মহিলাৰ ৩০০০মিটাৰ ষ্টিপলচেজত ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰীতি লাম্বাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

October 03rd, 08:27 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছৰ মহিলাৰ প্ৰত্যাহ্বানমূলক ৩০০০ মিটাৰ ষ্টিপলচেজত ব্ৰঞ্জৰ পদক পোৱা প্ৰীতি লাম্বাক অভিনন্দন জনাইছে।