ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
March 21st, 04:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি মহামহিম ড° মাছুদ পেজেছকিয়ানৰ সৈতে আজি আঞ্চলিক উন্নয়নৰ বিষয়ত আলোচনা কৰি দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিবলৈ দৃঢ়তা প্ৰকাশ কৰে।ইছলামিক গণৰাজ্য ইৰাণৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মহামহিম মাছুদ পেজেশ্কিয়ানক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে
July 06th, 03:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইছলামিক গণৰাজ্য ইৰাণৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মহামহিম মাছুদ পেজেশ্কিয়ানক অভিনন্দন জ্ঞাপন কৰে।ইৰাণৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
August 24th, 11:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ড০ ছেইয়দ ইব্ৰাহিম ৰাইছীয়ে ২৪ আগষ্ট, ২০২৩ত জোহান্সবাৰ্গত পঞ্চদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে বৈঠকত মিলিত হয়৷PM Modi meets the President of Iran Hassan Rouhani
May 23rd, 12:55 pm