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে তেওঁলোকৰ অটল নিষ্ঠা আৰু দেশৰ প্ৰতি নিৰন্তৰ সেৱাৰ মানসিকতা সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য।

উপকূলৰক্ষী বাহিনীৰ ‘প্ৰতিষ্ঠা দিৱস’ উপলক্ষে বাহিনীটোৰ সকলো কৰ্মীলৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰীয়ে

February 01st, 09:43 am

‘উপকূলৰক্ষী বাহিনী’ৰ ‘প্ৰতিষ্ঠা দিৱস’ উপলক্ষে বাহিনীটোৰ সকলো কৰ্মীলৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

‘বিএছএফ’ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

December 01st, 10:16 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিএছএফ’-ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে আইটিবিপিৰ প্ৰতিষ্ঠা দিৱসত ইয়াৰ অদম্য ভাবনা আৰু বীৰত্বক ছেলুট কৰে

October 24th, 08:58 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইটিবিপিৰ প্ৰতিষ্ঠা দিৱসত আইটিবিপি কৰ্মীসকলক শুভকামনা জনাইছে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ডৰ প্ৰতিষ্ঠা দিৱসত এনএছজি কৰ্মীসকলক অভিনন্দন জনায়

October 16th, 03:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড (এনএছজি) কৰ্মীসকলক এনএছজিৰ প্ৰতিষ্ঠা দিৱসত শুভকামনা জনাইছে।

প্ৰধানমন্ত্ৰীয়ে চি আৰ পি এফ জোৱানসকলক তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জ্ঞাপন কৰে

July 27th, 06:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চি আৰ পি এফৰ সকলো বীৰ জোৱানক তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জ্ঞাপন কৰি কয় যে আমাৰ জাতিৰ সুৰক্ষাৰ প্ৰতি তেওঁলোকৰ অটল দায়বদ্ধতা সঁচাকৈয়ে প্ৰশংসনীয়।

প্রধানমন্ত্রীয়ে সীমান্ত পথ সংস্থাৰ পৰিকল্পনা দন্তকৰ দ্বাৰা ৬৪তম প্ৰতিষ্ঠা দিৱস উপলক্ষে গ্ৰহণ কৰা তৎপৰতাৰ প্ৰশংসা কৰে

May 05th, 10:41 am

প্ৰধানমন্ত্ৰীয়ে সীমান্ত পথ সংস্থাৰ পৰিকল্পনা দন্তকৰ দ্বাৰা ৬৪তম প্ৰতিষ্ঠা দিৱস উপলক্ষে গ্ৰহণ কৰা তৎপৰতাৰ প্ৰশংসা কৰিছে।

প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰত প্ৰতিষ্ঠা দিৱসৰ পেৰেড আয়োজন কৰাৰ বাবে চিআইএছএফক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

March 13th, 10:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰত প্ৰতিষ্ঠা দিৱসৰ পেৰেড আয়োজন কৰাৰ বাবে চিআইএছএফক প্ৰশংসা কৰিছে।

প্ৰতিষ্ঠা দিৱসত উপকূলৰক্ষী বাহিনীৰ জোৱানসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

February 01st, 09:21 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে উপকূলৰক্ষী বাহিনীৰ জোৱানসকলক শুভেচ্ছা জনাইছে।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীক ইয়াৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছাপ্ৰধানমন্ত্ৰীৰ

January 19th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।