ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্ৰী সনাতন ধৰ্ম আলায়মৰ মহা কুম্বাবিষেকমত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্ৰী সনাতন ধৰ্ম আলায়মৰ মহা কুম্বাবিষেকমত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 02nd, 02:45 pm

মহামহিম ৰাষ্ট্ৰপতি প্ৰবোৱো, মুৰুগান মন্দিৰ ট্ৰাষ্টৰ অধ্যক্ষ পা হাছিম, পৰিচালন ট্ৰাষ্টী ড° কোবালান, তামিলনাডু আৰু ইণ্ডোনেছিয়াৰ সন্মানীয় গণ্যমান্য ব্যক্তি, পুৰোহিত আৰু আচাৰ্য, প্ৰবাসী ভাৰতীয় সদস্যসকল, ইণ্ডোনেছিয়া আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ নাগৰিক যিসকল এই পবিত্ৰ অনুষ্ঠানটোৰ অংশ, আৰু এই ঐশ্বৰিক আৰু ভৱিষ্যৎ মন্দিৰটোক বাস্তৱত পৰিণত কৰা সকলো প্ৰতিভাৱান শিল্পীবৃন্দ!

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্ৰী সনাতন ধৰ্ম আলয়মৰ মহা কুম্ভ-অভিষেখমৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্ৰী সনাতন ধৰ্ম আলয়মৰ মহা কুম্ভ-অভিষেখমৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

February 02nd, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্ৰী সনাতন ধৰ্ম আলয়মৰ মহা কুম্ভ-অভিষেখমৰ সময়ত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ প্ৰদান কৰে। তেওঁ মহামহিম ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়ানটো, মুৰুগান মন্দিৰ ট্ৰাষ্টৰ অধ্যক্ষ পা হাছিম, পৰিচালন ট্ৰাষ্টী ড° কোবালান, তামিলনাডু আৰু ইণ্ডোনেছিয়াৰ গণ্যমান্য ব্যক্তি, পূজাৰী আৰু আচাৰ্য, প্ৰবাসী ভাৰতীয়, ইণ্ডোনেছিয়া আৰু অন্যান্য দেশৰ এই শুভ অনুষ্ঠানৰ অংশ হিচাপে থকা সকলো নাগৰিক আৰু এই দিব্য ভব্য মন্দিৰৰ নিৰ্মাণক মূৰ্ত ৰূপ দিয়া সকলো প্ৰতিভাশালী কলাকাৰক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ৷

এই সপ্তাহত বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত

এই সপ্তাহত বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত

January 29th, 12:34 pm

এই সপ্তাহত ভাৰতে বিদেশী বিনিয়োগ বৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ পোষকতাৰ পৰা আৰম্ভ কৰি প্ৰযুক্তিগত আৰু প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধিলৈকে কেইবাটাও দিশত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। বৈশ্বিক ক্ষেত্ৰখনত ভাৰতে নিজৰ ক্ৰমবৰ্ধমান ভূমিকাত গুৰুত্ব আৰোপ কৰি আহিছে। এই সপ্তাহত ভাৰতে বিশ্বজুৰি অৰ্জন সাফল্যৰ ওপৰত এবাৰ চকু ফুৰাওঁ আহক।

ভাৰতে উদযাপন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস

January 26th, 12:30 pm

কৰ্তব্য পথত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত ভাৰতৰ ঐক্য, শক্তি আৰু ঐতিহ্য প্ৰদৰ্শন কৰা হয়। ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব'ৱ' ছুবিয়ানটোও উপস্থিত আছিল। সশস্ত্ৰ বাহিনীৰ মাৰ্চিং দলসমূহে অনুশাসন আৰু বীৰত্ব প্ৰদৰ্শন কৰাৰ বিপৰীতে সজীৱ সাংস্কৃতিক প্ৰদৰ্শনে ভাৰতৰ চহকী বৈচিত্ৰ্যক উজ্জ্বল কৰি তোলে। ভাৰতীয় বায়ুসেনাৰ শ্বাসৰুদ্ধকৰ ফ্লাইপাষ্টে দৰ্শকক মোহিত কৰি তুলিলে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকা লোকসকলক শুভেচ্ছাও জ্ঞাপন কৰে।

ফলাফলৰ তালিকা - ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ (২৩ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰী, ২০২৫)

January 25th, 08:54 pm

ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু ইণ্ডোনেছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত স্বাস্থ্য সহযোগিতাৰ বুজাবুজি চুক্তি।

ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়েন্টোক আদৰণি জনাই ভাৰতে সন্মানিত বোধ কৰিছে: প্ৰধানমন্ত্ৰী

January 25th, 05:48 pm

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী প্ৰবোও চুবিয়েন্তোক আদৰণি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-ইণ্ডোনেছিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা বুলি মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে ইণ্ডোনেছিয়া হৈছে আমাৰ ‘এক্ট ইষ্ট নীতি’ৰ মূল প্ৰসংগ আৰু ভাৰতে ইণ্ডোনেছিয়াৰ ‘ব্ৰিকছ’-সদস্য পদক আদৰণি জনাইছে।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

January 25th, 01:00 pm

ভাৰতৰ প্ৰথম গণৰাজ্য দিৱসত, ইণ্ডোনেছিয়া আমাৰ মুখ্য অতিথি দেশ আছিল। আৰু এয়া আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে যেতিয়া আমি গণতন্ত্ৰৰ ৭৫ বছৰ উদযাপন কৰি আছোঁ, সেই সময়ত ইণ্ডোনেছিয়া আকৌ এবাৰ, এই ঐতিহাসিক অনুষ্ঠানৰ অংশ হৈছে। এই উপলক্ষে, মই ৰাষ্ট্ৰপতি প্ৰবোৱোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

November 19th, 06:09 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণৰ সুযোগতে ইণ্ডোনেছিয়াৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি এইচ ই প্ৰবোও চুবিয়েণ্টোক সাক্ষাৎ কৰে। এয়া দুয়োগৰাকী নেতাৰ প্ৰথম বৈঠক।

PM receives a call from Indonesian President-elect, leaders discuss strategic partnership

June 20th, 01:07 pm

The Prime Minister, Shri Narendra Modi, today received a call from President-elect Prabowo Subianto of Indonesia.

PM continues to receive congratulatory messages from world leaders on taking oath as Prime Minister of India for the third time

June 10th, 12:00 pm

The Prime Minister, Shri Narendra Modi thanked the world leaders for their congratulatory messages on taking oath as Prime Minister of India for the third time. Shri Modi replied to the messages by world leaders on the social media platform ‘X’.

ইণ্ডোনেছিয়াৰ জনসাধাৰণ আৰু নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰাবোও ছুবিয়ানটোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

February 18th, 08:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইণ্ডোনেছিয়াৰ জনসাধাৰণক সফল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে অভিনন্দন জনায়, লগতে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰবোৱ ছুবিয়ানটোলৈকো অভিনন্দন জ্ঞাপন কৰে।