পুণ্য তিথিত বীৰ ছাভাৰকাৰলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

February 26th, 11:25 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহান বিপ্লৱী বীৰ ছাভাৰকাৰলৈ তেওঁৰ পুণ্য তিথি উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মহৰ্ষি দয়ানন্দ সৰস্বতী জীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

February 12th, 10:17 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহৰ্ষি দয়ানন্দ সৰস্বতী জীৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁ কেৱল শিক্ষাৰ প্ৰচাৰ কৰায়েই নহয়, ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাক সমৃদ্ধ কৰাৰ ক্ষেত্ৰতো অতুলনীয় অৱদান আগবঢ়াইছে। ‘সামাজিক সংস্কাৰৰ বাবে তেওঁৰ প্ৰচেষ্টাই দেশৰ জনসাধাৰণৰ বাবে অনুপ্ৰেৰণাৰ উৎস হিচাপে কাম কৰি থাকিব’, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

January 30th, 01:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজঘাটত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে বাপুৰ কালজয়ী আদৰ্শই আমাৰ ৰাষ্ট্ৰৰ যাত্ৰাক পথ-প্ৰদৰ্শন কৰি আহিছে। আমি তেওঁৰ নীতিৰাজি আৰু ন্যায়, সম্প্ৰীতি তথা মানৱতাৰ সেৱাৰে বদ্ধমূল এখনি ভাৰত গঢ়ি তোলাৰ প্ৰতি আমাৰ অংগীকাৰৰ কথা দোহাৰিছো, শ্ৰী মোদীয়ে কয়।

শ্ৰী ৰাম বিলাস পাছৱানৰ পুণ্য তিথিত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

October 08th, 10:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ জনপ্ৰিয় নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাম বিলাস পাছৱানক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী অটল বিহাৰী বাজপেয়ীৰ পুণ্য তিথিত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

August 16th, 08:57 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

পুণ্য তিথিত স্বামী বিবেকানন্দলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

July 04th, 08:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দৰ পুণ্য তিথি উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতে কয় যে স্বামী বিবেকানন্দৰ চিন্তাধাৰা আৰু দৃষ্টিভংগীয়ে আমাৰ সমাজক পথ-প্ৰদৰ্শন কৰি আহিছে। তেওঁ আমাৰ ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি গৌৰৱ আৰু আত্ম-বিশ্বাসৰ মনোভাৱ জগাই তুলিছিল বুলি শ্ৰী মোদীয়ে আৰু কয়।

বীৰ সাৱাৰকাৰৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

February 26th, 09:41 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বীৰ সাৱাৰকাৰৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

পুণ্য তিথিত পণ্ডিত দীনদয়াল উপাধ্যায়লৈ প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

February 11th, 01:45 pm

পুণ্য তিথিত পণ্ডিত দীনদয়াল উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়া এগৰাকী দূৰদৰ্শী চিন্তাবিদ আছিল যিয়ে নিজকে ভাৰতৰ সেৱাত সমৰ্পিত কৰিছিল। সমাজৰ অন্তিমগৰাকী ব্যক্তিৰ উন্নতি নিশ্চিত কৰাৰ তেওঁৰ দৰ্শনে এক শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আমাৰ যাত্ৰাক অনুপ্ৰাণিত কৰি আহিছে, শ্ৰী মোদীয়ে মন্তব্য কৰে।

মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

January 30th, 09:06 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে আমাৰ ৰাষ্ট্ৰখনৰ বাবে শ্বহীদ বৰণ কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁলোকৰ সেৱা তথা ত্যাগৰ কথাও স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীয়ে বালাসাহেব ঠাকৰেক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে

November 17th, 01:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বালাসাহেব ঠাকৰে জীক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। শ্ৰী মোদীয়ে ঠাকৰেক মহাৰাষ্ট্ৰৰ বিকাশ আৰু মাৰাঠী লোকৰ সবলীকৰণৰ সমৰ্থন কৰা এজন দূৰদৰ্শী ব্যক্তি হিচাপে প্ৰশংসা কৰে।

শ্ৰী ৰামবিলাস পাছোৱানৰ পুণ্য তিথিত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

October 08th, 02:52 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰামবিলাস পাছোৱানৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জনাইছে। শ্ৰী মোদীয়ে কয় যে শ্ৰী ৰামবিলাস জী আছিল এগৰাকী অসাধাৰণ নেতা৷ তেওঁ জীৱন দৰিদ্ৰসকলক সবলীকৰণৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৱান আৰু শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ বাবে উৎসৰ্গিত আছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

August 16th, 10:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ পুণ্য তিথিত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে স্বামী বিবেকানন্দক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

July 04th, 09:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে শ্ৰী কৰ্পূৰী ঠাকুৰক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

February 17th, 07:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী কৰ্পূৰী ঠাকুৰক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পুণ্য তিথিত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

February 11th, 11:59 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধীক তেওঁৰ পুণ্য তিথিত পুষ্পাঞ্জলি জ্ঞাপন কৰে

January 30th, 01:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজঘাটত মহাত্মা গান্ধীৰ পুণ্য তিথি উপলক্ষে পুষ্পাঞ্জলি অৰ্পণ কৰে।

মহাত্মা গান্ধীৰ পুণ্য তিথিত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

January 30th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

চৰ্দাৰ বল্লভভাই পেটেলক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

December 15th, 09:54 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে চৰ্দাৰ পেটেলৰ দূৰদৰ্শী নেতৃত্ব আৰু দেশৰ ঐক্যৰ প্ৰতি অটল দায়বদ্ধতাই আধুনিক ভাৰতৰ ভেটি স্থাপন কৰিছে।

শ্ৰী অটল বিহাৰী বাজপেয়ীৰ পুণ্য তিথিৰ দিনা 'সদৈৱ অটল'ত প্ৰধানমন্ত্ৰীয়ে ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

August 16th, 12:54 pm

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়; দেশৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ী জীক আজি মৃত্যু বাৰ্ষিকীত ‘সদৈৱ অটল’ ভ্ৰমণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

স্বামী বিবেকানন্দক মৃত্যু তিথিত স্মৰণ প্ৰধানমন্ত্ৰীৰ

July 04th, 07:12 pm

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে, মহান স্বামী বিবেকানন্দক তেওঁৰ মৃত্যু বাৰ্ষিকীত স্মৰণ কৰিছো। তেওঁৰ সেৱা, মানৱতা আৰু আধ্যাত্মিক জ্ঞানৰ আদৰ্শই আমাক এক শক্তিশালী আৰু জীৱন্ত ভাৰত গঢ়ি তোলাৰ দিশত অনুপ্ৰাণিত আৰু পথ প্ৰদৰ্শন কৰে। আমি তেওঁৰ ঐক্য আৰু ভ্ৰাতৃত্বৰ দৃষ্টিভংগী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰিছো।”