Prime Minister emphasises strong foundation built for a truly renewed partnership between the two nations with the visit of Prime Minister of Canada
March 03rd, 10:16 pm
Praising the visit of Canadian PM Mark Carney to India, PM Modi said that the visit has built a strong foundation for a truly renewed partnership between the two nations. He added that he looks forward to working together to build a bright future and shared prosperity for the people of both countries.সংসদৰ বাজেট অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ মূল পাঠ
January 29th, 10:15 am
কালি ৰাষ্ট্ৰপতিৰ ভাষণ আছিল ১৪০ কোটি দেশবাসীৰ আস্থাৰ অভিব্যক্তি, ১৪০ কোটি দেশবাসীৰ কঠোৰ পৰিশ্ৰমৰ বিৱৰণ আৰু ১৪০ কোটি দেশবাসী তথা অধিকাংশ যুৱক-যুৱতীৰ আকাংক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে এক অতি নিখুঁত ভাষণ তথা সকলো সাংসদৰ বাবে বহুতো পথ প্ৰদৰ্শক দিশো কালি সদনত ৰাষ্ট্ৰপতিয়ে উত্থাপন কৰিছিল। মই নিশ্চিত যে সংসদৰ সকলো সন্মানীয় সদস্যই অধিৱেশনৰ আৰম্ভণিতে আৰু ২০২৬ চনৰ আৰম্ভণিতে সন্মানীয় ৰাষ্ট্ৰপতিয়ে সংসদৰ সদস্যসকলৰ আগত প্ৰকাশ কৰা প্ৰত্যাশা, ৰাষ্ট্ৰপ্ৰধান হিচাপে তেওঁ অতি সৰল শব্দত প্ৰকাশ কৰা ভাৱনাক গুৰুত্ব সহকাৰে লৈছে তথা এই অধিৱেশন নিজেই এক অতি গুৰুত্বপূৰ্ণ অধিৱেশন। এইখন বাজেট অধিৱেশন, একবিংশ শতিকাৰ এক চতুৰ্থাংশ পাৰ হৈছে, এয়া হৈছে দ্বিতীয় অংশৰ আৰম্ভণি আৰু ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গুৰুত্বপূৰ্ণ ২৫ বছৰ সময়ছোৱা আৰম্ভ হৈছে আৰু এয়া হৈছে দ্বিতীয় অংশৰ প্ৰথম বাজেট, এই শতিকাৰ দ্বিতীয় অংশৰ এইখন প্ৰথম বাজেট সমাগত আৰু বিত্ত মন্ত্ৰী নিৰ্মলা মহাশয়া, দেশৰ প্ৰথম বিত্ত মন্ত্ৰী, প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী, যিগৰাকীয়ে দেশৰ সংসদত একেৰাহে নৱমবাৰৰ বাবে বাজেট দাখিল কৰিবলৈ গৈ আছে। এয়া ভাৰতৰ সংসদীয় ইতিহাসত এক গৌৰৱৰ মুহূৰ্ত হিচাপে লিপিবদ্ধ কৰা হৈছে।২০২৬ চনৰ বাজেট অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
January 29th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত ২০২৬ চনৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ৰাষ্ট্ৰপতিৰ ভাষণ ১৪০ কোটি নাগৰিকৰ আস্থাৰ অভিব্যক্তি, তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বিৱৰণ আৰু যুৱক-যুৱতীসকলৰ আকাংক্ষাৰ এক নিখুঁত প্ৰতিফলন। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰপতিয়ে ২০২৬ বৰ্ষ তথা অধিৱেশনৰ আৰম্ভণিতে সংসদৰ সকলো সদস্যৰ সন্মুখত কেইবাটাও পথ প্ৰদৰ্শন কৰিব পৰা বিষয় উত্থাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপ্ৰধান হিচাপে সৰল শব্দত প্ৰকাশ কৰা প্ৰত্যাশা নিশ্চিতভাৱে সকলো সাংসদৰ দ্বাৰা গুৰুত্বসহকাৰে লোৱা হৈছে, যাৰ ফলত এই অধিৱেশনখন অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে ।প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙজীক তেওঁৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
December 23rd, 09:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন চৌধুৰী চৰণ সিঙজীক তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁ সমাজৰ বঞ্চিত শ্ৰেণীৰ কল্যাণৰ লগতে কৃষিৰ প্ৰগতি আৰু কৃষকসকলৰ সমৃদ্ধিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ৰাষ্ট্ৰ নিৰ্মাণত তেওঁৰ অৱদান কৃতজ্ঞ ৰাষ্ট্ৰই কেতিয়াও পাহৰিব নোৱাৰে, শ্ৰী মোদীয়ে কয়।ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
December 10th, 07:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতানিয়াহুৰ পৰা টেলিফোন কল লাভ কৰে।অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজ আৰু শ্ৰীমতী জোডি হেডনক তেওঁলোকৰ বিয়াৰ বাবে অভিনন্দন প্ৰধানমন্ত্ৰীৰ
November 29th, 09:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ পৰম মিত্ৰ তথা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজ আৰু মিছেছ জোডি হেডনক তেওঁলোকৰ বিয়া উপলক্ষে অভিনন্দন জ্ঞাপন কৰিছে।জোহান্সবাৰ্গত জি-২০ নেতাৰ সন্মিলনত জাপানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
November 23rd, 09:46 pm
প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ নেতা সন্মিলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচিৰ সৈতে মত বিনিময় কৰে। ২০২৫ চনৰ ২৯ অক্টোবৰত প্ৰধানমন্ত্ৰী তাকাইচিৰ সৈতে তেওঁলোকৰ টেলিফোন কলৰ পিছত এয়া হৈছে প্ৰধানমন্ত্ৰীৰ প্ৰথম সাক্ষাৎ।২০২৫ চনৰ জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে ইটালীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
November 23rd, 09:44 pm
ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে ইটালী গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী জৰ্জিয়া মেল’নিৰ সৈতে বৈঠকত মিলিত হয় । চলিত বৰ্ষৰ জুন মাহৰ আৰম্ভণিতে কানাডাৰ কানানাস্কিছত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ আঁৰত দুয়োগৰাকী নেতাই মত বিনিময় কৰে।জোহান্সবাৰ্গত জি-২০ সন্মিলনৰ সময়তে কানাডাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 23rd, 09:41 pm
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কানাডাৰ প্ৰধানমন্ত্ৰী মহামহিম মাৰ্ক কাৰ্নি ডাঙৰীয়াকপ্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
November 19th, 07:53 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীক জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।প্ৰধানমন্ত্ৰীয়ে জাপানৰ প্ৰধানমন্ত্ৰী মাননীয় ছানে তাকাইচিক অভিনন্দন জনায়; ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা
October 29th, 01:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী মাননীয় ছানে তাকাইচিৰ সৈতে বাৰ্তালাপ কৰে।জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীমতী ছানে তাকাইচিক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
October 21st, 11:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীমতী ছানে তাকাইচিক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। এক্সত এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।নতুন দিল্লীত অনুষ্ঠিত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
October 17th, 11:09 pm
শ্ৰীলংকাৰ মহামন্ত্ৰী প্ৰধানমন্ত্ৰী হাৰিণী অমৰাসুৰিয়া জী, অষ্ট্ৰেলিয়াৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰ বন্ধু টনি এবোট জী, ব্ৰিটেইনৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাক জী, বিশিষ্ট অতিথিসকল, ভদ্ৰলোকগণ আৰু ভদ্ৰমহিলাসকল, নমস্কাৰ!নতুন দিল্লীত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
October 17th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত ভাষণ প্ৰদান কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনায়। সকলো নাগৰিকলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে উৎসৱমুখৰ পৰিৱেশৰ মাজতে এন ডি টি ভি বিশ্ব সন্মিলন অনুষ্ঠিত কৰা হৈছে। তেওঁ অধিৱেশনৰ বিষয়বস্তু—“আনষ্টপেবল ইণ্ডিয়া”—ৰ শলাগ লৈ মন্তব্য কৰে যে ই সঁচাকৈয়ে উপযুক্ত, কিয়নো আজি ভাৰতে ৰুদ্ধ হোৱাৰ ভাবনা ৰখা নাই। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, “ভাৰত ৰৈ নাথাকে, থমকি ৰ’বও নোৱাৰে, ১৪০ কোটি ভাৰতীয়ই দ্ৰুতগতিত আগবাঢ়িছে, একেলগে”।কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাইলা ওডিংগাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
October 15th, 02:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাইলা ওডিংগাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ‘মোৰ মৰমৰ বন্ধু আৰু কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীযুত ৰাইলা ওডিংগাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁ এগৰাকী উচ্চস্তৰীয় ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰিয় বন্ধু আছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দিনৰ পৰাই মই তেওঁক ঘনিষ্ঠভাৱে চিনি পোৱাৰ সৌভাগ্য লাভ কৰিছিলো আৰু আমাৰ সম্পৰ্ক বছৰ বছৰ ধৰি অব্যাহত আছিল’, শ্ৰী মোদীয়ে কয়। শ্ৰী মোদীয়ে লগতে কয় যে শ্ৰী ৰাইলা ওডিংগাৰ ভাৰত, আমাৰ সংস্কৃতি, মূল্যবোধ আৰু প্ৰাচীন জ্ঞানৰ প্ৰতি বিশেষ আন্তৰিকতা আছিল, যি ভাৰত-কেনিয়াৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টাত প্ৰতিফলিত হৈছিল।ৰাষ্ট্ৰপতি ট্ৰাম্পৰ গাজা শান্তি পৰিকল্পনাৰ অধীনত হোৱা অগ্ৰগতিৰ বাবে বেঞ্জামিন নেতানিয়াহুক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
October 09th, 10:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰাৰ লগতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ গাজা শান্তি পৰিকল্পনাৰ অধীনত হোৱা অগ্ৰগতিৰ বাবে তেওঁক অভিনন্দন জনায়।প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
September 26th, 08:51 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শ্ৰীমতী সুশীলা কাৰ্কীলৈ প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন
September 13th, 08:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শ্ৰীমতী সুশীলা কাৰ্কীলৈ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ভাৰত নেপালৰ জনসাধাৰণৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতি দৃঢ়ভাৱে দায়বদ্ধ হৈ আছে।পুনৰ নিৰ্বাচিত হোৱাৰ বাবে ন'ৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাহ ষ্ট’ৰক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
September 10th, 06:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ন'ৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাহ ষ্ট’ৰক পুনৰ নিৰ্বাচিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ন'ৰৱেৰ সৈতে বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতা গভীৰ কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিৰ বিষয়তো গুৰুত্ব আৰোপ কৰে।PM Modi arrives in London, United Kingdom
July 24th, 12:15 pm
Prime Minister Narendra Modi arrived in United Kingdom a short while ago. In United Kingdom, PM Modi will hold discussions with UK PM Starmer on India-UK bilateral relations and will also review the progress of the Comprehensive Strategic Partnership.