এছিয়ান গেমছত মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক বিজয়ী পুজিলিষ্ট প্ৰীতি পাৱাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
October 03rd, 11:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত ভাৰতৰ হৈ মহিলাৰ ৫৪ কিলোগ্ৰামত শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে বক্সাৰ প্ৰীতি পাৱাৰক অভিনন্দন জ্ঞাপন কৰে।