থাইলেণ্ডৰ কুইন মাদাৰ মহামহিম ৰাণী ছিৰিকিটৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
October 26th, 03:39 pm
থাইলেণ্ডৰ কুইন মাদাৰ মহামহিম ৰাণী ছিৰিকিটৰ মৃত্যুত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে। এক শোক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে ৰাণীৰ জনসেৱাৰ প্ৰতি আজীৱন সমৰ্পণক শ্ৰদ্ধাঞ্জলি জনাই কয় যে তেওঁৰ উত্তৰাধিকাৰে সমগ্ৰ বিশ্বৰ প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।