প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে কোৱালকম ইনকৰ্পৰেশ্যনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়াই
February 20th, 09:12 pm
কোৱালকম ইনকৰ্পৰেশ্যনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ক্ৰিষ্টিয়ানো আৰ আমনে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰী কোৱালকমৰ অধ্যক্ষ আৰু চিইঅ’ৰ সৈতে মিলিত হৈ এআই উদ্ভাৱন আৰু দক্ষতাৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰে
October 11th, 02:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী কোৱালকমৰ অধ্যক্ষ আৰু চিইঅ’ শ্ৰী ক্রিষ্টিয়ানো আৰ. আমনৰ সৈতে মিলিত হৈ কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাৱন আৰু দক্ষতাৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰে।প্রধানমন্ত্রীৰ সৈতে কোৱালকমৰ মুখ্য কার্যনির্বাহী বিষয়া মিঃ ক্রিশ্চিয়ানো আমনৰ বৈঠক
September 23rd, 07:51 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি কোৱালকমৰ মুখ্য কার্যনির্বাহী বিষয়া মিঃ ক্রিশ্চিয়ানো আমনৰ সৈতে বৈঠক কৰিছে।শীৰ্ষৰ আমেৰিকান উদ্যোগবোৰৰ চিইঅ’সকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বিস্তৃত বৈঠক
September 23rd, 06:52 pm
আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ পাঁচগৰাকী শীৰ্ষস্থানৰ চিইঅ’ৰ সৈতে বাৰ্তালাপত মিলিত হয় ৷ প্ৰধানমন্ত্ৰী মোদীয়ে কোৱালকম, এডব, ফাৰ্ষ্ট ছোলাৰ, জেনেৰেট এট’মিকছ আৰু ব্লেকষ্টোনৰ চিইঅ’সকলক সাক্ষাৎ কৰে ৷