প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ জয়ছালমেৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে

October 14th, 10:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ জয়ছালমেৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাটোত আহত হোৱাসকলৰ আশু-আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ খাণ্ডৱাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে

October 02nd, 11:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ খাণ্ডৱাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে । তেওঁ প্ৰতিজন মৃতকৰ নিকটাত্মীয়ৰ বাবে পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকা সাহায্য ঘোষণা কৰে।

ডেৰাডুন ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ, উত্তৰাখণ্ডৰ বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে পৰ্যালোচনা বৈঠক

September 11th, 06:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (১১ ছেপ্টেম্বৰ, ২০২৫ত) ডেৰাডুন ভ্ৰমণ কৰি উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ, প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ ফলত হোৱা বান পৰিস্থিতি আৰু ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ দৌছাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে

August 13th, 05:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ দৌছাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফ-ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এক্স গ্ৰেচিয়া ঘোষণা কৰে।

মধ্যপ্ৰদেশৰ ঝাবুৱাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

June 04th, 05:37 pm

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ ঝাবুৱাত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

মধ্যপ্ৰদেশৰ মান্দসৌৰত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে

April 27th, 09:55 pm

মধ্যপ্ৰদেশৰ মান্দসৌৰত আজি সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ৰ বাবে ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।

অন্ধ্ৰপ্ৰদেশৰ আনকাপল্লী জিলাত সংঘটিত হোৱা কাৰখানা দুৰ্ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

April 13th, 09:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ অনকাপল্লী জিলাত সংঘটিত ভয়াবহ কাৰখানা দুৰ্ঘটনাৰ বাবে শোক প্ৰকাশ কৰে। দুৰ্ঘটনাটোত কেবাগৰাকীও লোকৰ মৃত্যু আৰু কেবাগৰাকীও আহত হোৱাকৈ লৈ গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখকৈ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰে।

ৰাজস্থানৰ ঢোলপুৰত পথ দুৰ্ঘটনাত প্ৰাণহানি, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ; প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা এককালীন সাহায্য ঘোষণা

October 20th, 01:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ ঢোলপুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰৰ তদাৰকীত স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সম্ভৱপৰ সকলোধৰণৰ সাহায্য প্ৰদানৰ কামত নিয়োজিত হৈ আছে।

কাছগঞ্জ দুৰ্ঘটনাত নিহতসকলৰ বাবে এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

February 24th, 08:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাছগঞ্জ দুৰ্ঘটনাত নিহতসকলৰ বাবে ৫০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ২ লাখকৈ আৰু আহতসকলক ৫০ হাজাৰকৈ টকা দিয়া হ’ব।

প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ হাৰদাৰ ক্ৰেকাৰ কাৰখানাত সংঘটিত অঘটনত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে

February 06th, 06:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ হাৰদাৰ ক্ৰেকাৰ কাৰখানাত সংঘটিত অঘটনত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পিএমএনআৰএফৰপৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এক্স-গ্ৰেচিয়া ঘোষণা কৰে।

PM condoles deaths in boat capsizing at Harni lake in Vadodara

January 18th, 07:56 pm

The Prime Minister, Shri Narendra Modi has condoleed the loss of lives due to a boat capsizing at the Harni lake in Vadodara.

অসমত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

January 03rd, 12:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গোলাঘাটত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত দুখ প্ৰকাশ কৰিছে।