পাঞ্জাৱৰ ফতেহগড় চাহিব জিলাত সংঘটিত দুৰ্ঘটনাত শোক প্ৰধানমন্ত্ৰীৰ

April 15th, 11:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পাঞ্জাৱৰ ফতেহগড় চাহিব জিলাত সংঘটিত দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে গান্ধী স্মৃতিত আয়োজিত প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে

January 30th, 07:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধী স্মৃতিত আয়োজিত এখনি প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে কয় যে বাপুৰ প্ৰচেষ্টাতে আমাৰ স্বাধীনতা আন্দোলনৰ গতিপথে নতুন ৰূপ ধাৰণ কৰিছিল আৰু তেওঁ ভাৰতৰ যাত্ৰাত ৰাখি থৈ যোৱা গভীৰ পদাংক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অনুভূত হৈ আছে।

দিল্লীৰ ঘটনাৰ পাছত ভূটানৰ সহমৰ্মিতাৰ বাবে প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা

November 11th, 03:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উদযাপন অনুষ্ঠানত ভাৰতৰ সৈতে সংহতি প্ৰকাশ কৰাৰ বাবে ভূটানৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। দিল্লীত সংঘটিত শোকাৱহ ঘটনাটোৰ পাছত ভূটানৰ জনসাধাৰণে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে বিশেষভাৱে প্ৰাৰ্থনা জনাইছিল। প্ৰধানমন্ত্ৰীয়ে সহানুভূতি আৰু ঐক্যৰ এই গভীৰ দৃষ্টিভংগীক স্বীকাৰ কৰি কয়, মই এই ভাব-প্ৰকাশক কেতিয়াও পাহৰিব নোৱাৰিম।

প্ৰধানমন্ত্ৰীয়ে তখত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিবত প্ৰাৰ্থনা কৰে

November 02nd, 10:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া তখত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিবত প্ৰাৰ্থনা কৰে।

দেৱী মাৰ পূজা অৰ্চনা প্ৰধানমন্ত্ৰীৰ, সকলোৰে কল্যান কামনা

September 29th, 09:43 am

নৱৰাত্ৰি শুভ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী মাক সকলো নাগৰিকৰ কল্যাণ আৰু উত্থানৰ বাবে তেওঁৰ ঐশ্বৰিক আশীৰ্বাদ কামনা কৰি আন্তৰিকতাৰে পূজা অৰ্চনা কৰে।

দেৱী মাৰ প্ৰাৰ্থনা জনাই সকলোৰে বাবে শক্তি আৰু মংগল কামনা কৰিলে প্ৰধানমন্ত্ৰীয়ে

September 28th, 09:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেৱী মাৰ চৰণত আন্তৰিক প্ৰণাম জনাই দেশবাসীৰ বাবে তেওঁৰ ঐশ্বৰিক আশীৰ্বাদ কামনা কৰে।আধ্যাত্মিক উদ্যম আৰু সামূহিক সদিচ্ছা অনুৰণিত বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে সকলো নাগৰিকৰ মংগল, সাহস আৰু আভ্যন্তৰীণ শক্তিৰ বাবে প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীয়ে কৰিলে নৱৰাত্ৰিৰ প্ৰাৰ্থনা, কামনা কৰিলে সকলোকে শক্তি প্ৰদান কৰি আত্মবিশ্বাসেৰে জগাই তোলাৰ

September 27th, 08:42 am

নৱৰাত্ৰিৰ শুভক্ষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐশ্বৰিক মাতৃক শ্ৰদ্ধা সহকাৰে প্ৰণাম জনায় আৰু সকলো নাগৰিককে নৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে সকলো নাগৰিকৰ বাবে সমৃদ্ধি আৰু আনন্দৰ কামনাৰে নৱৰাত্ৰিৰ প্ৰাৰ্থনা কৰে

September 26th, 10:00 am

নৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলো ভক্তৰ কল্যাণৰ বাবে প্ৰাৰ্থনা জনায়।

নৱৰাত্ৰিৰ চতুৰ্থ দিনা মা কুষ্মাণ্ডাক প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

September 25th, 08:08 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ চতুৰ্থ দিনা মা কুষ্মাণ্ডাক প্ৰাৰ্থনা কৰে।

নৱৰাত্ৰিৰ তৃতীয় দিনা দেৱী চন্দ্ৰঘণ্টাক প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

September 24th, 08:43 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ তৃতীয় দিনা দেৱী চন্দ্ৰঘণ্টাক প্ৰাৰ্থনা কৰে।

Prime Minister attends prayer meeting at Gandhi Smriti

January 30th, 08:21 pm

The Prime Minister, Shri Narendra Modi today attended a prayer meeting at Gandhi Smriti in New Delhi.

PM Modi prays at the Pohara Devi temple in Washim

October 05th, 02:35 pm

The Prime Minister Shri Narendra Modi today prayed at the Pohara Devi temple in Washim district of Maharashtra.

PM Modi offers prayers at submerged city of Dwarka

February 25th, 01:56 pm

Prime Minister Narendra Modi went underwater, in the deep sea and prayed at the site where the submerged city of Dwarka is. This experience offered a rare and profound connection to India's spiritual and historical roots. He said, To pray in the city of Dwarka, which is immersed in the waters, was a very pine experience. I felt connected to an ancient era of spiritual grandeur and timeless devotion. May Bhagwan Shri Krishna bless us all.

গান্ধী স্মৃতিত প্ৰাৰ্থনা সভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

January 30th, 10:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধী স্মৃতিত মহাত্মা গান্ধীৰ স্মৃতিত আয়োজিত এক প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে৷

অন্ধ্ৰ প্ৰদেশৰ তিৰুমালাৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত প্ৰাৰ্থনা আগবঢ়ায় প্ৰধানমন্ত্ৰীয়ে

November 27th, 10:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ তিৰুমালাৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত প্ৰাৰ্থনা কৰে। ১৪০ কোটি ভাৰতীয়ৰ সুস্বাস্থ্য, মংগল আৰু সমৃদ্ধিৰ বাবেও তেওঁ ভগৱান ভেংকটেশ্বৰ স্বামীৰ আশীৰ্বাদ বিচাৰিছে। শ্ৰী মোদীয়ে তিৰুমালাৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰৰ পৰা দৃশ্যাংশও শ্বেয়াৰ কৰে।

PM offers prayers at Shri Saibaba's Samadhi Temple in Shirdi

October 19th, 11:30 am

PM Narendra Modi offered prayers at Shri Saibaba's Samadhi Temple in Shirdi, Maharashtra.

PM offers prayers at Dwarkadheesh Temple

October 07th, 10:47 am

PM Narendra Modi today offered prayers at the historic Dwarkadheesh Temple in Gujarat.

PM Modi offers prayers at Kali Bari in Yangon

September 07th, 11:21 am

Prime Minister Narendra Modi today offered prayers at the Kali Bari in Yangon.

Prime Minister Narendra Modi visits Ananda Temple in Bagan

September 06th, 04:26 pm

Prime Minister Narendra Modi today visited Ananda Temple in Bagan, Myanmar and offered prayers. Here are a few glimpses from the PM's temple visit.

PM Narendra Modi visits Seema Malaka Temple in Colombo, Sri Lanka

May 11th, 07:11 pm

Prime Minister Narendra Modi today visited the magnificent Seema Malaka Temple in Colombo, Sri Lanka. The PM offered prayers at the shrine. Prime Minister of Sri Lanka, Mr. Ranil Wickremesinghe also accompanied Shri Modi.