গোৱাৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

August 04th, 05:04 pm

গোৱাৰ ৰাজ্যপাল শ্ৰী অশোক গজপতি ৰাজুৱে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।