‘এছিয়ান গে’মছ’ত পুৰুষৰ ‘ট্ৰিপল জাম্প’ত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ‘এথলেট’ প্ৰবীণ চিত্ৰাক অভিনন্দন জনায়

October 03rd, 11:29 pm

‘এছিয়ান গে’মছ’ত পুৰুষৰ ‘ট্ৰিপল জাম্প প্ৰতিযোগিতা’ত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি খেলুৱৈ প্ৰবীণ চিত্ৰাক অভিনন্দন জ্ঞাপন কৰে।