বিশিষ্ট বৌদ্ধ পণ্ডিত ৰবাৰ্ট এ এফ থাৰমেনৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
June 18th, 05:30 am
ৰবাৰ্ট এ এফ থাৰমেনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।প্ৰধানমন্ত্ৰীয়ে আমেৰিকান বৌদ্ধ পণ্ডিত তথা শিক্ষাবিদ অধ্যাপক ৰবাৰ্ট থুৰমানৰ সৈতে বৈঠক কৰে
June 21st, 08:26 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ নিউয়ৰ্কত আমেৰিকান বৌদ্ধ পণ্ডিত, লেখক তথা পদ্মশ্ৰী বঁটাৰে সন্মানিত অধ্যাপক ৰবাৰ্ট থুৰমানৰ সৈতে সাক্ষাৎ কৰে।